অসমীয়া Caption Facebook | Download Assamese Facebook Status, Love, Quotes, Shayari, SMS,

0

বন্ধু বান্ধৱী সকল আজি আমি এই আর্টিকেলটোত কেইটামান অসমীয়া Caption Facebook লিখিম আশা কৰোঁ এই Assamese Facebook Status, Quotes, Shayari, SMS, সমূহ ভাল লাগিব।

অসমীয়া Caption Facebook


জীৱনে এটা কথা বৰ স্পষ্টকৈ শিকালে,
যে কাৰোবাক বেছি গুৰুত্ব
দিব গ'লে শেষত নিজেই গুৰুত্বহীন
হ'ব লগা হয়।






সুখ বিচাৰি বিচাৰি
মৃত্যুৰ দিশে আগুৱাই যোৱাৰ
নামেই জীৱন।






যিটো সম্পর্কত স্বার্থ থাকে
তেনেকুৱা সম্পর্কত ভৱিষ্যতৰ সপোন
নেদেখাটোই ভাল।






টকা পইচা আছে বুলি
অহংকাৰ কৰি কি লাভ,
এই পৃথিৱীত সকলোয়ে দুদিনৰ
আলহী মাত্র।






প্রেম হৈছে এনেকুৱা এটা অনুভৱ
যি মানুহক কেতিয়াওঁ হাৰিবলৈ নিদিয়ে,
আৰু ঘৃণা হৈছে এনেকুৱা এটা 
অনুভৱ যি মানুহক কেতিয়াওঁ
জিকিববলৈ নিদিয়ে।






জীয়াই থকা দিন কেইটা
হাঁহি ধেমালীৰে জীয়াই থাকিব বিছাৰোঁ
কাৰণ মই নাজানো এই জীৱনৰ
আৰু কিমান দিন বাকি।






আপুনি কিমান দুখীয়া
তাক লৈ দুখী হোৱাৰ প্রয়োজন নাই,
যদি আপোনাৰ এটা পৰিয়াল
আছে তেন্তে আপোনাৰ সকলো আছে।






জীৱনত দুখ যন্ত্রণাবোৰক লৈ
বেছি উদাস হোৱাৰ প্রয়োজন নাই,
কাৰণ পৃথিৱীত আহোতেই
কান্দি কান্দি আহিছিলো।






তোমাৰ চকুত ভালটো
আনৰ চকুত বেয়াও হ'ব পাৰে,
সকলোৰে পৃথিৱীখন চোৱাৰ
ধৰণ বেলেগ বেলেগ।






সময় বোৰ বহুত মূল্যৱান
ফাল্টু মানুহৰ পিছত লাগি নষ্ট নকৰিবা।






কেতিয়াওঁ নতুন বস্তু
পোৱাৰ হেঁপাহত সেই বস্তুটো
হেৰাই নেপেলাবা যিটো তোমাৰ লগত
আগৰে পৰাই আছিল।






আন কাৰোবাৰ ওচৰত
নিজৰ সুখ বিচাৰিব নাযাবা, কাৰণ
তেওঁ হেৰাই গ'লে আপোনাৰ
সুখও হেৰাই যাব।






যিদিনা অকলে থাকি শান্তি লাগিব
সেই দিনৰ পৰাই জীৱন আৰাম্ভ, কাৰণ
নিজতকৈ আপোন বন্ধু কোনো নাই।






আমি কিছুমান মানুহৰ পৰা
দূৰত্ব বজাই ৰখাটোৱে ভাল, কিয়নো
তেওঁলোকক গুৰত্ব দিবলৈ গৈ
নিজৰ গুৰত্ব দুগুণে
কমোৱা হয়।






অর্থলোভী নাৰী
আৰু নাৰী লোভী পুৰুষ
কেতিয়াওঁ সুখী হ'ব নোৱাৰে।


বন্ধু বান্ধৱী সকল www.AssameseStatus.com ত দিয়া Sad Facebook Caption Assamese সমূহ পঢ়ি বা আপোনাৰ বন্ধু বান্ধৱী সকলৰ লগত শ্বেয়াৰ কৰি, মনৰ ভিতৰত থকা দুঃখ কষ্টবোৰ নাইকিয়া কৰিব পাৰে।

Sad Facebook Status Assamese

/

কোনোবা এজনে সুধিছিল
তোমাৰ ইমান দুখ আৰু কষ্ট কিয় ?
মই হাঁহি উত্তৰ দিছিলো মানুহ চিনিব নোৱাৰো
বাবে মোৰ ইমান দুখ আৰু কষ্ট।






কষ্টৰ পৰিমাণ যেতিয়া বাঢ়ি যায়
তেতিয়া মানুহে কান্দিব এৰি
মনে মনে থাকিবলৈ শিকি যায়।






সপোন বোৰ সপোন হৈয়ে ৰল,
ভাল লগাবোৰ কেনিবা হেৰাই গ'ল,
থাকি গ'ল মাথোঁ শূণ্যতা জীৱন।






এইয়াই সত্য
যাৰ মনটো খুব কোমল আৰু
ভাল হয়, তেওঁৰ ভাগ্যখন 
সকলোতকৈ বেয়া হয়।






মৰম বোৰ আজি অচিনাকী,
সপোন বোৰ ৰল থমকি,
মাথোঁ স্মৃতি বোৰ হে হৈ ৰল লগৰী।






বুজি পোৱাজনে হাঁহিৰ আঁৰত থকা
দুখবোৰ নক'লেওঁ বুজিব,
কিন্তু নুবুজাজনৰ সন্মুখত লাগিলে তুমি
কান্দিয়ে দিয়া তথাইও নুবুজিব।






এৰি দিলোঁ আৰু সন্মানৰ খাতিৰত
মানুহৰ পিছে পিছে যাবলৈ,
কাৰণ যিজনক যিমানেই সন্মান দিলোঁ
সিমানেই সেইজনে মোক দুর্বল
বুলি ভাবিব ধৰিলে।






যিজনে তোমাক 
মাথোঁ প্রয়োজন বুলি ভাবে,
সেই জনে কেতিয়াওঁ তোমাৰ দুখ কষ্টৰ
মূল্য দিব নোৱাৰে।






সুন্দৰ মানুহ বিচাৰি তুমি
তোমাৰ সময় নষ্ট নকৰিবা, কাৰণ
এই পৃথিৱীত সুন্দৰ মানুহৰ অভাৱ নাই
কিন্তু সুন্দৰ মনৰ মানুহৰ অভাৱ আছে।






দুখবোৰ কেতিয়াবা চকুলো হৈ সৰে,
আৰু কেতিয়াবা বৰফ হৈ গোট মাৰে বুকুত
তথাপিও মই সুখী,
আৰু সুখী হোৱাৰ নাটকখনত
মই সদায়ে জয়ী।






আজিৰ দিনত
কোনেওঁ কাকো ভাল নাপাই,
মাথোঁ প্রয়োজনৰ সময়ত ভালপোৱাৰ
অভিনয় কৰে।






আপুনি যাৰ আগত নিজৰ 
দুখৰ গল্প শুনাই হিয়া উজাৰি কান্দিব,
তেওঁৱেই আনৰ আগত
আপোনাৰ গল্প শুনাই হিয়া খুলি হাঁহিব।






ভুল আন কাৰো নহয়
ভুল একমাত্র নিজৰেই, কাৰণ
আমি বিশ্বাস কৰি সুবিধা দিয়াৰ বাবেইটো
আনে আমাৰ মনৰ লগত খেলা কৰে।






অৱহেলাই যত ৰাজত্ব কৰে,
ভালপোৱা তাত মূল্যহীন হৈ পৰে
আৰু লাহে লাহে ভালপোৱাবোৰ
হেৰাই গৈ থাকে।






আপোন বুলিটো 
জীৱনত বহুতেই চিনাকি দিয়ে
সঁচা অর্থত আপোন কোন সেয়া সময়ত হে
তাৰ পৰিচয় পোৱা যায়।


বন্ধু বান্ধৱী সকল www.AssameseStatus.com ত দিয়া Facebook Love Status Assamese সমূহ আপোনাৰ প্রিয়জন বা প্রিয়জনীৰ লগত শ্বেয়াৰ কৰিব পাৰে।

Facebook Love Status Assamese


তোমাক সপোন হিচাবে নহয়
আপোন হিচাবে কাষত বিছাৰোঁ।






সৰু সৰু কথাতে
সদায় কাজিয়া লাগি থকা মানেও
আচলতে ভালপোৱো।






আছেনে মনত
তোমাৰ শৈশৱৰ স্মৃতিবোৰ ?
হবানে তুমি যৌৱনৰ লগৰী মোৰ।






তোমাৰ এষাৰ মাত শুনিলে
মনত কিমান শান্তি অনুভৱ কৰোঁ
সেইটো কোনো শব্দৰে 
প্রকাশ কৰিব নোৱাৰো।






বিশ্বাস কৰিবলৈ শিকা,
সন্দেহটো পৃথিৱীৰ সকলো
মানুহে কৰে।






যদিও বিষাদেৰে ভৰা,
তাৰ পাছতো সঁচা প্রেম হয় যুগমীয়া।






বহুত ছোৱালী দেখিলোঁ
কিন্তু যেতিয়াই তোমাক দেখিলোঁ
তেতিয়াই ভাল পাব শিকিলোঁ।






মাথোঁ তোমাৰ সেই হাঁহিটো দেখিলেই
দুখ-ভাগৰ মনৰ বেজাৰ সকলো
নিমিষতে নাইকিয়া হৈ যায়।






ভালপোৱা যেতিয়া হ্রদয়ৰ পৰা হয়,
তেতিয়া শৰীৰৰ বৰণৰ তাত
কোনো মূল্য নাথাকে।






যদি প্রেম এক যাত্রাই হয়,
তেনেহলে তুমিয়ে মোৰ একমাত্র 
গন্তব্যস্থান।






আমি যাক নিজতকৈও
বেছি ভাল পাওঁ, তেওঁ লাগিলে আমাক
যিমান পাৰে সিমান দুখ কষ্ট দিয়ক,
কিন্তু তেওঁৰ ওচৰতহে আমি
সুখবোৰ বিচাৰা পাওঁ।






তোমাক মেচেজ আৰু
ফোন কৰি আমনি নকৰোঁ বুলিয়েই
ভাৱি নলবা যে তোমালৈ মোৰ
মনত নপৰে,
মোৰ মনটোৱে যে প্রতিপল
তোমালৈ উৰা মাৰে।






জানো তুমি মোৰ নোহোৱা তথাপিও,
মই তোমাৰ হৈ থকাটো
ভাল লাগে।






সঁচা প্রেম কেতিয়াওঁ 
শেষ হৈ নাযায়, ই কেৱল
সময়ৰ লগে লগে শক্তিশালী হয়।






মোৰ হৃদয় খন
আপোনাৰ মৰমৰে ৰাজধানী,
আপুনি মাথোঁ সোমাই আহক অভিমানৰ
প্রাচীৰ ভাঙি।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ অসমীয়া Caption Facebook যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু অসমীয়া Caption Facebook পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !