জুম্মা মোবাৰক শুভেচ্ছা বাণী | Jumma Mubarak Wishes In Assamese | Jumma Mubarak Quotes & Status In Assamese

0

জুম্মা মোবাৰক শুভেচ্ছা বাণী 

জুম্মা মোবাৰক

নামাজত আছে সুখ,
নামাজত আছে শান্তি,
নামাজ পঢ়িলে দূৰ হয়
মনৰ সকলো ক্লান্তি।
"জুম্মা মোবাৰক"









হে যুৱক
  যৌৱনতে চিজদাহ কৰি লোৱা,
কাৰণ বহু বৃদ্ধাক দেখিছো, নামাজ পঢ়ে ঠিকে, 
 কিন্তু চিজদাহ দিব নোৱাৰে।
"জুম্মা মোবাৰক"









চকু নহ'লে যেনেকৈ মানুহ অন্ধ, তেনেকৈ
নামাজ নহ'লে জান্নাতৰ
দৰ্জা বন্ধ।
"জুম্মা মোবাৰক"









আৰামদায়ক বিলাসী
বিচনাত টোপনি মাৰিলে কি হ'ব?
কবৰতো মাটি দি ভৰপূৰ।
"জুম্মা মোবাৰক"











আপুনি যদি নামাজ পঢ়া নাই,
অথবা নামাজৰ প্ৰতি ধাউতি নাই,
তেন্তে একেৰাহে ৪০ দিন মাজত খতি
নকৰাকৈ নামাজ পঢ়ি চাওক!
বুজিব নামাজৰ সোৱাদ  কিমান মধুৰ।
"জুম্মা মোবাৰক"










ধৰ্ম্মীয় পোছাক চাই ধৰ্ম্ম চিনে মানুহে,
ইবাদতৰ যোগেদিহে ইছলাম
চিনে আল্লাহে...।
"জুম্মা মোবাৰক"










গভীৰ ৰাতি
সকলোৰে দুৱাৰ বন্ধ হলেও
আল্লাহৰ ৰহমতৰ দুৱাৰ কেতিয়াও
বন্ধ নহয়...।
"জুম্মা মোবাৰক"










পৃথিৱীৰ মানুহে
অপৰাধিক বিচাৰে শাস্তি দিয়াৰ কাৰণে,
আৰু আমাৰ মালিক অপৰাধিক বিচাৰে
ক্ষমা কৰিবৰ কাৰণে...!
"জুম্মা মোবাৰক"










মৃত্যুৰ পিছত
সকলো মুছলমানৰে ঠাই হওক 
জান্নাতুল ফিৰদৌছ।
"জুম্মা মোবাৰক"









অপ্ৰয়োজনত
গোটেই দিন কথা কোৱাতকৈ 
এবাৰ "চুবহানআল্লাহ" কোৱা যথেষ্ঠ উত্তম।
"জুম্মা মোবাৰক"











শুক্রবাৰ মানে আপুনি আৰু এটা
গুনাহ মাফৰ সুযোগ পাই গ'ল!
আল্লাহ এই জুম্মাৰ দিনত আমাৰ সকলো
গুহান মাফ কৰি দিয়ক।
"জুম্মা মোবাৰক"










মুমিন সকলৰ বাবে
জুম্মাৰ দিন হ'ল সাপ্তাহিক
ঈদৰ দিন।
Ibne Majah 1098
"জুম্মা মোবাৰক"










শুক্রবাৰ মানে...!
সপ্তাহৰ শ্রেষ্ঠ দিন,
গুনাহ মাফৰ দিন,
দোৱা কবুলৰ দিন,
গৰীৱৰ হজৰ দিন।
"জুম্মা মোবাৰক"









হে আল্লাহ এই পবিত্র
জুম্মাৰ দিনত সকলোকে মাফ
কৰি দিয়া...।
"জুম্মা মোবাৰক"











হে আল্লাহ এই জুম্মাৰ দিনত
যি সকলক ক্ষমা কৰি দিব
তাৰ ভিতৰত মোকো
অন্তর্ভুক্ত কৰিবা।
"জুম্মা মোবাৰক"











ডাঙৰ ডাঙৰ চেলেব্রিটিক
ফলো নকৰি
হজৰত মুহাম্মত ( সাঃ )
ফলো কৰক জীৱন সলনি হ'ব।
"জুম্মা মোবাৰক"










জুম্মাৰ দিন মানে
গৰিৱৰ হজৰ দিন...।
"জুম্মা মোবাৰক"










জুম্মাৰ দিন মানে গুনাহ
মাফ হোৱাৰ দিন।
"জুম্মা মোবাৰক"









মছজিদৰ প্ৰথম শাৰীত এজন ভিক্ষাৰী বহিলেও
তাক উঠাই দিয়াৰ অধিকাৰ পৃথিৱীৰ
কোনো বাদশ্বাহৰ নাই।
"জুম্মা মোবাৰক"






ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ জুম্মা মোবাৰক শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু জুম্মা মোবাৰক শুভেচ্ছা বাণী পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !