ৰক্তৰ সম্পর্ক নাথাকিলেও বন্ধুত্ব এনেকুৱা এটা বন্ধন যি আমি বিচাৰিলেও শেষ কৰিব নোৱাৰো, কাৰণ বন্ধুত্ব আমাৰ অন্তৰৰ পৰা তৈৰি হয়।
আজি আমি এই আর্টিকেলতো জড়িয়তে কেইটামান বন্ধুত্বৰ উক্তি লৈ আহিছো আশা কৰোঁ এই অসমীয়া caption friend সমূস আপোনালোকৰ ভাল লাগিব।
বন্ধুত্বৰ উক্তি | Friendship Quotes In Assamese
সময় আৰু পৰিৱেশ
সদায় সলনি হয় কিন্তু ভাল বন্ধু আৰু
সমন্ধ কেতিয়াও সলনি নহয়।
জীৱনত কিছুমান এনেকুৱা
বন্ধু লগ পােৱা যায়।
যিসকল আমাৰ পৰিয়াল হৈ পৰে।
বন্ধুত্ব সম্বন্ধটো
কোনো তেজৰ সম্পৰ্ক নহয়, কিন্তু
বুজাব নোৱাৰা এটা অনুভৱ।
এজন ভাল বন্ধু
প্ৰতিটো ক্ষণতে তোমাৰ কাষত থাকিব
নোৱাৰিব পাৰে,
কিন্তু বিপদৰ সময়ত প্ৰথমে মাতষাৰ দিয়ে।
এজন ভাল বন্ধু বিচাৰি পাবলৈ বহুত টান
আঁতৰি অহা তাটোতকৈ কঠিন
পাহৰিব খোজাটো অসম্ভৱ।
বন্ধুত্ব এটা সম্পৰ্ক নহয়,
ই শৰীৰৰ এটা এৰাব নোৱাৰা অংগ।
বন্ধুত্ব এনেকুৱা এটা সম্পৰ্ক
যিয়ে নোকোৱাকৈয়ে হৃদয়ৰ
সমস্ত কথা বুজি পাই।
অসমীয়া caption friend
বন্ধুত্ব যি সুখবোৰ দুগুন কৰে আৰু
দুখবোৰ এগুণ কৰে।
বন্ধুত্ব এনেকুৱা হ'ব লাগে যে,
কলেজৰ গেটত ৰৈ থকা গাৰ্ড জনেও সোধে,
কি হ'ল ? আজি পাৰ্টনাৰ নাই নেকি।
অসমীয়া caption friendship
বন্ধু মানে এজন কৃপন,
এজন গাধ, এজন লাজকুৰীয়া,
এজন পণ্ডিত, এজন এলেহুৱা,
এজন দেৱদাস আদিৰে মিলি এটা দল।
অপ্ৰয়োজনতো যি
তোমাৰ কাষত থাকে,
তেঁওয়াই তোমাৰ প্ৰকৃত বন্ধু।
সুখৰ সময়ত মানুহৰ প্ৰয়োজন নাই,
বিপদৰ সময়তহে মানুহৰ প্ৰয়োজন,
যিয়েই বিপদৰ সময়ত থাকে
তেওঁহে আচল বন্ধু।
সকলো ভালপোৱাই প্ৰেম নহয়,
কিছুমান ভালপোৱা বন্ধুত্বও হয়।
বন্ধু সেইজন নহয়,
যিজনে প্ৰয়োজনত ব্যৱহাৰ কৰে,
প্ৰকৃত বন্ধু সেইজনহে যিয়ে সমগ্ৰ পৃথিৱী
তোমাৰ বিপক্ষে হলেও,
তোমাৰ লগ দিয়ে।
জীৱনত এনেকুৱা
এজন বন্ধু থকা উচিত
যাৰ লগত ভাল বেয়া
দুখ-সুখ শ্বেয়াৰ কৰিব পাৰি।
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Assamese quotes about friendship যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু বন্ধুত্বৰ উক্তি সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Post a Comment