ৰমজান মাহৰ শুভেচ্ছা বাণী | ৰমজান মাহৰ উক্তি | Ramadan Wishes In Assamese


ৰমজান মাহ হ'ল ৰহমতৰ মাহ, সেই বাবে আপুনি আপোনাৰ বন্ধু বান্ধৱী সকলক ৰমজান মাহৰ শুভেচ্ছা বার্তা দিব পাৰে।  সেই বাবে আপোনালোকৰ বাবে লৈ আহিছো কেইটামান ৰমজান মাহৰ শুভেচ্ছা বাণী আশা কৰো এই ৰমজান মাহৰ শুভেচ্ছা বাণী সমূহ আপোনালোকৰ ভাল লাগিব।

ৰমজান মাহৰ শুভেচ্ছা | Ramadan Wishes In Assamese


সকলো পাহৰি
আহা আদৰো ৰমজান
এখনি সুন্দৰ আৰু চাফ হ্ৰদয় লৈ।
ৰমজান শুভেচ্ছা থাকিল।





এই পৱিত্ৰ ৰমজান মাহত
আমি সকলোৱে আন্তৰিকতাৰ সৈতে
ৰোজা ৰখা উচিত কাৰণ অহা ৰমজান মাহত
আমাৰ ভাগ্যৰ বিষয়ে আল্লাৰ বাহিৰে
কোনেও নাজানে।
ৰমজান মাহৰ শুভেচ্ছা থাকিল।






হে আল্লাহ
এই ৰমজান মাহত ক্ষমা পোৱা সকলৰ 
মাজত আমিও যাতে এজন হও।
ৰমজান মাহৰ শুভেচ্ছা থাকিল।






হে আল্লাহ
ৰমজান মাহত আমাক সকলোকে
বেছি বেছি ইবাদত কৰাৰ তৌফিক
দান কৰক।
ৰমজান শুভেচ্ছা থাকিল।






ৰমজান মাহত
জান্নাতৰ দুৱাৰ সমূহ খুলি দিয়া হয়,
ছহিহ বুখাৰী: ১৮৯৮
ৰমজান শুভেচ্ছা থাকিল।






সুদীৰ্ঘ এটা বছৰৰ অপেক্ষাৰ অন্তত
আকৌ আহি আছে ৰমজান।
আল্লাহে সকলোকে 30টা ৰোজা ৰখাৰ
তৌফিক দিয়ক, আমিন।
ৰমজান মাহৰ শুভেচ্ছা থাকিল।






হে আল্লাহ
ৰমজান মাহ শেষ হোৱাৰ আগতে,
আমাৰ গুনাহৰ বোজাবোৰ শেষ কৰি দিয়া।
ৰমজান শুভেচ্ছা থাকিল।






আমি সকলোৱে পবিত্ৰ ৰমজান মাহক
সন্মান কৰিম নামাজ পঢ়ি, ৰোজা ৰাখি
আৰু বিভিন্ন ধৰণৰ ইবাদতৰ জড়িয়তে
ইনশাআল্লা।
ৰমজান শুভেচ্ছা থাকিল।






ৰমজান মাহত কাৰোবাৰ
পৰিবর্তন দেখি ঠাট্টা নকৰিব, কাৰণ
ৰমজান আহে মানুহক পৰিবর্তন কৰাৰ বাবে। হে
আল্লাহ সকলোকে বুজাৰ তৌফিক দান কৰক
আমিন।
ৰমজান শুভেচ্ছা থাকিল।






সমূহ ইছলামধর্মী লোকসকলক
পৱিত্র ৰমজান মাহৰ শুভেচ্ছা
জ্ঞাপন কৰিলো।
ৰমজান শুভেচ্ছা থাকিল।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ৰমজান মাহৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু ৰমজান মাহৰ শুভেচ্ছা বাণী পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post