মাৰ উক্তি | Mother Quotes & Status In Assamese

0
মা সকলোৰে প্রিয়,  মা হৈছে জিয়াই থকাৰ অক্সিজেন।  আজি সেই মাৰ উক্তি লিখিম আশা কৰোঁ এই মাৰ উক্তি সমূহ আপোনালোৰ ভাল লাগিব।
Mother Quotes & Status In Assamese



মাৰ উক্তি

১/
এই পৃথিৱীৰ সকলোতকৈ
ডাঙৰ যুদ্ধাগৰাকী
হৈছে মা।



২/
প্রয়োজনৰ কথা নাজানো,
কিন্তু মোৰ প্রথম প্রিয়োজনেই হ'ল
'মা'



৩/
ভালপোৱা সঁচাকৈয়ে অন্ধ হয়,
কাৰণ আমাৰ মায়েও আমাক নেদেখাকৈয়ে
ভাল পাবলৈ আৰম্ভ কৰি দিছিল।



৪/
প্ৰতিগৰাকী মাতৃ এজনী শ্রেষ্ট চিকিৎসক 
বিনা এম বি বি এচ ডিগ্রীত।



৫/
কিছুমান মহিলা আছে 
মেকাপ নকৰাকৈয়ে ভাল লাগে, যেনেকুৱা 
আমাৰ মা।



৬/
সকলাে কথাই সহ্য কৰি যাম,
কিন্তু মাক-দেউতাক লৈ বেয়া কৈ ক'লে 
সৰু-ডাঙৰ ছােৱাত নাই।



৭/
জীৱনত সুখী হ'বলৈ
মা-দেউতাৰ পৰা আশীৰ্বাদ প্ৰয়োজন,
মা-দেউতাই আশীৰ্বাদ দিলে গোটেই জীৱন
সুখী হ'ব পাৰি।



৮/
ঘৰখন যেনেকুৱাই নহওঁক মা'ৰ
অবিহনে ঘৰখন আধৰুৱা।



৯/
যিমানেই যি নহওঁক মোৰ মায়ে বনোৱা
সকলো বস্তুৱেই ভাল লাগে। 
বেলেগে বনোৱা যিমানেই নাখাওঁ কিয়, মাৰ হাতে
ৰন্ধা খাদ্য আমেজে বেলেগ।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Mother Quotes & Status In Assamese যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু Mother Quotes & Status In Assamese সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !