ষ্টিভ জবছৰ বাণী | Steve Jobs Quotes & Status In Assamese

0

বন্ধু বান্ধৱী সকল আজিৰ এই আর্টিকেলটোত কেইটামান ষ্টিভ জবছৰ বাণী লিখিম আশা কৰোঁ এই ষ্টিভ জবছৰ বাণী সমূহ ভাল লাগিব।

ষ্টিভ জবছৰ বাণী


কেতিয়াবা কেতিয়াবা
জীৱন আপোনাৰ মূৰত ইটা দি
আঘাত কৰিব,
তেতিয়া বিশ্বাস হেৰাই নেপেলাব।








মোৰ ওচৰত
কম্পিউটাৰ হ'ল এনেকুৱা এটা
অসাধাৰণ টোল যি আমি বনাইছো,
এইটো মনৰ বাইছেকেলেৰ
সমতুল্য ক'লেও ভুল নহ'ব।






Steve Jobs Quotes In Assamese


বিশ্বৰ সেৰা ধনী হোৱা
মোৰ ওচৰত মূল বিষয় নহয়,
কিন্তু ৰাতি টোপনি যোৱাৰ সময়ত
যাতে ক'ব পাৰোঁ,
হয় মই অসাধাৰণ কিবা কৰিছোঁ।








মানুহৰ লগত সহজ সৰল
ব্যৱহাৰ কৰা মোৰ কাম নহয়,
মোৰ কাম হ'ল
মানুহক দি আৰু ভাল
কিবা কৰোৱা।








যি মানুহবোৰে ভাবে
যে তেওলোকে পৃথিৱী সলনি কৰি
দিব পাৰে, সেই সকলে
সেইটোৱেই কৰি দেখুৱাই।








আমাৰ সকলোৰে ওচৰত
মূল্যৱান বস্তুটো হ'ল সময়।








আপোনাৰ জীৱনৰ
প্রতিটো মুহূ্র্তই আপোনাৰ
ভবিষ্যতক গঢ়িবলৈ কাম কৰে,
সেই বাবে প্রতিটো মুহূ্র্তকেই
কামত লগাব চেষ্টা কৰক।








আপোনাৰ সময় সীমিত
সেই বাবে বেলেগৰ জীৱন যাপন
নকৰিবা, তাতকৈ নিজৰ জীৱনটোই
যাপন কৰক।








যিকনো সময়ত মৰি যাব পাৰো,
এই চিন্তাই আমাক সকলোতকৈ ডাঙৰৰ
সিন্ধান্তবোৰ নিবলৈ সাহায্য কৰে।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ষ্টিভ জবছৰ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু ষ্টিভ জবছৰ বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !