Assamese Attitude Quotes & Status | Assamese Attitude Status

0

Assamese Attitude Status

আমি আমাৰ জীৱনত ধনী হও বা দুখীয়া কিন্তু Attitude থাকিব লাগে, সেই বাবে আজিৰ এই আর্টিকেলটোত কেইটামান Assamese Attitude Quotes & Status লিখিম সেই কেইটা Assamese Attitude Quotes & Status আপোনালোকে যদি পঢ়ে তেনেহলে আশা কৰোঁ আপোনালোকৰ ভাল লাগিব।

Assamese Attitude Quotes & Status

কোনো মানুহক জোখতকৈ বেছি
গুৰুত্ব নিদিবা,
যিমানেই গুৰুত্ব দিবা সিমানেই
Attitude দেখাব।





বেয়া সময়ত কাষত থকাজন
সদায়ে ভাল,
কেৱল ভাল সময়ত কাষত 
থকাজন স্বার্থপৰ।





সম্পর্কবোৰত ভুল বুজাবুজি
হোৱাটো স্বাভাৱিক,
কিন্তু আমি সদায় ভুল বুজাবুজি বোৰ
শেষ কৰাটো উচিত,
সম্পর্ক বোৰ নহয়।





তুমি যেনেকুৱা তেনেকৈয়ে থাকা,
কেতিয়াও আনৰ বাবে নিজকে সলনি নকৰিবা
কিয়নো Original ৰ মূল্য Duplicate ত
সদায় বেছি।





এই জীৱনত কোনো কাৰো আপোন নহয়,
সেয়ে নিজক সবল কৰক
দুর্বল হ'লে সকলোৱে আপোনাক
আঘাত দিব বিচাৰিব।





সুখী হোৱাৰ  দুটা উপায়
১/ পৰিস্থিতি সলনি কৰা
২/ নিজে সলনি হৈ যোৱা।





জীৱনলৈ বেয়া সময়বোৰ
এই কাৰণেও আহে যাতে আমি বেয়া
মানুহবোৰ চিনি পাব পাৰোঁ।








জীয়াই থাকিলৈ যদি কেৱল উশাটোৰ
প্রয়োজন হ'ল হয়,
তেতিয়া মানুহে ইমান দুখ কষ্ট সহ্য
কৰিবলগীয়া নহল হয়।





ভাল মানুহকন ভগৱাণে সকলো নিদিয়ে,
কিন্তু সদায় কাষত থাকে
বেয়া মানুহক সকলো দিয়ে কিন্তু
কাষত নাথাকে।





কিছুমান ভুল ক্ষমা কৰি দিয়াটোৱেই
বহুত ডাঙৰ ভুল।





কিবা বেয়া পাইছা সন্মুখত আহি ক'বা
পিছফালৰ পৰাটো কুকুৰেও ভুকে।





সঁচা কথা
ভাল দিন পাবলৈ হ'লে
বেয়া দিনৰ সৈতে যুঁজিবই লাগিব।





পৃথিৱীত এনেকুৱা বহুত মানুহ আছে
যাৰ নিজৰে চৰিত্র  ভাল নহয়,
কিন্তু সংগী লাগে আকৌ ভাল চৰিত্রৰ হে।





বিপদত অকলে যুঁজিবলৈ শিকা
মানুহে কেৱল সহানুভূতি আৰু সমবেদনা হে দিব,
কেতিয়াও কাষত নাথাকে।





মই নিজেই নিজৰ প্রিয়
আন কাৰোবাক প্রিয় হ'বলৈ গৈ
নিজকে সলনি কৰাৰ
মোৰ কোনো ইচ্ছা নাই।





এটা কথা সঁচা যে
টকা-পইচাৰ অভাৱতেই
জীৱনৰ বহু সপোন অকালতে
শেষ হৈ যায়।










মানুহৰ মানৱীয়তা তেতিয়াই
শেষ হৈ যায়
যেতিয়া মানুহে আনৰ দুখত
হাঁহিবলৈ আৰম্ভ কৰে।





Attitude মোৰ নাই
মাত্র যিয়ে যেনেকোৱা ব্যৱহাৰ কৰে
মইও তেওঁক তেনেকোৱাই ব্যৱহাৰ কৰোঁ।






কিছুমান ব্যক্তি নিজ ইচ্ছা মতে
সলনি নহয়,
আপোন মানুহৰ অৱহেলা কিছু বেয়া পৰিস্থিতি
আৰু সময়ে মানুহক বাধ্য কৰিই
সলনি হবলৈ।






বাস্তৱতা বুজিবলৈ নির্দিষ্ট কোনো
বয়সৰ প্রয়োজন নহয়,
তুমি যিমানেই বেয়া পৰিস্থিতিৰ লগত যুঁজ
কৰিবা সিমানেই বাস্তৱতা বুজাৰ
ক্ষমতা তোমাৰ হ'ব।





দুখীয়াৰ ঘৰত টকাৰ অভাৱ হ'ব পাৰে
কিন্তু মৰমৰ অভাৱ 
কেতিয়াও নহয়।





সেইসকল মানুহক মই বহুত বেয়া পাওঁ,
যিসকলে ধেমালিৰ চলেৰে 
হাঁহি হাঁহি অপমান কৰি কথা কয়।





কাৰোবাৰ মন,
কাৰোবাৰ সন্মান,
কাৰোবাৰ দুর্বলতা,
কাৰোবাৰ ভালপোৱা,
কাৰোবাৰ জীৱন,
কাৰোবাৰ বিশ্বাস,
এইবোৰৰ ওপৰত কেতিয়াওঁ 
ধেমালি নকৰিব।





নিকে দুখত আছো
তাত কাৰো অসুবিধা নাই,
কিন্তু কাৰোবাৰ দুখ হওঁক সেইটো
কেতিয়াও নিবিচাৰো।





যাৰ খং উঠিলে প্রকাশ কৰি পেলায়
তেওঁলোক বহুত ভাল মনৰ মানুহ হয়!
কিন্তু যাৰ খং উঠিলেও মাখেৰে
প্রকাশ নকৰে তেওঁলোক
সাপতকৈয়ো বিষাক্ত হয়।





জীৱনত চাৰিটা বস্তু
কেতিয়াও কাৰো নাভাঙিবা,
"প্রতিশ্রতি"
"বিশ্বাস"
"সম্পর্ক"
"মন"
কাৰণ এইকেইটা যেতিয়া ভাঙি যায়
কোনো শব্দ নহয় কিন্তু 
বহুত বেছি কষ্ট হয়।





বিপদত আপোনাৰ কাষত
কোনোবা মানুহ থাকক বা নাথাকক
কিন্তু আপোনাৰ উন্নতি দেখি
জ্বলি পুৰি মৰা মানুহৰ অভাৱ নাই।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Assamese Attitude Quotes & Status যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু Assamese Attitude Quotes & Status পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !