Alone Quotes & States In Assamese | অকলশৰীয়া status

0


নিজক অকলশৰীয়া
বুলি কেতিয়াও নাভাবিবা,
ভাবিবা যে মই অকলশৰীয়াই যথেষ্ট।







বহুত কষ্টত জীয়াই আছাে তথাপিও
কাকো আমনি নকৰোঁ।

কাৰােবাৰ অৱহেলাৰ পাত্ৰ হােৱাতকৈ
অকলশৰে থকাই শ্রেষ্ঠ।








 নিসংগতাবোৰ কেতিয়াবা কেতিয়াবা
ভাল বন্ধুৰ দৰে হৈ পৰে।








যাৰ খং বেছি,
তেওঁৰ জীৱনত কোনো নাথাকে।

কাৰণ স্বার্থপৰ সমাজত তুমি যদি
সঁচাটো মুখামুখিকৈ কোৱা,

তোমাৰ পৰা সকলো আঁতৰি যাব,
কিয়নো সঁচাটো বহুতে ভয় কৰে।







অকলে চলিবলৈ শিকক!

কাৰণ জীৱনৰ কঠিন সময়ত
নিজৰ বাহিৰে
আপোনাৰ কাষত কোনো নাথাকে।








অকলশৰীয়া মূহুর্তত মােবাইলটো খুব
ভাল সংগী হয়।

কিয়নাে ইয়াত এখন সমাজ পােৱা যায়।

 যেতিয়া আমি
এই সমাজখনৰ পৰা বেয়াখিনি আঁতৰাই
ভালখিনি আদৰি ল'ও,

তেতিয়া ইয়াৰ পৰা বহুতাে কথাই শিকিব পাৰোঁ।
 হয়তাে এই ভালখিনিয়ে আমাৰ জীৱনাে
সলনি কৰি দিব পাৰে।







কোনেও কাকো পাহৰি নাযায়,
আচল কথাটো হ'ল প্ৰয়োজন নহ'লে
কোনেও কাকো মনত নেপেলায়।








কাৰােবাৰ পৰা খুজি Importance
লােৱাতকৈ অকলে থকাই
ভাল।







কেতিয়াবা এনেকুৱা লাগে যেন এক
অজান ঠাইলৈ গুছি যাম,

য'ত অকল মই আৰু মােৰ সপােনবােৰ
থাকিব...







অকলে নিজানত নিৰৱতাক সংগী কৰি থকাৰো
এক সুকীয়া মাদকতা আছে।

এবাৰ এই সোৱাদ লৈ চালে হে গম
পোৱা যায়,

নিৰৱতাক ত্যাগ কৰা কিমান কঠিন।







জন্মহৈছো অকলে, মৰিব লাগিব
অকলে। গতিকে

জীয়াইথকা দিন কেইটা বিন্দাছ
নিজৰ মতে Enjoy কৰিম।







জন্ম অকলে হৈছোঁ, মৃত্যু অকলে।
গতিকে এতিয়া সকলোতে
মাথোঁ অকলে।








লাগিলে অকলে থাকিম।

তথাপিও  গুৰুত্ব হীন সম্পর্ক
এটাত নিজকে হেৰুৱাব নোখোজো।







অকলে থিয় হৈ থাকিবলৈ সাহস ৰাখক,

লাগিলে গোটেই পৃথিৱী তোমাৰ বিৰোধ
নহওক কিয়।







যেতিয়া তুমি অকলে থাকিবা,

তোমাৰ বিবেচনাক চম্ভালিবা
যেতিয়া বহুতৰ লগত থকা তোমাৰ
শব্দ চম্ভালিবা।

দেখিবা কাজিয়া কাৰো লগত নহয়।









আজিকালি অকলশৰে থাকি
ভাল লাগে,

কাকো পোৱাৰ আশা নাই।
কাকো হেৰুৱাৰ ভয় নাই।








প্রেমৰ নামত মিছা অভিনয়
কৰাতকৈ, গােটেই জীৱন চিংগল
থকাটোৱে ভাল।





যিয়ে যিমান বেছি Online থাকে সিয়ে সিমান 
বেছি অকলশৰীয়া।





ভৰিত লগা আঘাত বােৰে সাৱধানে খােজ কাঢ়িবলৈ শিকাই,
আৰু মনত লগা আঘাত বােৰে শক্তিশালী আৰু 
বুদ্ধিমান হৈ জীয়াই থাকিবলৈ শিকাই।






মই স্মৃতিবােৰ ভালপাওঁ, 
কাৰণ স্মৃতিবােৰ একে থাকে। কিন্তু মানুহ সলনি হয়।






অপেক্ষা কৰাত কৈ আগুৱাই যােৱা, 
যি সঁচাই তােমাৰ সি এদিন ঘূৰি আহিবই।







জীৱনৰ বহুত মূল্যৱান সময় তেওঁৰ নামত দিলাে 
যিদিনা তেওঁ সময়ৰ মূল্য বুজি পিছলৈ উভতি চাব। 
সেইদিনা চকু সেমেকি উঠিব।







ব্যস্ততাই মানুহক দুখৰ পৰা আঁতৰাইহে ৰাখিব পাৰে 
কিন্তু সুখী কৰিব নােৱাৰে।







বর্তমান সময়ত এইখন পৃথিৱীত মন বােজা মানুহ কোনাে নাই।
 অথচ ভূল মানুহৰ কিন্তু অভাৱ নাই।







অকলশৰে থকাই ভাল কাৰণ 
আজিকালি মানুহেটো দুদিনৰ বাবেহে আপােন হােৱাৰ অভিনয় কৰে।
আৰু দুখ কষ্ট দি এৰি যায়।

Related Search. Alone Status Assamese, 




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Alone Quotes In Assamese যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু Alone Quotes In Assamese সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !