অসমীয়া Attitude Status | Assamese Attitude Quotes, Status, Shayari, SMS, Dialogue

0
অসমীয়া Attitude Status

বন্ধু বান্ধৱী সকল আজি আমি কেইটামান অসমীয়া Attitude Status বা  Assamese Attitude Quotes আশা কৰোঁ এই Assamese Attitude Quotes সমূহ আপোনালোৰ ভাল লাগিব।

অসমীয়া Attitude Status


আপোনাৰ যদি টকা পইচা আছে
তেনেহলে আপোনাক সন্মান কৰিব।
কাৰণ এতিয়া সন্মান কৰোতে জ্ঞানী চোৱা নহয়
টকা-পইচা চোৱা হয়।



 


অভিমানবোৰ শব্দত থাকিব লাগে
হ্রদয়ত নহয়, আৰু অভিমানৰ সময়
ক্ষন্তেকীয়া হ'ব লাগে গোটেই জীৱন নহয়।






চেহেৰাৰ ৰং দেখি কাৰো সৈতে বন্ধুত্ব নগঢ়িবা,
দেহৰ ৰং ক'লা হ'লেও একো নাই
কিন্তু হ্রদয়ৰ ৰং ক'লা হ'ব নালাগে।






মই চিংগল
প্রেম কি বুজি নাপাওঁ
হ'লেও কথা দিছো, কাৰোবাক যদি
ভাল পাওঁ হাজাৰ বিপদৰ মাজতো তেওঁক
সুখত ৰাখিবলৈ চেষ্টা কৰিম।






প্রিয়জনীক দামী উপহাৰ
নিদিলেও চলিব, কিন্তু প্রতিশ্রুতিবোৰ
সঁচা দিবা সুখী হ'ব।






প্রতিশোধ নিবিচাৰিব,
কাৰণ পচা ফলবোৰ গছত পৰা
নিজে নিজেই সৰি যায়।






সমাজৰ কেইটিমান অবিশ্বাস্য সত্য কথা
নাৰীয়ে হেৰাইছে লজ্জা,
পুৰুষে হেৰাইছে সংস্কাৰ,
গুৰুৱে হেৰাইছে মর্যাদা আৰু
মানুহে হেৰাইছে মানৱতা।






ধনী ঘৰত জন্ম ল'লে
জীৱনটো উপভোগ কৰিবা,
আৰু দুখীয়া ঘৰত জন্ম ল'লে জীৱনৰ
মানে কি বুজি পাবা।






সঠিক ৰাস্তাত চলা
মানুহবোৰে কষ্ট বেছি পায়,
কিন্তু তেওঁলোকে কেতিয়াওঁ কাকো
কষ্ট নিদিয়ে।






মুখৰ ভাষা বেয়া হ'লে
চৰিত্র বেয়া নহয়, কাৰণ মিঠা মিঠা
কথাৰ আঁৰতো বহুতৰ চৰিত্র
বেয়া থাকে।






কিছুমান মানুহে আমাক তেতিয়ালৈকেহে
ভাল পাই থাকে যেতিয়ালৈকে তেওঁলোকে
আমাক ব্যৱহাৰ কৰি থাকিব।






কিছুমান মানুহ আছে
আপোনাৰ আগত ক'ব এটা, আৰু
আপোনাৰ পিছত ক'ব আন এটা
এনেকুৱা মানুহৰ পৰা দূৰত থকা উচিত।






পৃথিৱীত সকলোতকৈ কঠিন কাম হ'ল
মানুহৰ মন জয়ী কৰা,
যদি আপুনি আপোনাৰ কলিজাখন
কাটি ৰান্ধিও খাবলৈ দিয়ে
তথাপিও মানুহে ক'ব ধেৎ নিমখ কম হৈছে।






কেতিয়াবা যদি কাৰোবাৰ প্রতি
ভালপোৱা বা ঘৃণা হৈ যায়,
তেনেহলে তাক কেতিয়াওঁ পাহৰিব নোৱাৰি।






প্রকৃত ভালপোৱাত
কিবা অদ্ভুত মায়া থাকে ! যাৰ বাবে
কষ্ট পালেও এৰা নাযায়, আৰু
মন ভাঙি গলেও ঘৃণা কৰা নাযায়।






এজন মানুহৰ জীৱনত যেতিয়া
বহুত কিবা কিবি অভুজ্ঞতা হৈ যায়,
তেতিয়া মানুহ মৌন হৈ যায়,
কাৰো লগত বেছি কথা পাতিব নিবিচাৰে,
অকলে থাকিবলৈ বেছি পছন্দ কৰে।






এজন মানুহ মুখ বন্ধ কৰি সয্য কৰি আছে মানে
মানুহজন দুর্বল নহয়। হ'ব পাৰে তেওঁৰ
মন মানুসিকতা ডাঙৰ
বেয়া মানুহৰ লগত লগাৰ সময় নাই।






আজিৰ সমাজত সহজ
সৰল মানুহ বোৰে আটাইতকৈ বেছি কষ্ট পাই, কাৰণ
সিহঁত সকলো মানুহকে আপোন বুলি ভাৱে।






বেলেগৰ নিছিনা অভিনয় কৰিব নাজানো,
যাকে যিমান খিনি ভাল পাওঁ
কেৱল মনৰ পৰা পাওঁ।






বন্ধুৰ পৰিচয় বিপদত পাবা,
ভাইৰ পৰিচয় পাবা কাজিয়াত,
আৰু পত্নীৰ পৰিচয় পাবা দৰিদ্রতাত।






অপ্রিয় হলেও সঁচা
দুখীয়া ঘৰত ধনী গ'লে
দুখীয়া আনন্দিত হয়, কিন্তু
ধনী ঘৰত দুখীয়া গ'লে ধনী বিৰক্ত হয়।






জীৱনত ভালপোৱা
মানুহ থকাতকৈ, ভালে ৰখা মানুহ
থকাটো বহুত জৰুৰী।





কেতিয়াও প্রতিশোধ লোৱাৰ কথা নাভাবিবা,
ইতিসাস সাক্ষী আছে কোনোবাই তোমাক
বিনা কাৰণত কষ্ট দিলে এদিন নহয় এদিন
তাৰ শাস্তি পাবই, আৰু ভুলৰ বাবেই অনুতপ্ত হ'বই।






জীৱনটোক লৈ তুমি
যিমানেই যি সপোন নেদেখা কিয়,
শেষত ভাগ্যৰ যই লিখা থাকে,
সেয়াই হ'ব।






সেইজন ব্যক্তিৰ মনটো বহুত ভল
যিয়ে বাৰে বাৰে ঠগ খোৱাৰ পিছটো আনৰ
বেয়া হোৱাটো কামনা নকৰে।






মই কিবা এটা কাম পালে
দেউতাক আৰু কাম কৰিব নিদিওঁ,
এইটো কথা অকল ল'ৰাই নহয়
বহুত ছোৱালীও ভাবে।






কাজিয়া কৰি আঁতৰি যোৱা জন নহয়
কাজিয়া কৰি লগতে থকা জনহে
সঁচা আপোন।






চব সপোনবোৰ পূৰন নহয় !
কিছু মান সপোন কল্পনাৰ পৃথিৱী
খনতেই ৰৈ যায়।





যাৰ কোনো শত্রু নাই
তেওঁ আঁচলতে অসৎ মানুহ্‌
কাৰণ অসৎ মানুহে মিছা কথা কয় !
আৰু সৎ মানুহে সঁচা কথা কয়
সেই বাবে সৎ মানুহৰ শত্রু বেছি।






কেতিয়াবা যদি কাৰোবাৰ প্রতি
ভালপোৱা বা ঘৃণা হৈ যায়,
তেনেহলে তাক কেতিয়াওঁ পাহৰিব নোৱাৰি।






আটাইতকৈ ভাল দৰৱ হ'ল "হাঁহি"
আটাইতকৈ ভাল সম্পত্তি হ'ল "বুদ্ধি"
আটাইতকৈ ভাল অস্ত্র হ'ল "ধৈর্য্য"
আটাইতকৈ ভাল সুৰক্ষা হ'ল "বিশ্বাস"
আটাইতকৈ ডাঙৰ আৰু আনন্দৰ কথাটো হ'ল যে
এই সকলোবোৰ বিনামূলীয়া।






আপুনি ভিতৰৰ পৰা ভাঙি গৈছে
সেইটো কাকো বুজিবলৈ নিদিব, কাৰণ
মানুহে ভঙা ঘৰৰ ইটা পর্যন্ত খুলি লৈ যায়।






কোনোবাই যদি আপোনাৰ
লগত বিশ্বাসঘাতকতা কৰিছে,
তেনেহলে তেওঁক ধন্যবাদ দিয়ক।
কাৰণ তেওঁ আপোনাক শিকালে যে
বিশ্বাস বহুত ডাঙৰ বস্তু,
কাৰোবাক বিশ্বাস কৰাৰ আগত
হাজাৰবাৰ ভাবিব লাগে।






কিমান জনক সুখী কৰিবা ?
কেৱল এক ভগৱানক সুখী কৰি লোৱা চাবা
সকলো সমস্যাৰ সমাধান হৈ যাব।






নিজৰ জীৱনৰ যুদ্ধখন
নিজেই যুঁজিব লাগিব, জ্ঞান বহুতেই দিব।
কিন্তু সংগ কোনোৱে নিদিয়ে।






মানুহৰ পাছত যি খোজ কাঢ়ে
তা নাম ছায়া, আৰু মানুহ যাৰ পাছত খোজ
কাঢ়ে তাৰ নাম মায়া।






জীৱনত প্রতিটো ক্ষেত্রত
অভিনয় কৰিব লাগে, যেনে সুখত নাথাকিও,
সুখী থকাৰ অভিনয় কৰিব লগা হয়।






পানী লেতেৰা হ'লে লৰাই নাথাকি
শান্ত হ'বলৈ এৰি দিলে লেতেৰাবোৰ নিজেই তললৈ
গুচি যায়। ঠিক তেনেদৰে জীৱনত সমস্যা আহিলে
উত্তেজিত হোৱাতকৈ শান হৈ বিচাৰ কৰিলে
সমাধান নিশ্চয় ওলাব।






আনক জীয়াই থকাৰ
অনুপ্রেৰণা দিয়া সকলে নিজে হাজাৰটা সমস্যা
মাজত জীৱনটো অতিবাহিত কৰি থাকে।






জীৱনত এনেকুৱা বন্ধুৰ লগ লোৱা
যাতে আইনা আৰু ছাঁ হৈ তোমাৰ লগত থাকে।
কাৰণ আইনায়ে কেতিয়াওঁ মিছা নকয় আৰু
ছাঁয়ে কেতিয়াও লগ নেৰে।






যি অপেক্ষাৰ অন্তত
তোমাক লাভ কৰিব পাৰিম, সেই অপেক্ষা
আজীৱন মোৰ প্রিয় হৈ ৰ'ব।






অপ্রিয় সত্য
ভাল দিন পাবৰ কাৰণে কিমান যে বেয়া
দিনৰ স'তে যুঁজিব লগীয়া হয়।






যেতিয়া তুমি তোমাৰ খংক কন্ট্রোল কৰিব পাৰিবা,
তেতিয়া বুজি ল'বা তুমি তোমাৰ জীৱনক
কন্ট্রোল কৰিব শিকি গৈছা। 






জীৱনত সুখী হোৱাৰ বাবে,
গোটেই পৃথিৱীৰ প্রয়োজন নহয়।
প্রয়োজন হয় মাথো এজনী ভাল মনৰ মানুহ
হওক ভালপোৱা বা বন্ধুত্ব।






মোক এজনে শুধিছিল
যে তোমাৰ সকলোতকৈ আপোন কোন ?
মই উত্তৰ দিছিলো সময়। কাৰণ সময় ঠিক থাকিলে
সকলোয়ে আপোন, আৰু সময় বেয়া থাকিলে
কোনেও আপোন নহয়।






ভদ্র আচৰণ কৰিবলৈ কিতাপৰ
শিক্ষা নালাগে। ভদ্র আচৰণ কৰিবলৈ
পৰিয়ালৰ শিক্ষাই যথেষ্ট। 






জীৱনত কাৰো ওপৰত একো অভিযোগ নকৰিবা
জীৱনত ভাল মানুহবোৰে দিব সুখ,
বেয়া মানুহবোৰে দিব অভিজ্ঞতা,
জঘন্য মানুহবোৰে দিব শিক্ষা,
আৰু আটাইতকৈ আপোন মানুহবোৰে দিব স্মৃতি।






ভাগ্য তোমাৰ হাতত নাই,
কিন্তু সিদ্ধান্ত তোমাৰ হাতত।
ভাগ্যই সিদ্ধান্ত নলয় কিন্তু তুমি লোৱা সিদ্ধান্তই
ভাগ্য সলনি কৰি দিব পাৰে।


Related Searches. অসমীয়া Attitude Status, Assamese Attitude Quotes, Assamese Attitude Status, Assamese Attitude Status, Assamese Attitude Shayari, Assamese Attitude SMS, Assamese Attitude Dialogue, 




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ অসমীয়া Attitude Status যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু অসমীয়া Attitude Status পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !