বন্ধুত্ব দিৱসৰ শুভেচ্ছা বাণী | Happy Friendship Day In Assamese | Happy Friendship Status & Quotes In Assamese


বন্ধুত্ব দিৱসৰ শুভেচ্ছা বাণী

বন্ধু বান্ধুৱী সকল আজি ১ আগষ্ট আজি বিশ্ব বন্ধুত্ব দিৱস সেই বাবে আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান বন্ধুত্ব দিৱসৰ শুভেচ্ছা বাণী আশা কৰো এই বন্ধুত্ব দিৱসৰ শুভেচ্ছা বাণী সমূহ আপোনালোকৰ ভাল লাগিব।

বন্ধুত্ব দিৱসৰ শুভেচ্ছা বাণী | Happy Friendship Day In Assamese

টকা পইচা থাকক বা নাথাকক,
জীয়াই থাকিবলৈ জীৱনত ভাল বন্ধু-বান্ধৱী
থকাটো অতি প্রয়ােজনীয়।
(সকলােলৈ বন্ধুত্ব দিৱসৰ শুভকামনা জনালাে)






বন্ধুত্ব সম্বন্ধটো কোনো তেজৰ সম্পৰ্ক নহয়,
কিন্তু বুজাব নোৱাৰা এটা অনুভৱ।
(বন্ধুত্ব দিৱসৰ শুভেচ্ছা জনালো)






এজন ভাল বন্ধু প্ৰতিটো ক্ষণতে
তোমাৰ কাষত থাকিব নোৱাৰিব পাৰে,
কিন্তু বিপদৰ সময়ত প্ৰথমে
মাতষাৰ দিয়ে।
(বন্ধুত্ব দিৱসৰ শুভেচ্ছা জনালো)






এজন ভাল বন্ধু বিচাৰি পাবলৈ বহুত টান,
আঁতৰি অহা তাটোতকৈ কঠিন,
পাহৰিব খোজাটো অসম্ভৱ।
(বন্ধুত্ব দিৱসৰ শুভেচ্ছা জনালো)







বন্ধুত্ব এটা সম্পৰ্ক নহয়,
ই শৰীৰৰ এটা এৰাব নোৱাৰা অংগ।
(বন্ধুত্ব দিৱসৰ শুভেচ্ছা জনালো)






বন্ধুত্ব এনেকুৱা এটা সম্পৰ্ক
যিয়ে নোকোৱাকৈয়ে হৃদয়ৰ সমস্ত
কথা বুজি পাই।
(বন্ধুত্ব দিৱসৰ শুভেচ্ছা জনালো)





বন্ধুত্ব যি সুখবোৰ দুগুন কৰে,
আৰু দুখবোৰ এগুণ কৰে।
বন্ধুত্ব দিৱসৰ শুভেচ্ছা জনালো।






অপ্ৰয়োজনতো যি তোমাৰ কাষত থাকে,
তেঁওয়াই তোমাৰ প্ৰকৃত বন্ধু।
(বন্ধুত্ব দিৱসৰ শুভেচ্ছা জনালো)







সুখৰ সময়ত মানুহৰ প্ৰয়োজন নাই,
বিপদৰ সময়তহে মানুহৰ প্ৰয়োজন,
যিয়েই বিপদৰ সময়ত থাকে
তেওঁহে আচল বন্ধু।
(বন্ধুত্ব দিৱসৰ শুভেচ্ছা জনালো)







কিছুমান ভাল বন্ধু,
ফেচবুকতো পোৱা যায়।
(বন্ধুত্ব দিৱসৰ শুভেচ্ছা জনালো)






সকলো ভালপোৱাই প্ৰেম নহয়,
কিছুমান ভালপোৱা বন্ধুত্বও হয়।
(বন্ধুত্ব দিৱসৰ শুভেচ্ছা জনালো)







বন্ধু সেইজন নহয়,
যিজনে প্ৰয়োজনত ব্যৱহাৰ কৰে,
প্ৰকৃত বন্ধু সেইজনহে যিয়ে সমগ্ৰ পৃথিৱী
তোমাৰ বিপক্ষে হলেও,
তোমাৰ লগ দিয়ে।
(বন্ধুত্ব দিৱসৰ শুভেচ্ছা জনালো)





জীৱনত মাত্ৰ দুজন বন্ধু লাগে,
এজন কৃষ্ণৰ দৰে,
যিয়ে বন্ধুৰ জয় নিশ্চিত কৰে।
আৰু আনজন কৰ্ণৰ দৰে,
যিয়ে বন্ধুৰ পৰাজয় নিশ্চিত জানিও
বন্ধুক এৰি নিদিয়ে।
(বন্ধুত্ব দিৱসৰ শুভেচ্ছা জনালো)






বন্ধুত্ব বিশেষ মানুহৰ লগত নহয়,
যাৰ লগত হয় তেওঁৱেই বিশেষ হৈ পৰে।
(বন্ধুত্ব দিৱসৰ শুভেচ্ছা জনালো)




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ বন্ধুত্ব দিৱসৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু বন্ধুত্ব দিৱসৰ শুভেচ্ছা বাণী পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post