অসমীয়া শোক বার্তা | শ্রদ্ধাঞ্জলি বাণী অসমীয়া | Condolence Message In Assamese

এদিন সকলোৱে মৃত্যু বৰণ কৰিব।  কিন্তু এটা পৰিয়ালৰ কোনো এটা সদস্যয় যেতিয়া মৃত্যু বৰণ কৰে তেতিয়া সেই পৰিয়ালটোৰ মানুহখিনি বহুত দুখত থাকে।  তেওঁলোকক যদি আমি সমবেদনা জ্ঞাপন কৰোঁ বা তেওঁলোকৰ কাষত থিয় হওঁ তেতিয়া সেই পৰিয়ালৰ মানুহবোৰৰ মনটো অলপ ভাল লাগে।  সেই বাবে আপোনালোৰ বাবে কেইটামান অসমীয়া শোক বার্তা বা শোক বাণী অসমীয়া লিখিছো আশা কৰোঁ আপোনালোকৰ ভাল লাগিব।

অসমীয়া শোক বার্তা

অসমীয়া শোক বার্তা

আপোনাৰ দেউতা ডুকাইছে বুলি শুনি
মই বহুত দুঃখীত, আপোনাৰ দেউতাৰ
আত্মাই যেন শান্তি লাভ কৰে।




আপোনাৰ মা ডুকাইছে
বুলি শুনি মই বহুত দুঃখীত,
আপোনাৰ মা'ৰআত্মাই যেন 
শান্তি লাভ কৰে।





আপোনাৰ দাদাৰ মৃত্যু হোৱা বুলি শুনি
মই বহুত দুঃখীত, আপোনাৰ দাদা'ৰ
আত্মাই যেন শান্তি লাভ কৰে।




আপোনাৰ মামা মৃত্যু হোৱা বুলি শুনি
মই বহুত দুঃখীত, আপোনাৰ মামা'ৰ
আত্মাই যেন শান্তি লাভ কৰে।




আপুনি যে কষ্ট পাই আছে
সেয়া মই অনুভৱ কৰিব পাৰো,
এই কষ্ট সয্য কৰা সম্ভৱ নহয়,
তাৰ পাছতো সয্য কৰিব লাগিব।




আপুনি আপোনাৰ মা'ক হেৰাই
যি কষ্ট পাই আছে সেয়া মই অনুভৱ কৰিব পাৰো,
এই কষ্ট সয্য কৰা সম্ভৱ নহয়,
তাৰ পাছতো সয্য কৰিব লাগিব।



শোক বাণী অসমীয়া

আপুনি আপোনাৰ দেউতাক হেৰাই
যি কষ্ট পাই আছে সেয়া মই অনুভৱ কৰিব পাৰো,
এই কষ্ট সয্য কৰা সম্ভৱ নহয়,
তাৰ পাছতো সয্য কৰিব লাগিব।




আপুনি আপোনাৰ দাদাক হেৰাই
যি কষ্ট পাই আছে সেয়া মই অনুভৱ কৰিব পাৰো,
এই কষ্ট সয্য কৰা সম্ভৱ নহয়,
তাৰ পাছতো সয্য কৰিব লাগিব।




আজি আপোনাৰ দেউতাৰ মৃত্যুৰ খবৰ 
শুনি মই বহুত দুঃখীত,
আপোনাৰ দেউতাৰ বিদেহী আত্মাই
যেন শান্তি লাভ কৰে।




আজি আপোনাৰ মা'ৰ মৃত্যুৰ খবৰ 
শুনি মই বহুত দুঃখীত,
আপোনাৰ দেউতাৰ বিদেহী আত্মাই
যেন শান্তি লাভ কৰে।




আজি আপোনাৰ দাদাৰ মৃত্যুৰ খবৰ 
শুনি মই বহুত দুঃখীত,
আপোনাৰ দেউতাৰ বিদেহী আত্মাই
যেন শান্তি লাভ কৰে।




আজি আপোনাৰ দেউতাৰ মামাৰ খবৰ 
শুনি মই বহুত দুঃখীত,
আপোনাৰ দেউতাৰ বিদেহী আত্মাই
যেন শান্তি লাভ কৰে।



আপুনি আপোনাৰ দাদাক হেৰাই
যি কষ্ট পাই আছে সেয়া মই অনুভৱ কৰিব পাৰো,
আপোনাৰ লগত মই সদায় আছো।




মৃত্যুৰ শোক প্ৰকাশ

আপুনি আপোনাৰ মা'ক হেৰাই
যি কষ্ট পাই আছে সেয়া মই অনুভৱ কৰিব পাৰো,
আপোনাৰ লগত মই সদায় আছো।




আপুনি আপোনাৰ দেউতাক হেৰাই
যি কষ্ট পাই আছে সেয়া মই অনুভৱ কৰিব পাৰো,
আপোনাৰ লগত মই সদায় আছো।




আপোনাৰ প্রিয়োজৰ মৃত্যুৰ দুখ প্রকাশ
কৰিবলৈ কোনো শব্দই যথেষ্ট নহয়,
আপুনি নিজকে অকশৰীয়া
অনুভৱ নকৰিব মই আছো আপোনাৰ লগত।




মই জানো যে আপোনাৰ
এই সময়টো বহুত কষ্টকৰ,
ধৈর্য ধৰক ভগৱানে সকলো ঠিক কৰি দিব।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, শ্রদ্ধাঞ্জলি বাণী অসমীয়া ওপৰৰ তথ্য সমূহ জানি যদি আপোনাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post