অসমীয়া Caption Facebook | Assamese Caption For Facebook

0
বন্ধু বান্ধৱী সকল আমাৰ এই ৱেবচাইটত আহে আৰু ভাল ভাল লিখনী সমূহ পঢ়ে।  কিন্তু আজি আমি কেইটামান অসমীয়া Caption Facebook বা  অসমীয়া Caption fb এই লিখনী সমূহ আপুনি কপি কৰি Facebook ত পোষ্ট কৰিব পাৰিব।



আপুনি ভিতৰৰ পৰা ভাঙি গৈছে
সেইটো কাকো বুজিবলৈ নিদিব,
কাৰণ মানুহে ভঙা ঘৰৰ ইটা পর্যন্ত খুলি লৈ যায়।





নিজৰ জীৱনৰ যুদ্ধখন
নিজেই যুঁজিব লাগিব জ্ঞান বহুতেই দিব,
কিন্তু সংগ কোনোৱে নিদিয়ে।





কিমান জনক সুখী কৰিবা ?
কেৱল এক ভগৱানক সুখী কৰি লোৱা
চাবা সকলো সমস্যাৰ সমাধান হৈ যাব।





মানুহৰ পাছত যি খোজ কাঢ়ে তাৰ নাম ছায়া !
আৰু মানুহ যাৰ পাছত খোজ কাঢ়ে তাৰ নাম মায়া।





মিছাৰ কথাৰ কোনো মূল্য নাই,
কেইদিন মানৰ বাবে হয়তো আপোনাক সুখী কৰিব পাৰে,
কিন্তু এই মিছাই এদিন নহয় এদিন কন্দোৱাৰ
কাৰণ হৈ পৰিব পাৰে।





কেতিয়াও প্রতিশোধ লোৱাৰ কথা নাভাবিবা,
ইতিহাস সাক্ষী আছে কোনোবাই তোমাক বিনা কাৰণত কষ্ট দিলে 
দিন নহয় এদিন তাৰ শাস্তি পাবই, আৰু
ভুলৰ বাবেই অনুতপ্ত হ'বই।





প্রতিটো মানুহৰ জীৱনত
কিছুমান শব্দহীন কষ্ট থাকে,
যাৰ সাক্ষী তেওঁ নিজেই।





মানুহৰ জীৱনত কিছু কিছু দুখৰ সময় নাহিলে
আপোন মানুহবোৰক চিনিব নোৱাৰি।

কিছু কিছু মানুহক না হেৰালে,
তাৰ মূল্য বুজা নাযায়।

কিছু কিছু অবহেলা না পালে
নিজৰ অৱস্থান সম্পর্কে ধাৰণা নাথাকে।





অতীতক সৰু ভাবে দেখা ঠিক নহয়,
আকৌ অতীতক ইমান ডাঙৰকৈ দেখাও থিক নহয়।





বাস্তৱতা মানি ল'ব পাৰিলে
খুব সহজেই ভালে থাকিব পাৰি।





সকলো জানি শুনি
ভগৱানৰ ওপৰত এৰি দিছো,
কাৰণ ভগৱানে উত্তম বিচাৰক।





তোমাৰ মন বেয়া যদি এই
পৃথিৱীৰ কাৰোবাৰ হ্রদয়ত স্পর্শ নহয়
তেনেহলে হাঁহিলৈ শিকক।





যিয়ে নিজৰ ফ্যামিলিৰ সমস্যা
নিজৰ চকুৰ সন্মুখত দেখিছে, তেওঁ পৃথিৱীৰ
সকলো কষ্ট মানি ল'ব পাৰিব।





জীৱনৰ অভিজ্ঞতাবোৰে মানুহক
জ্ঞানী সজাই তোলে।





নিজকে ইমান খিনি উপযুক্ত কৰিব বিচাৰো,
যাতে জীৱনলৈ অহা প্ৰতিটো ধুমুহা
হাহিঁমুখে পাৰ কৰিব পাৰো


Related Searches. assamese fb caption, fb Caption Assamese, Assamese Facebook Caption, fb Assamese Caption, অসমীয়া Caption fb,



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ অসমীয়া Caption Facebook যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু অসমীয়া Caption Facebook পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !