দুখৰ উক্তি | দুখৰ বাণী | Assamese Breakup Status & Quotes

0

বন্ধু বান্ধৱী সকল আজি আমি এই আর্টিকেলটোত কেইটামান Assamese Breakup Status লিখিম আশা কৰোঁ এই Assamese Breakup Status সমূহ আপনালোকৰ ভাল লাগিব।

Assamese Breakup Status & Quotes


কপালত আছে নে নাই
নাজানো হৃদয়ত আছা, আৰু
সদাই থাকিবা।





দূৰত্বই একোটা সম্পৰ্কৰ শেষ
কেতিয়াও কৰিব নোৱাৰে!
কিন্তু মৌনতাই সেই সম্পৰ্কবোৰ
শেষ কৰি দিয়ে।





মানুহৰ মুখৰ ভাষা যেতিয়া অসহায় হৈ যায়,
 তেতিয়াই চকুপানীয়ে কথা কয়।





জীৱন যি পাব লগা আছে
সকলো সময় থাকোঁতেই আদৰি লওঁক,
কিয়নো  জীৱনে সুযোগ কম দিয়ে
আৰু প্ৰতাৰণা বেজী কৰে।




জীৱনত সুখী হ'বলৈ হ'লে
টকাক পকেটত ৰাখিবলৈ শিকক!
মগজুত নহয় আৰু আশা নিজক লৈ কৰক,
আনক লৈ নহয়।





মা একমাত্ৰ নাৰী যাৰ লগত
বহুত কাজিয়া হ'ব পাৰে,
কিন্তু কেতিয়াও breakup নহয়।




Assamese Breakup Status

এবাৰ নহয়, দুবাৰ নহয়,
হাজাৰ বাৰ কাজিয়া লাগি সম্পৰ্কত
ফাট মেলিলেও।
সঁচা ভালপোৱা কেতিয়াও হাৰি নাযায়।
আকৌ, সম্পৰ্ক ঠিক হৈ যায়।






সত্য এইটোৱেই যে
টকা পইচা নাথাকিলে কোনো কাৰো
আপোন নহয়।





দুখৰ বাণী

সুখত নহয়, মই দুখতেই সুখী!
সুখবোৰ তেওঁকে দিয়া ভগৱান যাক মই
নিজতকৈও বেছি ভালপাওঁ।





অনুভূতিবোৰ আগৰ দৰেই আছে,
তুমি সলনি হৈ গ'লা,
সেইবাবেই হয়তো অনুভূতিবোৰৰ মূল্য
নাইকিয়া হৈ পৰিল।





সহজ সৰল মানুহবোৰ
অলপ কিছু পালেই সুখী হয়,
সেইবাবেই চাগে সিহঁতৰ কঁপালখন বহুত বেয়া।




Assamese Breakup Status

মই নহয় সময়ে বুজাব তোমাক,
আচলতে মোৰ মূল্য কিমান।






আটাইতকৈ অধিক
বিশ্বাস কৰাজনেই যেতিয়া বিশ্বাস ভাঙি দিয়ে,
তেতিয়া আৰু কাকোৱেই বিশ্বাস
কৰিবলৈ সাহস নহয়।





ভুল এটা কৰিলে গালি পাৰি দিয়া,
একো বেয়া নাপায়,
কথা পতা বন্ধ কৰি নিদিবা
বহুত কষ্ট পায়।






আনৰ দুখ সিহঁতে বুজিব শিকে,
যিয়ে নিজৰ দুখৰ চকুলো লুকাই হাঁহিব শিকে।





অকলশৰে আৱদ্ধ কোঠাত
নীৰৱে কন্দাৰ সমান কষ্ট আৰু বেলেগ নাই।





অসমীয়া দুখৰ Status

এটা সম্পৰ্ক কৰিবলৈ দুজনৰ প্ৰয়োজন
আৰু ভাঙিবলৈ এজনে যথেষ্ট।






যেতিয়া প্ৰতি টোপাল
চকুলোৱে উকা কাগজ তিয়াই পেলাব,
সঁচা প্ৰেমৰ পবিত্ৰতাই নতুন
কবিতা ৰচিব।





এই পৃথিৱীত সেইজন মানুহেই
বেছি কষ্ট পায়,
যিজনে মানুহক নিসন্দেহে অন্ধৰ দৰে
বিশ্বাস কৰি পেলাই।




Assamese Breakup Status

শাৰীৰিক চাহিদা পূৰাবলৈ
মানুহৰ অভাৱ নাই,
কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ
যোগ্য মানুহৰ বৰ অভাৱ এই পৃথিৱীত।





যিমানেই ডাঙৰ হৈছোঁ
আনন্দবোৰ সিমানেই দূৰৈত
হেৰাই গৈছে।





সপোন এটাক কল্পনা কৰিবলৈ
বহুত সহজ,কিন্তু
সপোনটোক বাস্তৱ ৰূপ দিবলৈ
বহুত টান।




প্ৰেম হোৱাৰ কাৰণটো
ধৰিব নোৱাৰাৰ বাবেই চাগে আজি,
বিচ্ছেদৰ কাৰণ মই বুজিব নোৱাৰিলোঁ।





তোমাৰ অবিহনে জীয়াই থকাটো
বহু কঠিন,আৰু
এই কথা তোমাক কোৱাটো
তাতকৈয়ো কঠিন।






তোমাক বিচাৰিলেও নাপাওঁ বুলি জানোঁ
তথাপিও তোমাৰ হোৱাৰ সপোন দেখো,
কিয় জানানে? কাৰণ হৃদয়খন যে
তোমাক দি পুনৰ ঘূৰাই লব নিশিকিলো।





জীৱনত যাৰ লগত সুখ-দুখবোৰ
ভগাই লোৱাৰ কথা আছিল,
তেঁওৱেই চোন মোক দুখ দি আঁতৰি
গুচি গ'ল।





Assamese Breakup Status

সুখ হাজাৰ বিচাৰিলেও নাপাওঁ,
কিন্তু দুখ বোৰ নিবিচাৰাকৈয়ে
বহুত পাওঁ।






তুমি সকলোকে হৃদয়ত স্থান দিব নোৱাৰা,
যাক এবাৰ স্থান দিবা তেওঁ নাথাকিলেও
তেওঁক পাহৰিব নোৱাৰা।






আৰু অলপো অভিযোগ নাই মোৰ
তোমাৰ ওপৰত,
কি লাভ আছে কোৱা অভিযোগ কৰি,
য'ত মোৰ অভিমানৰেই অকণো
মূল্য নাই।







যত বিশ্বাস আৰু আস্থা নাই
তাত ভালপোৱা কেতিয়াও
হ'ব নোৱাৰে।





যদি কোনোবা এনেকুৱা এজন
থাকিলেহেঁতেন যি কাষলৈ আহি কয়,
দুখ নকৰিবা, তোমাৰ দুখত মোৰো
দুচকু সেমেকে।





Assamese Breakup Status

মিছা প্ৰতিশ্ৰুতিতকৈ স্পষ্ট প্ৰত্যাখান
বহুতেই ভাল।






কিছুমান দুখ একান্ত ব্যক্তিগত,
যিটো বিচাৰিলেও কাৰো লগত Share
কৰিব নোৱাৰি।






সময়ে বান্ধি দিয়া মৰমৰ
সম্পৰ্কবোৰ সময়েই ছিগি ভাগি
থৈ গুচি যায়।






প্ৰয়োজন শেষ হ'লে,
এদিন সকলোৰে ব্যৱহাৰ সলনি
হৈ যায়।






অবুজন মানুহৰ লগত
সম্বন্ধ স্থাপন কৰাতকৈ জীৱনত
অকলে থকা বহুত ভাল।






সমস্যা মোৰ এটাই,
বেলেগৰ আগত কান্দিব নোৱাৰোঁ,
আৰু নিজানত অকলে হাঁহিব নোৱাৰো।






ল'ৰা বােৰক কৈছোঁ দে,

প্রেমত Breakup হােৱাৰ পিছত
মদৰ বটলত হাত নহয় কমত হাত দিবা,

মাদাহী হ'লে তাই এদিন হাঁহিব
কিন্তু কাম কৰি উন্নতি হ'লে তাই এদিন কান্দিব।


Related Searches. মৃত্যু Status Assamese, 



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Assamese Breakup Status & Quotes যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু Assamese Breakup Status & Quotes সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !