Funny Status & Quotes In Assamese | অসমীয়াত জমনি লাইন।

0

 ১)





২)

নূপুৰৰ শব্দ শুনি সকলোৰে ভাল লাগে,
কিন্তু এবাৰ ভাৱকচোন 
সেইটো যদি ৰাতি ১ বজাত বাজি উঠে
কেনে লাগিব।
😄😄😄 





৩)

আজিকালি কেচুৱাই YouTube চাইহে ভাত গিলে,
আমাৰ দিনত যেনিবা-
''হাপা আছি হাপা আছি'' বুলি কওঁতেই
ভাত খাই শেষ কৰি দিছিলো।
😃😃😃





৪)

কিনো দিন আহিল
এজনী  GF'ৰ অভাৱত সমাজৰ আগত
মুখ দেখুৱাব পৰা নাই।
😂😂😂




৫)

১৮ বছৰ আগত সকলো দেৱশিশু,
১৮ বছৰ পিছত সকলো
হৈ পৰে বাবু।
😄😄😄




৬)

বিয়াৰ পিছত নিজৰ মানুহজনীক 
ইমানেই মৰম কৰিম, যে
 
কাষৰ ঘৰৰ বৌ জনীয়ে দেখি ক'ব লাগিব
মই ইয়াৰ মানুহজনী হোৱা হ'লে।
😃😃😃





৭)
 
ওচৰৰ ঘৰৰ খুড়ীকেইজনীয়ে পিঠা খাব মাতিছিল,
একেলগে বহি পিঠা খাই আছিলো এতিয়া মই
গোটেই গাওঁৰ কথা জানো।
😁😁😁




৮)

কবিয়ে কৈছে 
বিয়াৰ আগত কমেও দুবছৰ
প্রেম কৰা উচিত।
😄😄😄




৯)

জন্ম-মৃত্যু বিবাহ
ভগৱানৰ হাতত মাজত প্রেম বোলা বস্তুটোহে 
পত্নীৰ হাতত। 😃😃😃




১০)

হে ভগৱান কেতিয়া আহিব মোৰ জীৱনলৈ
সেই গৰাকী নাৰী, 
যি মোক ৰান্ধি খুৱাব মাছৰ তৰকাৰি।
😂😂😂





১১)

যাৰ GF নাই সি GF বিচাৰি ফুৰে আৰু 
যাৰ আছে সি শান্তি বিচাৰি ফুৰে।
😃😃😃




১২)

আপুনি জানেনে প্রেম কৰাৰ বসয়ত
প্রেম নকৰাটো এটা অপৰাধ।
😄😄😄




১৩)

আজিকালিৰ প্রেম Bluetooth ৰ দৰে হৈ গৈছে,
ওচৰলৈ আহিলে Connecting দূৰলৈ গ'লে 
Searching For A New Device
😃😃😃




১৪)

নিজৰ Girlfriend'ৰ আগত তাইৰ বান্ধবীৰ গুণ গোৱা
আৰু Petrol Pump'ৰ কাষত গৈ চিগাৰেট খোৱা
একেই কথা... 😃😃😃 





১৫)

ছোৱালীবোৰক বয়স সুধিলে বেয়া পায়,
কিন্তু Birthday পাহৰিলে তোমাক
মাৰি পেলাব।
😃😃😃





১৬)

জীৱনৰ পৰা সেইদিনাই বিশ্বাস
হেৰুৱাই পেলালাে, যি দিনা গম পালোঁ যে
গৰম মছলা গৰম নহয় আৰু
মিঠা তেল মিঠা নহয়।
😀😀😀





১৭)

হঠাৎ মৰি থাকিম আৰু চবে ভাৱিব
আগৰ দৰে ৰাতিপূৱা দেৰিকৈ
শুই থকা বুলি।
😀😀😀





১৮)

বুজি নাপাওঁ ফিল্মত খুন্দা খালে
কেনেকৈ প্রেম হয়, আৰু এইফালে মই খুন্দা খালে
তাই কয়। ঐ অন্ধ নেকি কেলা।
😀😀😀





১৯)

পুৰুষ হৈও যাৰ নাই দাড়ি,
কবিয়ে নাম দিছে সীমিত আকাৰে নাৰী।
😀😀😀






২০)

যৌৱন কালত
কলেজ কঁপােৱা ছাত্রী,
আজি মাতাল স্বামীৰ অৱহেলাৰ পাত্রী।
😀😀😀




২১)

যৌৱন কালত
কলেজ কঁপােৱা ছাত্রী,
আজি মাতাল স্বামীৰ অৱহেলাৰ পাত্রী।
😀😀😀





ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Funny Status & Quotes In Assamese যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু Funny Status & Quotes In Assamese সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !