সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বাণী | Sarvepalli Radhakrishnan Quotes In Assamese

0
বিশিষ্ট দাৰ্শনিক পণ্ডিত,  ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি আৰু দ্বিতীয়জন ৰাষ্ট্ৰপতি (১৯৬২-৬৭) ডঃ সৰ্ৱেপল্লী ৰাধাকৃষ্ণনৰ ৫ ছেপ্তেম্বৰৰ জন্মদিনৰ দিনটো শিক্ষক দিৱস হিচাপে দেশজুৰি পালন কৰা হয়।  ডঃ ৰাধাকৃষ্ণনৰ জন্ম হৈছিল তদানীন্তন বৃটিছ ভাৰতৰ মাদ্ৰাছ প্ৰদেশৰ টিৰুট্টানি (Thiruttani)ত ১৮৮৮ চনৰ ৫ ছেপ্তেম্বৰ তাৰিখে আৰু মৃত্যু হৈছিল তামিলনাডুৰ মাদ্ৰাছত ১৯৭৫ চনৰ ১৭ এপ্ৰিল তাৰিখে।
ডঃ সৰ্ৱেপল্লী ৰাধাকৃষ্ণনে ৰচনা কৰা কেইখনমান গ্ৰন্থ হৈছে  ‘দ্য ফিলছফি অৱ ৰবীন্দ্ৰনাথ টেগোৰ’  ‘ইণ্ডিয়ান ফিলছফি’  ‘দ্য হিন্দু ভিউ অৱ লাইফ’  ‘ৰিলিজিয়ন এণ্ড চছাইটি’  ‘দ্য ধম্মপদ’ ‘দ্য প্ৰিন্সিপাল উপনিষদচ’  ‘ৰিলিজিয়ন, চায়ন্স এণ্ড কালচাৰ’  আদি।

সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বাণী

বন্ধু বান্ধৱী সকল আজি আমি সেই মহান ব্যক্তি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বাণী লিখিম আশা কৰো এই সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী সমূহ ভাল লাগিব।

সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বাণী

কলেজত হুমোৱা সহজ হৈছে
কিন্তু কঠিন হৈছে শিক্ষিত হোৱা।
- সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী



জীৱনৰ আনন্দ আৰু সুখ
কেৱল মাত্র জ্ঞান ও বিজ্ঞানৰ দ্বাৰা সম্ভৱ।
- সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী



যেতিয়া আমি ভাবো আমি চব জানো,
তেতিয়াই আমাক শিকিব লাগিব।
- সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী



আদর্শ শিক্ষক সেই সকল
যিসকলে শিক্ষার্থীক চিন্তা কৰিবলৈ শিকায়।
- সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী



এনেকুৱা শিক্ষাৰ প্রয়োজন
যি পৃথিৱীৰ মানুহৰ বাবে কল্যাণ হয়।

আমি এনেকুৱা শিক্ষা বিচাৰো,
যি নৱপ্রজন্মক সামাজিক আৰু অর্থনীতিৰ
ক্ষেত্রত পৰিবর্তন আনিবলৈ সক্ষম হ'ব।
- সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী



কোন ব্যক্তিই সম্পূর্ণ হ'ব নোৱাৰে
যদি তাৰ মাজত যুক্তিবাদ ও অধ্যাত্মিক বোধ
জাগ্রত না হয়।
- সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী



মানুহক ভাল কৰা
মানুহক মানুহ হিচাপে গঢ়ি তোলা
আমাৰ সকলোৰে কর্তব্য।
আৰু সেয়া যদি আমি কৰিব বিচাৰো
তেনেহলে প্রেম বা ভালপোৱাৰ
মাধ্যমেৰে কৰিব পাৰি।
- সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী



এজন শিক্ষৰ কর্তব্য হ'ব
শিক্ষার্থী সকলক গণতান্ত্রিক দেশৰ
উপযুক্ত নাগৰিক হিচাপে গঢ়ি তোলা।
- সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী



শিক্ষক সকলৰ চাব লাগিব
যে শিক্ষার্থী যেন সৎ চৰিত্রৰ অধিকাৰী হয়।
- সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী



শিক্ষার্থীৰ মাজত জ্ঞান বিলোৱাই
শিক্ষক সকল কাম নহয়,
কল্যাণ কাম সমূহৰ বাবে তেওঁলোকক
উৎসাহিত কৰিব লাগিব।
- সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী



শিক্ষক সকলৰ কর্মশক্তি প্রকাশ
কৰাৰ স্বাধীনতাই হ'ব আদর্শ।
- সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !