ফেচা ঘৰত সোমালে কি হয় | Assamese Facts

0

ফেচা হৈছে মা লক্ষ্মীৰ বাহন,  ফেচাক বহুতেই শুভ আৰু বহুতেই অশুভ বুলি কয়।  কিন্তু আজি আমি আলোচনা কৰিম ফেচা ঘৰত সোমালে কি হয় ফেচা ঘৰত সোমোৱাটো শুভ নে অশুভ জানিবলৈ সম্পূর্ণ পঢ়িব।

ফেচা ঘৰত সোমালে কি হয়


ফেচা হৈছে নিশাচৰ প্রাণী গোটেই ৰাতিটো জাগি দিনটোত শুই থাকে।  সাধাৰণতে ফেচাৰ মাতটো এনেকুৱা হয় যে ৰাতিৰ সময়ত ফেচা দেখিলে সকলোৱে ভয় কৰে।  সেই বাবে মানুহে ফেচাক দেখিলে অশুভ বুলি গণ্য কৰে।  ফেচাৰ মুখেৰে ওলোৱা শব্দয় ৰাতিৰ শান্ত বাতাৱৰনক ভয়ানক কৰি তোলে,  আহক তেনেহলে আলোচনা কৰোঁ ফেচা ঘৰত সোমালে কি হয়...

১. যদি কোনো গর্ভৱতী মহিলাই ফেচা দেখে তেনেহলে এইটো শুভ সংকেত হয়,  আৰু যদি সেই মহিলা গৰাকিক ফেচাই চুই যায় তেনেহলে তেওঁৰ হবলগা সন্তান বহুত ভাগ্যশালী হয়।

২. যদি কোনোবা ৰোগীক ফেচাই চুই যায়,  তেনেহলে তেওঁৰ গম্ভীৰ ৰোগও ঠিক হৈ যায়।

৩. পৰিক্ষা দিবলৈ যাওতে যদি ফেচা দেখা পায় তেনেহলে এইটো বহুত শুভ হয়।

৪. ৰাতিপুই ৰাতিপুৱা যদি ফেচা দেখা পায় বা ফেচাৰ মাত শুনা যায় তেনেহলে এইটো ধন সম্পতি আগমনৰ সংকেত হয়।

৫. ফেচাৰ চকুত চকু থব পাৰিলে অত্যন্ত শুভ মানা হয়, ফেচাই যদি বাওফালে চাই চিঞৰে তেনেহলে অশুভ মানা হয়।  আৰু যদি সোফালে চাই চিঞৰে তেনেহলে শুভ মানা হয়।

৬. যদি কোনো ঘৰত প্রায়ে ফেচা সোমাই থাকে আৰু কান্দি থাকে তেনেহলে এইটোক অশুভ মানা হয়। সেইখন ঘৰত ধনহানি হ'ব পাৰে।

৭. ফেচাক ৰাতিপুৱা গছৰ ওপৰত পূব দিষত বহি থকা দেখিলে এইটোক শুভ মানা হয়।

৮. ৰাতিপুৱা বিছনাৰ ওপৰত ফেচা বহি থকা দেখিলে বিবাহৰ সংকেত বুলি মানা হয়।

৯. সপোনত যদি ফেচা নিজৰ ওচৰত অহা দেখে তেনেহলে এইটোক শুভ বুলি মানা হয়।

১০. ফেচাক যদি আপুনি আপোনাৰ সন্মুখত খানা খোৱা  দেখে তেনেহলে এইটোক শুভ বুলি মানা হয়।


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ তথ্য সমূহ জানি যদি আপোনাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !