এই ৪ টা গুণ থকা পুৰুষে আপোনাক কেতিয়াও ঠগিব নোৱাৰে | Qualities Of A Perfect Man In Assamese

0

বন্ধু বান্ধৱী সকল মানুহ দেখাত সকলো ভাল।  মানুহ চাই আমি বুজিব নোৱাৰো কোন ভাল কোন বেয়া, কিন্তু আমি আজি ক'ম মানুহৰ মাজত ৪ টা ভাল গুণৰ কথা। এই চাৰিটা গুণ যাৰ মাজত আছে তেওঁ কেতিয়াও মানুহক ঠগিব নোৱাৰে।  সেই চাৰিটা গুণ কি কি জানো আহক...


গুণী।

কিছুমান মানুহ সকলো সময়ত মানুহক উপকাৰ কৰি ভাল।  তাক মানুহে যিমানেই আঘাত নকৰক কিয়।  হয় তেনেকুৱা মানুহ এই পৃথিৱীত বহুত কম পাব, কিন্তু সেই মানুহবোৰ কেতিয়াও মানুহক ঠগিব নোৱাৰে।


দানশীল।

দানৰ অর্থ হ'ল আনক সহায় কৰা।  যাৰ ধন সম্পত্তি আছে তাইয় ধান কৰিব পাৰে, আৰু যাৰ ধন সম্পত্তি নাই তাইয় ধান কৰিব পাৰে।  দান সদায়ে ধনেৰে জোখা নহয়, প্রয়োজন অনুসৰি নিস্বার্থভাৱে কাৰোবাক পথ প্ৰদৰ্শন কৰা, বা কাৰোবাক নিজৰ সময় দি কিবা প্ৰকাৰে সহায় কৰা আদিও দানশীল গুণৰ ভিতৰত পৰে।
আৰ ধানশীল ব্যক্তি কেতিয়াও মানুহক ঠগিব নোৱাৰে।


মৰমীয়াল।

মৰমীয়াল মানুহ দুই ধৰণৰ।  এটা হ'ল সঁচা মৰমীয়াল।  এটা হ'ল মিছা মৰমীয়াল।  সঁচা মৰমীয়াল, আৰু মিছা মৰমীয়ালৰ মাজত পার্থক্য কি ?
সঁচা মৰমীয়াল, আৰু মিছা মৰমীয়ালৰ মাজত পার্থক্য এটাই।  মিছা মৰমীয়াল দেখাত ভাল আনেকুৱা লাগিব যে মানুহজন ভাল।  কিন্তু তেওঁ ভাল নহয়।  আৰু সঁচা মৰমীয়াল দেখাতো ভাল তাৰ মনটোও ভাল।  সেই বাবে মৰমীয়াল মানুহে কেতিয়াও মানুহক ঠগিব নোৱাৰে।


আচাৰ ব্যৱহাৰ।

সকলো পুৰুষৰ সামাজিক আচাৰ ব্যৱহাৰৰ জ্ঞান নাথাকে ৷  যি পুৰুষৰ এনে গুণৰ অভাৱ থাকে তেওঁ কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে।  আচৰণৰ বিশুদ্ধতা আৰু ব্যৱহাৰৰ গুণ হৈছে ভাল মানুহৰ অলংকাৰ।  সেই বাবে যদি কোন পুৰুষৰ সামাজিক আচাৰ ব্যৱহাৰৰ জ্ঞান আছে তেনেহলে সি কেতিয়াওঁ মানুহক ঠগিব নোৱাৰে।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ তথ্য সমূহ জানি যদি আপোনাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Tags

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !