বাও চকু লৰিলে কি হয় ? Assamese Facts


কেতিয়াবা ভাবি আচৰিত হওঁ যে আমাৰ বাও চকু লৰিলে কি হয় ? চকু লৰাৰ আঁ‌ৰত বিজ্ঞানসন্মত কাৰণ থকাৰ সমান্তৰালকৈ কিছুমান জ্যোতিষ বিষয়ক কাৰণো জড়িত হৈ আছে।  এই কাৰণ সমূহ আৰু ইয়াৰ অৰ্থ সমূহ জানি আপুনি আচৰিত হৈ পৰিব পাৰে।  তেন্তে আহকচোন আমি আলোচনা কৰো।


জ্যোতিষ শাস্ত্রমতে বাও চকু লৰিলে কি হয় ?

~> ছোৱালী সকলৰ যদি বাও চকু লৰে,  তেনেহলে কাৰোবাৰ পৰা অপমান বা লজ্জিত হোৱাৰ আশংকা থাকে।

~> ল'ৰা সকলৰ যদি চকু লৰে,  তেনেহলে শত্রুৰ লগত কাজিয়া বা অশান্তি আহিব পাৰে।


বাও চকু লৰাৰ কাৰণ কি ?

~> কম্পিউটাৰ বা মোবাইল বেছি সময় ব্যৱহাৰ কৰিলে টোপনি কম হয়,  ফলে চকু লৰে।

~> কম পোহৰত বহি বেছি সময় পঢ়িলে বা কাম কৰিলে,  এই চকু লৰে।

~> বহুতৰে এলার্জি বা চকু পানীৰ হিস্টামিন কম থাকে সেই বাবেও চকু লৰে।

~> অতিৰিক্ত মদ্যপান কৰাৰ ফলতো বাও চকু লৰে।


বাও চকু লৰা বন্ধ কেনেকৈ কৰিব ?

~> চকু লৰা বন্ধ কৰিব বিচাৰিলে, টোপনি সময় বৃদ্ধি কৰক।  যদি আপোনাৰ পৰিপূর্ণ টোপনি হয় তেনেহলে চকু লৰা বন্ধ হ'ব।

~> লিখা পঢ়া বা অফিচত কাম কৰিলে কিছু সময়ৰ মূৰে মূৰে পানী মাৰিব,  তেনেহলে চকু লৰা বন্ধ হ'ব।


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ তথ্য সমূহ জানি যদি আপোনাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post