পৰীক্ষাৰ শুভেচ্ছা বাণী অসমীয়াত | মেট্ৰিক পৰীক্ষাৰ শুভেচ্ছা | Exam Wishes In Assamese


বন্ধু বান্ধুৱী সকল আপোনালোকে পৰীক্ষাৰ শুভেচ্ছা বাণী বিচাৰি আছে নেকি ? তেনেহলে আপুনি ঠিক জাঘাত আহিছে কাৰণ আমাৰ ৱেবচাইটত আমি বিভিন্ন ধৰণৰ শুভেচ্ছা বাণী পোষ্ট কৰি থাকো।
আজি আমি কেইটামান পৰীক্ষাৰ শুভেচ্ছা বাণী  আপোনালোকক দিম যি আপোনালোকে আপোনাৰ বন্ধু, বান্ধুৱী, ভাই, ভনী, লগত শ্বেয়াৰ কৰিব পাৰিব।


পৰীক্ষাৰ শুভেচ্ছা বাণী অসমীয়াত | Exam Wishes In Assamese


পৰীক্ষা দিবলৈ গৈ আছা ভালকৈ পৰীক্ষা দিবা,
চাৰক দেখি ভয় নাখাবা।
"তোমালৈ থাকিল পৰীক্ষাৰ বহুত বহুত শুভেচ্ছা''








তোমাৰ আশা যেন পূৰণ হয়,
তুমি যাতে পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰা
তাৰ বাবে 
''পৰীক্ষাৰ শুভেচ্ছা থাকিল''








সমুহ পৰীক্ষার্থীলৈ আন্তৰিক শুভেচ্ছা
জ্ঞাপন কৰিলো




মেট্ৰিক পৰীক্ষাৰ শুভেচ্ছা




সমুহ হাইস্কুল
শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষার্থীলৈ 
শুভেচ্ছা জনালোঁ।








পৰীক্ষা হৈছে আমাৰ জীৱনত
সফলতা লাভৰ এটি মাধ্যম।
আগন্তক পৰীক্ষাৰ বাবে তোমালৈ
মোৰ আন্তৰিক
শুভেচ্ছা থাকিল৷








যিহেতু পৰীক্ষা সমাগত
গতিকে মনপুতি পঢ়াত মনোযোগ দিয়া।

ভগৱানৰ ওচৰত মোৰ প্ৰাৰ্থনা
যাতে তুমি সফলৰাতে পৰীক্ষাত পাছ কৰি
তোমাৰ নাম উজ্জ্বলাই তোলা।
"হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শুভেচ্ছা"






আপোনাৰ প্রতিভা পৰিক্ষাৰ দ্বাৰা
প্রমাণ নহয়, আপুনি ভাল ফলাফল লাভ
কৰক তাৰেই কামনা কৰোঁ।
"পৰীক্ষাৰ শুভেচ্ছা জনালো"






আপোনাৰ যদি নিজৰ ওপৰত বিশ্বাস আছে,
তেনেহলে আপুনি পৰিক্ষাত ভাল
ফলাফল পাবই।
"পৰীক্ষাৰ শুভেচ্ছা জনালো"






তুমি বাজিব পাৰিছা যে
পৰিক্ষাত ভাল স্কোৰ কৰিব পাৰিবা,
সেই বাবে তোমাৰ কাৰণে
"হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শুভেচ্ছা"





মই জানো তোমাৰ দৰে এজন ল'ৰাই
ভাল ফলাফল কৰিবই,
সেই বাবে তোমাক জনাও
"পৰীক্ষাৰ শুভেচ্ছা"






মই জানো তোমাৰ দৰে এজনী  ছোৱালী
ভাল ফলাফল কৰিবই,
সেই বাবে তোমাক জনাও
"পৰীক্ষাৰ শুভেচ্ছা"





তোমাৰ যদি নিজৰ ওপৰত
বিশ্বাস আছে তেনেহলে কোনো
চ্যালেঞ্জক ভয় পাব নালাগে,
মই তোমাৰ পৰিক্ষাৰ সাফল্য
কামনা কৰিলোঁ।







তোমাক তোমাৰ প্রতিভা আৰু
তথ্যক কামত লগাব লাগিব, যাতে আমি
আনন্দৰ সৈতে ক'ব পাৰোঁ
আমাৰ প্রার্থনা কেতিয়াওঁ ব্যর্থ হোৱা নাই।
"পৰীক্ষাৰ শুভেচ্ছা জনালো"






তোমাৰ যদি নিজৰ ওপৰত বিশ্বাস আছে,
তেনেহলে তুমি পৰিক্ষাত ভাল
ফলাফল পাবাই।
"পৰীক্ষাৰ শুভেচ্ছা জনালো"




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ পৰীক্ষাৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু পৰীক্ষাৰ শুভেচ্ছা বাণী সমূহ জানিবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক, ধন্যবাদ।

Post a Comment

Previous Post Next Post