Life's Reality Quotes In Assamese | Assamese Heart Touching Quotes

0


আমাৰ জীৱনত গঠিযোৱা কিছুমান ঘটনা বা কিছুমান কথা পাহৰিব নোৱাৰি, কিন্তু এটা কথা ঠিক যে আমি সেই ঘটনা বা সেই কথাৰ পৰা বহু কথাই শিকিব পাৰো।
আমি জানো যে মানুহৰ ইচ্ছানুযায়ী জীৱন অতিবাহিত কৰা সম্ভৱ নহয়,
কিয়নো জীৱনলৈ অহা সুখ-দুখ আহিবই কিন্তু এয়া চিৰস্থায়ী নহয়,
 সেয়ে জীৱনৰ ভাল সময়খিনিক উপভোগ কৰা উচিত।

আমাৰ লিখনীবোৰ ভাল লাগিলে তলৰ শ্বেয়াৰ বটণত ক্লিক কৰি, আপোনাৰ বন্ধু বান্ধবীলৈ শ্বেয়াৰ কৰি দিব।

Life's Reality Quotes In Assamese


মানুহে মোৰ বিষয়ে কি ভাবে মই
নাজানো, কিন্তু
এটা কথা জানো, জীৱনটো নিজৰ গতিকে
মই নিজৰ মতেই চলিম।

 




জীৱনৰ আটাইতকৈ কঠিন কাম হৈছে
নিজক সংশোধন কৰা,
আৰু আটাইতকৈ সহজ কাম হৈছে
আনক সমালোচনা কৰা।

 




জীৱনটো আচলতে সৰল,
আমিহে ইয়াক খুতুৰি থাকি জটিল
বনাই পেলাও। 






পৃথিৱীত দুজন মানুহৰ সংখ্যা
সকলোতকৈ ক'ম,
সত্যবাদী আৰু প্রতিবাদী।





মনত ৰাখিবা পানীত কৈ চাহৰ মিঠা বেছি,
তথাপি পানীয়েহে পিয়াহ গুচাব পাৰে।
গুণতকৈ ৰূপৰ জিলিকনি বেছি, কিন্তু
গুণেহে মানুহক মহান কৰে।






এটা বয়সৰ পাছত ৰাতিপুৱা সোনকালে
উঠিবলৈ এলার্ম নালাগে, কাৰণ
ঘৰ আৰু জীৱনৰ দায়িত্বয়ে ৰাতিপুৱা
সোনকালে উঠাই দিয়ে।






পৃথিৱীত সকলোতকৈ ডাঙৰ
ডাষ্টবিন হ'ল মানুহৰ মন,
এই মনটো পৰিস্কাৰ ৰাখিলে গোটেই
পৃথিৱী পৰিস্কাৰ হৈ থাকে।






চিন্তাই ৰাতি দেৰিলৈকে জগাই
ৰাখে, আৰু
দায়িত্ব ই ৰাতিপুৱাই সোনকালে
উঠাই দিয়ে।






কনোবাই হয়তো ঠিকেই কৈছিল,
দুখীয়াই কেৱল সপোন দেখিবহে পাৰে,
পূৰন কৰিব নোৱাৰে।






সুন্দৰ চেহেৰাৰ বাবে বৰ বেছি
অহংকাৰ নকৰিব,
কাৰণ তোমাৰ মৃত্যুৰ পিছত
তোমাৰ নিথৰ দেহটো চুই সকলোয়ে হাত ধুব।






জীৱনত ভাগৰি পৰোঁ,
কেতিয়াবা নিজৰ লগত,
কেতিয়াবা সময়ৰ লগত,
কেতিয়াবা ভাগ্যৰ লগত,
আৰু কেতিয়াবা সম্পর্কবোৰৰ লগত।






মধ্যবিত্ত হাজাৰ সপোন, আশা মনত,
দুচুকুত টোপনি খুব ক'মে আছে, 
সপোনবোৰে শান্তি মনেৰে
শুবলৈয়ো যে নিদিয়ে। 






তিনিটা সত্য কথা।
একমাত্র সময়ে চিনাকি দিয়ে, কোন
কাৰ কিমান আপোন,

জীৱন সংগ্রামত পৰীক্ষাৰ নম্বৰ নহয়,
সময়ৰ অভিজ্ঞতাহে প্রয়োজন হয়,

টকাই কেৱল অহংকাৰ আনিব পাৰে,
সুখ আৰু সন্মান কেতিয়াওঁ 
আনিব নোৱাৰে।






অতিৰিক্ত বিশ্বাস মানেই
ঠগ খোৱাৰ লক্ষণ।






ধুনীয়া চেহেৰাই এজন লোকৰ
ব্যহ্যিকতা প্রকাশ কৰে,
কিন্তু এটা ধুনীয়া মনে সহস্রধিক লোকৰ
হ্ৰিদয় স্পৰ্শ কৰে।





অভাৱে ৰাতি সাৰ থাকিবলৈ
বাধ্য কৰে, আৰু
ঘৰৰ দ্বায়িত্বই ৰাতিপুৱা সোনকালে
   উঠিবলৈ বাধ্য কৰে।






কোনোবাই ধনী হ'ব বিচাৰে,
কোনোবাই ধুনীয়া হ'ব বিচাৰে,
কোনোবাই জনপ্রিয় হ'ব বিচাৰে,
কিন্তু মই মাথো সুখী হ'ব বিচাৰো।







মই কোনো কামৰ মানুহ নহয়,
তথাপি জীৱনটো মূল্যহীন বুলি নাভাবো,
কাৰণ বেয়া হোৱা ঘড়িয়েও দিনটোত 
দুবাৰ সঠিক সময় দিয়ে।






সহজতে যিটো বস্ত পোৱা যায় 
তাৰ মূল্য নাথাকে,
যিটো বস্ত পাবলৈ বহু পৰিশ্রম 
কৰিবলগা হয় তাৰ মূল্য বেছি।






মাজে মাজে মনলৈ আহে
অলপ স্বার্থপৰ হোৱা দৰকাৰ,

কাৰণ যিমান দেখিছো,
সকলোতে স্বার্থপৰ মানুহবোৰেই
বেছি সুখী,

আৰু নিঃস্বার্থ মানুহবোৰৰ চকুত 
সদায় চকুপানী।






মৌনতাৰ আশ্রয় লোৱা মানেই
মানুহজনৰ দুর্বলতা নিবুজায়,
মৌনতা জীৱনৰ অসফলতা নহয়,
ই ধৈর্যৰহে পৰিচয়।

 




সকলোৰে জীৱনত দুখ, কষ্ট,
সমস্যা থাকেই,

এইবোৰক যদি আমি জীৱনটো
নতুনকৈ সজাবলৈ ভগৱানে দিয়া 
উপহাৰ বুলি ভাবো,

তেতিয়া হয়তো জীৱনটো বেছি
জটিল নহ'ব।






কাৰো অপেক্ষা নকৰিবা,
তুমি যিমান ভাবা 
তাতকৈ বেছি দ্রুত গতিৰে জীৱনটো
আগুৱাই গৈ আছে।






জীৱনটোৱে তোমাক কথা দিয়া নাই যে
তুমি যি বিচৰিবা তাকে দিম বুলি,

তোমাক যি দিয়া হৈছে, তোমাৰ যি আছে
তাকে লৈ সুখী হ'ব পাৰিব লাগিব।

কাৰণ তোমাৰ যি আছে সেয়া হয়তো
আন বহুতৰে নাই।






কেৱল উশাহ লৈ থাকিলেই
জীয়াই থকা নুবুজায়,
দুচকুত সপোন আৰু হ্রদয়ত আশা 
থকাটো খুবেই প্রয়োজন।






ইমান পঢ়া শুনা কৰি কি কৰিছ,
বুলি প্রশ্ন কৰা বোৰ মূর্খ,

কাৰণ শিক্ষা অকল চাকৰিৰ বাবে নহয়
ভাল মানুহ হবলৈও
শিক্ষাৰ প্রয়োজন।






মানুহ ইচ্ছানুযায়ী জীৱন অতিবাহিত 
কৰা সম্ভৱ নহয়,

কিয়নো জীৱনলৈ অহা শুখ-দুখ আহিবই
কিন্তু এয়া চিৰস্থায়ী নহয়,

সেয়ে জীৱনৰ ভাল সময়খিনিক
উপভোগ কৰা উচিত।




 

অতীত তুমি কি আছিলা 
ভৱিষ্যত তুমি কি হ'বা সেইটো আন 
মানুহৰ বাবে অর্থহীন।
বর্তমান তুমি কি সেইটোহে
তোমাৰ বাৱস্তৱ।






মানুহৰ ওচৰত 
সাবধানে থকা উচিত, কাৰন
আজিৰ বন্ধুজন কাইলৈ শত্ৰুও 
হৈ যাব পাৰে।






আমি আমাৰ জীৱনত কিছুমান
মানুহ লগ পাও,

যি মানুহবোৰে অকল নিজৰ কথা চিন্তা কৰে
আৰু নিজে কেনেকৈ সুখী হ'ব সেইটো ভাবে।

প্রকৃততে সেই মানুহবোৰেই বেছি
সুখী হয়।






মানুহ মৰণশীল আৰু পৃথিৱী অমৰ,
কিন্তু আজিৰ সমাজৰ কিছুমান মানুহ
আছে তেওঁলোক যেন অমৰ,
আৰু পৃথিৱী মৰণশীল।






জীৱনৰ প্ৰতিটো খােজ খুব
জখি মাখি হে দিব, কাৰণ
কিছুমান ৰৈ থাকে সাধাৰন ভুল
এটিৰ সমালােচনাৰ বাবে।





 

আমাৰ জীৱনটো মাত্র দুদিনীয়া,
গতিকে দুদিনীয়া জীৱনটো ইমান
ৰা, অভিমান কিহৰ?

কোনোবাই ভুল কৰিলে ক্ষমা কৰি দিব,
আপুনি ভুল কৰিলে ক্ষমা বিচাৰিব।

জীৱন শেষ হৈ গ'লে আৰু
সুযোগ নাহে।

Related Searches. মৃত্যুৰ উক্তি,


ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Life's Reality Quotes যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু Life's Reality Quotes সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !