বন্ধু বান্ধৱী সকল আজি আমি কেইটামান বিশ্বাসৰ উক্তি লিখিম আশা কৰোঁ এই বিশ্বাসৰ উক্তি সমূহ আপোনালোকৰ ভাল লাগিব।
বিশ্বাসঘাটক জনক পাৰিলে
ধন্যবাদ দিয়ক!
কাৰণ তেওঁৰ বাবে আপুনি মানুহ চিনিব
পৰাত সুবিধা হ'ল।
জীৱনৰ বাবে
আটাইতকৈ মূল্যৱান বস্তুটোৱেই হৈছে্
বিশ্বাস যাক পাবলৈ বহু সময় লাগে কিন্তু
হেৰুৱাবলৈ এক চেকেণ্ডো নালাগে।
হেৰাই যােৱা সূর্যক
১২ ঘন্টা পিছত উভতি পােৱা যায়,
কিন্তু হেৰাই যােৱা বিশ্বাসক
চিৰজীৱন অপেক্ষা কৰিলেও উভতি
পােৱা নাযায়।
আমাৰ শৈশৱত ইন্টাৰনেট নাছিল সঁচা, কিন্তু নিস্বার্থ মৰম,
বিশ্বাস আৰু আত্মীয়তাবোধ আছিল।
বিশ্বাস এবাৰ দুবাৰ কৰাটো কোনো ভুল কথা নহয়,
কিন্তু বাৰে বাৰে বিশ্বাস কৰা হ'ল মূর্খৰ কাম।
সাধাৰনতে বিশ্বাসঘাতকতা সেইবোৰ মানুহেই কৰে,
যিবোৰৰ মুখত অনবৰত মাত্র এটাই কথা থাকে
প্লিজ বিশ্বাস কৰানা।
পৃথিৱীৰ ভিতৰত আটাইতকৈ মুল্যৱান বস্তুটো হ'ল বিশ্বাস,
কাৰণ বিশ্বাস থাকিলে কোটি টকা ধাৰ দিবলৈ সাহস পাব।
কিন্তু যদি বিশ্বাস নাথাকে তেনেহলে ১০০ টকা দিবলৈও দুবাৰ ভাবিব।
টকাৰে সকলো বস্তু কিনিব পাৰি,
কিন্তু বিশ্বাস কিনিব নোৱাৰি বিশ্বাস
নিজে বনাব লাগে।
বিশ্বাসতকৈ দামি বস্তু আৰু নাই,
কাৰণ ভগৱানক আমি বিশ্বাস কৰি পূজা কৰোঁ।
জীৱনত সুখী থকাৰ এটাই মন্ত্র
বিশ্বাস নিজৰ ওপৰত ৰখা,
লােকৰ ওপৰত নহয়।
বিশ্বাস বহুত সৰু এটা শব্দ
ইয়াক পঢ়িব এক ছেকেণ্ড সময় লাগে
ভাবিবলৈ কেই মিনিটমান সময় লাগে
বুজিবলৈ কেইদিনমান সময় লাগে
আৰু প্ৰমাণ কৰিবলৈ চিৰ জীৱন লাগে।
সম্পর্ক সদায় বিশ্বাসৰ ওপৰত প্রতিষ্ঠিত,
বিশ্বাস থাকিলে অচিনাকি এজনো আপোন হ'ব পাৰে। কিন্তু বিশ্বাস নাথাকিলে
চিনাকিজনো অচিনাকি হৈ পৰে।
এটা কথা মনত ৰাখিব,
আমাক সেইসকল মানুহেহে ঠগে যিসকলক
আমি বহুত বিশ্বাস কৰোঁ।
Related Search. বিশ্বাস quotes, বিশ্বাস quotes assamese,
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ বিশ্বাসৰ উক্তি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু বিশ্বাসৰ উক্তি সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
English To Assamese Translation
ReplyDeleteAre you having trouble translating English to Assamese or Assamese to English?
Post a Comment