বন্ধু বান্ধৱী সকল আজি আমি এই আর্টিকেলটোত কেইটামান গীতাৰ বাণী অসমীয়াত আশা কৰোঁ এই গীতাৰ বাণী আপোনালোকৰ ভাল লাগিব।
গীতা বাণী অসমীয়া
যিকনো ব্যক্তি জীৱনত
যি হ'ব বিচাৰে সেয়া হ'ব পাৰে, যদি
সেই ব্যক্তি সেই বিষয়ৰ ওপৰত
চিন্তা কৰে।
- Shri Krishna
অকল মনেই মানুহৰ শত্ৰু
বা মিত্র হৈ থাকে।
- Shri Krishna
জীৱনত না ভবিষ্যৎ আছে
না অতীত আছে।
জীৱন অকল মুহূৰ্তৰ বাবে,
অর্থাৎ মুহূৰ্তক অনুভৱ কৰাকেই
জীৱন কোৱা হয়।
- Shri Krishna
ফলৰ আশা বাদ দি
কর্ম কৰি যোৱা, পুৰুষেই নিজৰ
জীৱনক সফল কৰে।
- Shri Krishna
যি হ'ব সেয়া হ'বই
আৰু যি নহ'ব সেয়া কেতিয়াও নহ'ব।
এই ধৰণৰ চিন্তাধাৰা যাৰ
মাজত আছে, তাক কেতিয়াও দুশ্চিন্তায়
কেতিয়াও কষ্ট দিব নোৱাৰে।
- Shri Krishna
মই কৰো
এই ভাৱ যেতিয়াই কাৰোবাৰ
মাজত আহে, তেতিয়া
তাক অহংকাৰী কোৱা হয়।
- Shri Krishna
কর্ম কৰি যোৱা
ফলৰ চিন্তা নকৰিবা।
- Shri Krishna
Geeta Shlok Assamese
মই কেৱলমাত্র ঈশ্বৰৰ
আৰু ঈশ্বৰ অকল মোৰ, এইটো
মনে প্রানে মানা মাত্রই
ঈশ্বৰৰ লগত আমাৰ সম্পর্ক স্থাপন হৈ যায়।
- Shri Krishna
মন-বাণী ও কর্মৰ দ্বাৰা
কাৰোবাক কষ্ট নিদিবা।
- Shri Krishna
প্রতিটো কামক ধৈৰ্য সহকাৰে কৰা।
- Shri Krishna
কর্মই হ'ল পূজা।
- Shri Krishna
সন্মানিত ব্যক্তিৰ পৰা পোৱা
অপমান মৃত্যুতকৈ বেছি ডাঙৰ হয়।
- Shri Krishna
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Geeta Bani In Assamese সমূহ জানি যদি আপোনাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Post a Comment