![]() |
স্বামী বিবেকানন্দৰ বাণী |
স্বামী বিবেকানন্দৰ বাণী
সকলোতকৈ ডাঙৰ ধর্ম হ'ল
নিজৰ স্বভাবৰ প্রতি নির্ভূল হোৱা
নিজৰ ওপৰত বিশ্বাস কৰা।
~ স্বামী বিবেকানন্দ ~
এটা সময়ত এটা কাম হে কৰিবা,
আৰু সেই সময়ত সেই কামটিত নিজৰ
মন প্রাণ সপি দিবা আৰু বাকি
সকলো পাহৰি যাবা।
~ স্বামী বিবেকানন্দ ~
ব্রহ্মাণ্ডৰ সকলো শক্তিয়েই
আমাৰ তাত নিহিত হৈ থাকে
সেই সকল আমিয়েই যিয়ে নিজৰ
চকু জুৰি ঢাকি ধৰো আৰু
কান্দিব ধৰো যে কিমান অন্ধকাৰ।
~ স্বামী বিবেকানন্দ ~
সঁচা সফলতা আৰু আনন্দৰ মূল ৰহস্য হৈছে
যি পুৰুষ বা মহিলাই বিনিময়ত
একো নিবিচাৰে।
~ স্বামী বিবেকানন্দ ~
অমৃত বচন অসমীয়া
যি অগ্নিয়ে জাৰত আমাক উত্তাপ দিয়ে
সেই অগ্নিয়েই আকৌ ধ্বংসও
কৰিব পাৰে!
সেইটো অগ্নিৰ দোষ নহয়।
~ স্বামী বিবেকানন্দ ~
এদিনো যদি আপোনাৰ সমস্যা অহা নাই
তেনেহলে সুনিশ্চিত যে আপুনি
ভুল পথে গতি কৰিছে।
~ স্বামী বিবেকানন্দ ~
দুর্বলতাক কেতিয়াওঁ
ঠাই নিদিবা আৰু ইয়াক
বাঢ়িবলৈ নিদিবা।
~ স্বামী বিবেকানন্দ ~
যি সত্য তাক নির্ভয়ে
সমাজৰ আগত কোৱা,
এদিন নহয় এদিন সমাজে
স্বীকাৰ কৰিবই।
~ স্বামী বিবেকানন্দ ~
যিজনে এই জনমতেই
মুক্তি লাভ কৰিব বিচাৰে,
তেন্তে তেওঁ এই জনমতেই
হাজাৰ বছৰৰ কাম কৰিব লাগিব।
~ স্বামী বিবেকানন্দ ~
উঠা আৰু জাগ্রত হোৱা
যেতিয়ালৈ তুমি তোমাৰ লক্ষ্যত
উপনিত হ'ব নোৱাৰা।
~ স্বামী বিবেকানন্দ ~
কেৱল সেইজনেই জীয়াই থাকে,
যিজন কেৱল আনৰ বাবে
জীয়াই থাকে।
~ স্বামী বিবেকানন্দ ~
আমি সেইজনেই
যাক আমাৰ চিন্তা-ধাৰাই সৃষ্টি কৰিছে,
গতিকে মনত ৰাখিব যে আপুনি
কি ভাবিছে।
~ স্বামী বিবেকানন্দ ~
তুমি যি ভাবা সেয়াই হ'ব,
যদিহে তুমি নিজকে কমজুৰি বুলি
ভাবিছা তেনেহলে তুমি কমজুৰি হৈ যাবা!
যদি তুমি নিজকে বলী বুলি ভাবিছা
তেনেহলে শক্তিশালী হৈ যাবা।
~ স্বামী বিবেকানন্দ ~
এক উচিত বিচাৰ লোৱা আৰু
সেই বিচাৰটোকেই নিজৰ জীৱন কৰি লোৱা,
মন-মগজু সপি দিয়া তাত
আৰু বাকি সকলো কিনাৰত থৈ দিয়া!
এয়াই হৈছে সফলতাৰ প্রাপ্তিৰ উৎকৃষ্ট উপায়।
~ স্বামী বিবেকানন্দ ~
যিজনে তােমাক সহায় কৰে,
সেইজনক কেতিয়াও পাহৰি নাযাব!
যিজনে তােমাক ভাল পায়,
সেইজনক কেতিয়াও ঘৃণা নকৰিব,
যিজনে তােমাক বিশ্বাস কৰে,
সেইজনক কেতিয়াও নঠগাব।
~ স্বামী বিবেকানন্দ ~
সত্যৰ কাৰণে সকলো ত্যাগ কৰিব,
কিন্তু কোনো কাৰণতে সত্যক
ত্যাগ কৰিব নালাগে।
~ স্বামী বিবেকানন্দ ~
যি পাৰ হৈ গ'ল সেই অতীতলৈ আৰু
উভতি নাচাবা,
কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে
আদম্য উৎসাহেৰে তথা দুর্জয়
সাহসেৰে আগবাঢ়া।
তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ'ব পাৰিবা।
~ স্বামী বিবেকানন্দ ~
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ স্বামী বিবেকানন্দৰ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু স্বামী বিবেকানন্দৰ বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Nice staus.. i really liked vivekanda sayings in assamese... especially first quote.
ReplyDelete