Life Quotes In Assamese | Life Assamese Status

0
Life Quotes In Assamese

বন্ধু বান্ধৱী সকল আজি আমি এই আর্টিকেলটোত কেইটামান Life Quotes In Assamese লিখিম আশা কৰোঁ এই Life Quotes In Assamese সমূহ আপোনালোকৰ ভাল লাগিব।

Life Quotes In Assamese


তেওঁ যদি তোমাৰ পৰা আতৰি থাকিব বিচাৰিছে
তেন্তে তুমিও আমনি কৰিবলৈ এৰি দিয়া।
কাৰণ যিটো সম্পৰ্কত তোমাৰ গুৰুত্বই নাই
সেই সম্পৰ্কত থাকি কি লাভ !






পৃথিৱীৰ সকলোতকৈ ভয়ানক
বেমাৰটো হৈছে চিন্তা! যিটোৱে লাহে লাহে
মানুহক মৃত্যু মুখলৈ লৈ যায়।





যেতিয়া সৰু আছিলো তেতিয়া
বহুত চিঞৰিছিলো কিবা এটা পোৱাৰ বাবে।
এতিয়া ডাঙৰ হৈছো যিটো পছন্দ
সেইটো পাহৰাৰ কাৰণে।





যিয়ে এই পোষ্টখন পঢ়ি আছে
সৃষ্টিকৰ্তাই আপোনাৰ মা-দেউতাক
সদায় ভালে-কুশলে আৰু সুস্থ ৰাখক।





জীৱনত আগুৱাই যাব বিচাৰিছা যদি
বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা।





আপোন কৰি লৈ আতঁৰি যোৱাজন নহয়,
আজীৱন লগত থকাজন বিচাৰোঁ।
মাজৰাতিলৈ কথা পাতি Care দেখুওৱাজন নহয়
সদায় বুকুৰ মাজত ৰাখি মনৰ
কথা কোৱাজন বিচাৰোঁ।





ইমানো সহজ নহয় নিজৰ ইচ্ছামতে
 জীৱন জীয়াই থকাটো, আপোন মানুহবোৰেও
হিংসা কৰে যেতিয়া আমি নিজৰ বাবে
জীয়াই থাকিবলৈ লওঁ।





জীৱনত এনেকুৱা এটা সময় আহে
আমি আমাৰ নিজৰ পচন্দৰ মানুহজনকো
ঘৃণা কৰিবলৈ বাধ্য হও।





এটি সুখে মানুহক গোটেই জীৱন নহহোঁৱাই
কিন্তু এটি দুখে মানুহক গোটেই জীৱন কন্দোৱাই।






জীৱনটোৰ  পৰা এটা কথাই শিকিলোঁ,
নিজক লৈ সুখী হ'ব লাগে আৰু কাৰো পৰা
একো আশা  কৰিব নালাগে।





আপোনাৰ সমস্যাবোৰ দুৰ হৈ যাব, আৰু
এদিন আপুনি আকৌ হাঁহিব।





বহুত কথা ক’বলৈ বাকী আছিলে,
কোৱা নহ’ল, আৰু কেতিয়াবা কোৱা হ’ব !
কেৱল মনত থাকিব অপৰিচিৰ পৰা পৰিচিত হৈ
আকৌ অপৰিচিত হৈছোঁ !






যিসকলে তোমাক ধৰিয়েই লৈছে,
তুমি বেয়া, তেওঁলোকক প্রমাণ দিয়াৰো
দৰকাৰ নাই যে তুমি কেনেকুৱা !





সময় আৰু পৰিস্থিতিয়ে মানুহক
বহুত সলনি কৰি দিয়ে যিমান কোনোবাই
কল্পনাও কৰিব নোৱাৰে।





জীৱনটোত কি চলি আছে একো গ'ম নাপাওঁ...
মাথোঁ শুই বহি দিন পাৰ কৰি আছোঁ,
ইয়াৰ বাহিৰে আৰু একো নাজানো।





আজিৰ এই স্বাৰ্থৰ পৃথিৱীত
ভাল বেয়া বুলি একো নাই, তুমি যাক সুখী
কৰিব পাৰিবা তেওঁৰ বাবে তুমি ভাল। আৰু
যাক সুখী কৰিব নোৱাৰিবা তেওঁৰ বাবে তুমি
বেয়া কথা এইখিনিয়েই।





মনটোৱে তো বহু কিবা কিবি বিচাৰে, কিন্তু
সকলোবোৰ আশা জানো পূৰণ হয় ?
নহয়, মনে বিচৰা সকলো পাই গ'লে জীয়াই থকাৰ
মজা ক'ত মাজে মাজে অপূর্ণতা লৈও
জীয়াই থাকিব লাগে। জীৱন এনেকুৱাই ..





ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Life Quotes যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু Life Quotes পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !