প্রেম আৰু বন্ধুত্ব | Love Story In Assamese

0
প্রেম আৰু বন্ধুত্ব

অচিন চিনাকি বন্ধুত্ব আৰু প্রেম

কাহিনী তো পঢ়ি চাব,, নিশ্চয় ভাল পাব
   প্রেম,ভালপোৱাৰ বাহিৰেও আৰু বহুতো সম্পৰ্ক থাকে,,।  কেতিয়াবা কিছুমান সম্পৰ্ক অজানিতেই গঢ়ি উঠে,, যি সম্পৰ্কই মানুহৰ গতি পঠ সলনি কৰি দিয়ে, জীয়াই থাকিবলৈ সাহস দিয়ে,,।  তেনে এটা সম্পৰ্ক হ'ল ভাল বন্ধুত্ব (best friend) কোনোবাই ঠিকে কৈছে এজন ভাল বন্ধু থাকিলে এটা পুষ্টকআলয়ৰ লাখ কিতাপৰ দৰে হৈ পৰে,,  যেনেদৰে কিতাপ পঢ়িলে তাৰ পৰা যি খিনি জ্ঞান পোৱা যায় সেইখিনি জ্ঞানে মানুহৰ মানদণ্ড উন্নতি সাধন কৰে,,  আত্মনিৰ্ভৰশীল হ'বলৈ শিকায় ঠিক তেনেদৰে এজন ভাল বন্ধুৱে আপোনাৰ জীৱনত বহুতো পৰিবৰ্তন কৰে,,  আপুনি যদি এজন ভাল বন্ধু পাইছে তেনেহলে ভাগ্যৱান,  এজন ভাল বন্ধুৱে আপোনাৰ জীৱনত যদি আন্ধাৰ হয় তেন্তে তেও হাতত আপোনাৰ জীৱনক  পোহৰ কৰিব পৰা শক্তি থাকে,,  আপুনি উজুটি খাই পৰিলে আপোনাক তুলি ধৰিব, ভুল পঠত গ'লে শুদ্ধ পথ দেখাই লৈ আহিব,  ভাল বেয়া সকলো সিকাব,,  আপুনি মন মাৰি থাকে আপোনাক এজন ভাল বন্ধুৱে আপোনাক হহোৱাঁই সুখী কৰি ৰাখিব  সচা কথা এই য়‌যে এজন ভাল বন্ধুৱে আমাক জীৱনত বহুতো কথা সিকায়,,  লগত থাকে সকলো সময়তে ,,। 
  আজি কাহিনী তো ঠিক তেনেধৰনৰে,, 
,, প্ৰিয়া আৰু চুমন,,,
,,, তাহত দুইটা যদিও সামাজিক মাধ্যমৰ জৰিয়তে চিনাকী তথাপিও দুইজন এতিয়া ও ভাল বন্ধু। 
,,,সেইদিনা সোমবাৰ আছিল প্রিয়াই মোবাইল তো চাই আছিল,, তাই ফোনত বহুতো ফেণ্ড ৰিকুৱেষ্ট আহি আছে,,  চুমনো তাৰ অন্যতম,, 
  তাই কিছুমান ফেণ্ড ৰিকুৱেষ্ট একচেপ কৰিলে,, কিছুমান ডিলিট কৰি দিলে,,।  
   ভাগ্য ভাল আছিল চুমনৰ ফেণ্ড ৰিকুৱেষ্ট তো একচেপ কৰিলে,,, 
,,সি তাইলৈ মেছেজ এটা কৰি তাইক ফেণ্ড ৰিকুৱেষ্ট তো একচেপ কৰা কাৰনে  ধন্যবাদ জনালে,, ।
,,,তাই ও স্বাগতম জনালে,,, 
তাৰ অলপ সময়ৰ পিছত চুমনে  facebook story  চাই দেখে প্রিয়াই এখন ফটো দি থোৱা আছে,, 
   সি তাত লাভ ৰিয়েক্ট এটা কৰি লিখিলে তোমাক বহুতো ধুনীয়া লাগিছে,,, 
,,,তাই সকলোকে reply  কৰা দৰে তাকো কলে ধন্যবাদ বুলি,,।,,,, 
,,,সি ৱেলেকম বুলি ক'লে,,,  আৰু তাইক ক'লে,  সি কথা পাতিব বিচাৰিছে,, পাটিব পাৰে নে
,,,, প্রিয়াই,,, ওমম বুলি ক'লে,,, 
,,,চুমনে সুধিলে,, তাই ঘৰ ক'ত,,?  ঘৰত কোন কোন আছে ?   পাপাই কি কৰে,, মায়ে কি কৰে তুমি কি পঢ়ি আছা,,,  এনেধৰণৰ  gnarly প্ৰশ্ন,,, 
,,, তাই ও উত্তৰ দিলে,,,, 
,,,তেনেদৰে এমাহ মন কথা পাতি আছিল,,  তাহত দুইটাৰ মাজত অলপ ফি হ'ল,,  ইজনে আনজনৰ কথা অলপ খুলি ক'ব পৰা,,, 
,,কিন্তু সকলো কথা ইজনে আনজনক সোধা,  বা কোৱা হ'ল তথাপিও এটা প্ৰশ্ন লুকাই আছিল,, সেইটো হৈছে তাহতৰ কাৰ বিএফ,  বা জিএফ আছে,,? 
,,,প্রিয়া মনত পৰিল,,,  চুমনক সুধিলে,, 
,,   ঔই চুমন তোৰ গালফেণ্ড আছে নে ? 
,,,,চুমন,,,, হেই নাই,,,, পিছে তোৰ আছে নে ? 
,,,,,প্রিয়া,,, ওম আছে এজন,,, যাক মই বহুতো ভাল পাওঁ,, 
,,,,চুমনৰ মনটো মৰি গ'ল,,, কাৰণ সি মনে মনে তাইক ভাল পাবলৈ লৈছিল কিন্তু তাই আনক ভাল পাওঁ বুলি কোৱাত তাৰ দূখ লাগিছে,,,। 
,,,অলপ সময় সি ৰিপ্লাই কৰা নাই,, 
,,,প্ৰিয়াই মেছেজ কৰি আছে কি হ'ল,, মেছেজ কৰিব পাহৰিলি নি ? 
ঔই,,, 
হায়,,,, 
কি হ'ল ক না,,,, 
অৱশেষত সি মেছেজ কৰি ক'লে,, নাই একো হোৱা নাই ঔ,,,  কিবা কাম এটা কৰিলো,, 
,,,,প্রিয়া,, তই অনলাইন আছ,  কাম কৰিলি হা,,  মিচা নকবি,, 
চুমন,,,,হয় নেকি,,,?
,,ওম হয়,,, ক, না তোৰ তো কোনোবা এজনি গালফেণ্ড আছে,,  ক না,,, 
,চুমন,,,,, নাই ঔ,,, আমাৰ নিচিনা বোৰৰ দুখীয়া ল'ৰাৰ ক'ত গালফেণ্ড থাকিব,,, 
,, প্ৰিয়া,,,  তই মিচা কৈছ,,, ক ,না তোৰ গালফেণ্ডৰ নাম কি,, 
,,,চুমন ,,,নাই ঔ,,, অ কাৰোবাক ভাল পাওঁ,, কিন্তু তেও আনক ভাল পায়,, 
,,,,প্রিয়া,, কি তোৰ নিচিনা ভাল ল'ৰা এটাক কোনজনীয়ে আন বিএফ আছে বুলি ক'লে,, মই হোৱা হ'লে তোক এ আপোন কৰি ললো হয়,, আনবোৰ বাদ দি....
,,,,,চুমন ,,ঠিক আছে  মই তোক ভাল পাও,  এতিয়া আতৰি আহ,,, পাৰিবি জানো ? 
,,,, হেই পাগল,, কি যে ধেমালি বোৰ কৰ,,,  মই এনে ধেমালি হে কৰিছো,,,।  তই সঁচাকৈ ভাল ছোৱালী এ পাবি,,  সেইবোৰ বাদ দে এতিয়া,, 
,,, চুমন,,,,  সেয়া হে,,,,, নিজৰ পাল পৰিলত কথা সলাই দিলি,, সকলো একেই,, তাই ও কাৰোবাক ভাল পায়,, মোক কেনেকৈ আপোন কৰিব,,, 
,,প্ৰিয়া,, ,,হ'ব হ'ব দে আজিৰ পৰা নকও,
  তেনেদৰে অলপ দিন কথা পতা পিছত,,, 
,,,এদিন হঠাতে,,  প্রিয়া খা খাবৰ নাই,,
,,চুমনে বহুতো বাৰ তাই লগত যোগাযোগ কৰিব চেষ্টা কৰিলে,  কিন্তু তাই মোবাইল অফ আছিল,, 
,,,চুমন ভাগী পৰিছিল,,, 
 ,,,যি হওক তাই আনক ভাল পালেও সি তাইক ভাল পায়,, 
 ঠিক কেইদিনমান তেনেদৰে পাৰ হ'ল.
   চুমন শুই আছিল বিচনা খনত,,  তেনেতে তাৰ মোবাইল তো বাজি উঠিল,,  সি লৰালৰিকৈ ফোনটো চাই দেখে সেয়া দেখোন প্রিয়া ফোন,, 
,,,সি তেতিয়াহে শান্তিৰ উশাহ লৈছে,,  সি ফোনটো লৰালৰিকৈ ফোনটো ধৰিলে,,  আৰু অজানিতেই চকুৰ পানী বৈ আহিল কাৰোবাৰ প্রতি অধিৰ আগ্ৰহে বাত চাই থকা লগতে অভিমান প্ৰকাশ পাইছে,, 
,,,প্রিয়া,,, হেল্লৌ চুমন,, 
,,,চুমন নামাতিবা,, 
,,,প্ৰিয়া,,, ঔই চৰি না,, প্লিচ বেয়া নাপাবি,,  মোৰ বহুতো দুখ ঔ,,  মই মৰিম আৰু,,, ,,,
তেনিকৈ প্রিয়াই কলত সি ঘপকৈ মাত দিলে
,,,,চুমন,,,, কি কথা বোৰ ক হা তই,,,  এনেকুৱা কথা ক'লে তোৰ লগত মই কোনোদিনে কথা নাপাতো ,,
,,,প্রিয়া,,,, ঔ ঠিক আছে নকও দে,, 
,,চুমন,,,পিছে কি হ'ল ক চোন,,?  কিয় এইকেইদিন ফোন অফ আছিল, 
,,,, প্রিয়াই কান্দি কান্দি উত্তৰ দিলে,
,,,মোক মই ভালপোৱা ল'ৰাটোৱে ঠগিলে,, সি আনক ভাল পায়,, আৰু মোক ব্লক কৰি থৈ দিছে,, 
,,,চুমন,,, কি ফটোৱা কথা বোৰ গাই থাক,,  তই দেখোন তাৰ কথা ইমান গাই থাক সি ভাল, এনেকুৱা তেনেকুৱা, তোক বৰ ভাল পায়,,।।  তোৰ মুখত শুনি তাক ভাল যেনে লাগিছিল,,  কিয় বা এনে হ'ল,, কিবা এটা নিশ্চয় কাৰণ আছে,,।  বাৰু তাৰ ফোন নাম্বাৰ দে মই কম কি ক'ব লাগে,,? 
,,,,প্রিয়া,,, নালাগে দে,,  যি ভাল নাপায়,, ভালপোৱা লগত নাটক কৰে,,  টাইম পাচ কৰে,, তেনে মানুহে,,  আনৰ কথা নুশুনে,, তোক হে বেয়া কে ক'ব,,  আৰু তোক বেয়াকৈ ক'লে মোৰ সহ্য নহব,, মোৰ মন বেয়া হ'ব,,, 
,,,চুমন,,,, তোৰ পব্লেম মোৰো পব্লেম ন,,,  আমি ভাল বন্ধু,,, ইজনে আনজনক সহায় নকৰিলে কেনেকৈ হ'ব,,।, 
,,,,প্ৰিয়া,,, এতিয়া বাদ দে সেইবোৰ,, তোৰ ক,?  তই ভালপোৱা জনি কি হ'ল...
   হাঁহি এটা মাৰি ক'লে
,,, চুমন,,, তাইৰো তোৰ  দৰে হ'ল,, ঠগ খালে,,, যি জনক ভাল পাইছিলে,,
,,,প্রিয়া,, কি কথা হে,, তাই আৰু মোৰ গতি একে যে,,, তাই মোৰ কিবা কপালৰ লিখনি বিধিয়ে একে লিখিলে নি,,,। 
,,, চুমন,,,হবও পাৰে ঔ তিপচি,, । সেইটো কথা বাদ দে,, তই থাকিলে মোক আন নালাগে,,। 
,,প্রিয়া,,,, কিয়,,, আন  নালাগে,,, 
,,,চুমন,,, ঔই তিপচি তোকে মই লৈ আহিম,, একেলগে থাকিম,, বিয়া খন কৰি পেলাম,,, 
,,, প্রিয়া,,, কি কথা বোৰ যে ক আৰু তই,,
,,অৱশেষত চুমনে প্রিয়াক কৈ দিলে,,  
,,,মোৰ কোনো আন নাই ঔ,, মই তোক ভাল পাওঁ,, কিন্তু তই আনক ভাল পাব বুলি গ'ম পাই মই নকলো,,। 
,,প্রিয়া,,, সচাকৈ নি চুমন,, ফটোৱা নহয় তো ? 
,,,চুমন,,, ওম সচাকৈয়ে তো, 
,,,,প্রিয়া,,, নাই ঔ চুমন তোক মই ভাল বন্ধু হিচাপে ভাবো,, আৰু মই এতিয়াই আন এটা সম্পৰ্ক গঢ়িব বিচৰা নাই,,।  হৃদয় খন এবাৰ ভাগিছে,,, আৰু কষ্ট পাব নিবিচাৰো,, ।
,, চুমন ,,,ঠিক আছে দে,,,,  তই যদি কেতিয়াবা মোৰ লগত সম্পৰ্ক কৰিব পাৰিম বুলি ভাব,,  মোৰ হৃদয়ৰ দোৱাৰ সদায় খোলা থাকিব,,।  এতিয়া আমি বন্ধু হিচাপে কথা পাতিম,, আৰু এটা মনত ৰাখিবি দুজন ভাল বন্ধুৰ মাজত প্রেম হ'লে সেই প্রেম যুগমীয়া হয় ‌
,প্ৰিয়া,, ,,হয় নি,,, ওম ঠিক আছে দে? 
,,,চুমন,,,  ঔই তিপচি বেয়া পালি নি ?   পিছত চাম
,,প্রিয়া,,, নাইপোৱা ঔ,, কিয় পাম,,, 
,, চুমন,, ওমম,, ঠিক আছে দে,,, মই কাম এটা কৰি লও,,  পিছত আকৌ কথা পাতিম,, 
,,,প্ৰিয়া,,, ওম ঠিক আছে দে,, 
,,,ফোন তো কাটি চুমন কাম কৰিব গ'ল,,,, এতিয়া হে তাৰ মনটো, শান্তি,,,।  
,,,তেনে দৰে তাহতৰ মাজত ৬ মাহ মন কথা পতা পিছত,,, প্রিয়াৰ মনটো চুমনৰ প্রতি ভালপোৱা ভাৱ আহিবলৈ ধৰিলে,,, 
,,,এদিন প্রিয়াই চুমনক ক'লে,,,, ঔই চুমন,, 
,,চুমন,,,  ওম ক? 
,,,প্ৰিয়া,,, ,তই যে মোক ভাল পাও বুলি কৈছিলি সচা নে মিচা,, 
,,,,চুমন,, কি তোক মিচা কোৱা যেন লাগে নি,,?  সচা ভাল পাও তোক,, 
,,,পিয়া,, কেতিয়াবা এৰি নাযাৱ তো ? 
,,চুমন,, নাযাও ঔ,, শপত তোক বহুতো ভাল পাওঁ,,  
,,,,,প্ৰিয়া,,, ঔই শুন চুমন ,,,ময়ো তোক ভাল পাওঁ,, 
,,চুমন,,, সচাকৈ নে,,,, 
,,চুমনৰ মনটো বহুতো ভাল লাগিল,, কাৰণ আজি সি ভালপোৱা ছোৱালী জনীয়ে তাৰ প্ৰস্তাৱ আকোৱালি ললে,, 
,,,এনেদৰে তাহতৰ বন্ধুত্ব সম্পৰ্ক পৰা প্রেম হ'ল,, অৱশেষত ঘৰৰ পৰা দুটাইক বিয়া পাতি দিলে,, 
,,, ইয়াকে কয় প্রেম আৰু বন্ধুত্ব। 
এজন ভাল বন্ধু সমান নিজৰ আপোন জন আন কোনো হ'ব নোৱাৰে,,, এজন ভাল বন্ধুৱে আনজন বন্ধুৰ কথা সকলো জানে,,  আৰু তাৰ পিছত সম্পৰ্ক কৰে,,  এনে সম্পৰ্কত কোনো চেক্সিফাইচ অথবা কম্পমাইচ বোলা শব্দ নাহে,,,,  মাত্র সচা প্রেম, বিস্বাস,,  আৰু অযুত মৰম আহে,, ,,
 
      ✍ শ্ৰী কৃষ্ণ প্ৰসাদ



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ প্রেম আৰু বন্ধুত্ব যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু কাহিনী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কাহিনী সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ লিখকৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !