বেদৰ বাণী | বেদৰ অমৃত বাণী | Veda Quotes In Assamese

বন্ধু বান্ধৱী সকল বেদৰ বাণী বা বেদৰ শ্লোক সদায় পঢ়িব লাগে,  বেদৰ বাণী বা বেদৰ শ্লোক পঢ়িলে আপুনি মানুসিক সান্তি পোৱাৰ লগতে আপোনাৰ জ্ঞান বৃদ্ধি হ'ব।  সেই বাবে বেদৰ বাণী বা বেদৰ শ্লোক সমূহ পঢ়ক।


বেদৰ বাণী

মহাপ্রভুৰ দৃষ্টিত
কোনেও ডাঙৰ নহয়, কোনেও সৰু নহয়।
সকলোৱে সমান, মহাপ্রভুৰ
আশীর্বাদ সকলোৰে বাবে।
( ঋগবেদ ২.13 )





যিসকলে সৎপথত পৰিশ্রম কৰে
আৰু মানুহক সহযোগিতা কৰে
তেওঁলোকক প্রভু সাহায্য কৰে।
( ঋগবেদ ৪.২৩.৭ )





আহা প্রভুৰ সেৱক হওঁ,
গৰিৱ আৰু দুখীয়াক দান কৰোঁ।
( ঋগবেদ ৬.১৫.৮ )





এজন অসহায় মানুহক
যি ক্ষতি কৰে, সি মানুহ নহয়।
সি হাইয়ান, তাৰ পৰা দূৰত থাকা।
( ঋগবেদ ২.২৩.৭ )





হে মানুহ স্বনির্ভৰ হওঁয়া
বাহিৰৰ সাহায্যত চাকৰত
পৰিণত নহবা।
( যজুর্বেদ ৬.১২ )





জীৱনৰ প্রতিটো স্তৰত
ঋণৰ পৰা মুক্ত থাকিবা।
( ঋগবেদ ৬.১১৭.৩ )





সমাজক ভালপোৱা,
ক্ষুদার্থক অন্ন্য দিয়া,
ৰোগিক সাহায্য কৰা,
সত্য আৰু ন্যায়ৰ সংগ্রামত সাহসী
ভূমিকা ৰখাৰ শক্তি অর্জন কৰা।
( ঋগবেদ ৬.৭৫.৯ )





বিশ্বাসী হ্ৰদয়ত প্রভু বাস কৰে,
আমাৰ শৰীৰত হওঁক প্রভুৰ মন্দিৰ,
আমি যেন গোটেই জীৱন
তাৰ দাস হিচাপে থাকিব পাৰোঁ,
আমাৰ জীৱনৰ সকলো অর্জন তাৰ
চৰণত সমর্পণ কৰিব পাৰি।
( ঋগবেদ ১.৯১.১৩ )





হে মানুহ জাতি
তোমালোকে এক হৈ মানুহৰ
কল্যাণে নিয়জিত হোৱা,
ভালপোৱা ও শুভেচ্ছা লৈ
এক হৈ পৰিশ্রম কৰা।
জীৱনত আনন্দৰ সমান অংসিধাৰ হোৱা।
( অথর্ববেদ ৩.৩০.৭ )





সৎকর্ম মানুহক দৃঢ় সাহসী কৰে,
দেহ মনক ৰোগ ও পাপ মুক্ত ৰাখে,
সকলো দিশত বিজয়ী কৰে।
( ঋগবেদ ৫.১৫.৩ )

Source Link.  Sanatandharmatattva



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ তথ্য সমূহ জানি যদি আপোনাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post