নেলছন মেণ্ডেলাৰ বাণী | Nelson Mandela Quotes In Assamese

0
নেলছন মেণ্ডেলাৰ নাম আপোনালোকে নিচ্ছয় শুনিছে, আৰু যিসকলে শুনা নাই তেওঁলোকক কৈছো যে নেলছন মেণ্ডেলা আছিল দক্ষিণ আফ্রিকাৰ ৰাষ্ট্ৰপতি।
তেওঁৰ জন্ম হৈছিল ১৯১৮ চনৰ ১৮ জুলাইত এক দুখীয় পৰিয়ালত।
দক্ষিণ আফ্রিকাত তেওঁ বহুত বাৰ আন্দলনত অংশগ্রহণ কৰিছিল, আৰু তাৰ বাবে দক্ষিণ আফ্রিকাৰ চৰকাৰে দীর্ঘ ২৭ বছৰ কাৰাবন্দি কৰি ৰাখিছিল। আৰু তেওঁ ১৯৯৩ চনত ন'বেল বঁটা পাইছিল, ১৯৯৪ চনত দক্ষিণ আফ্রিকাৰ ৰাষ্ট্ৰপতি হয়। ২০১৩ চনত তেওঁৰ মৃত্যু হয়।

আজি আমি সেই নেলছন মেণ্ডেলাৰ বাণী লিখিম আশা কৰোঁ নেলছন মেণ্ডেলাৰ বাণী সমূহ আপোনালোৰ ভাল লাগিব।

নেলছন মেণ্ডেলাৰ বাণী | Nelson Mandela Quotes In Assamese


জীৱনত যদি কিবা কৰিব বিচৰা
তেনেহলে অকলে কেনেকৈ
যুঁজিব লাগে সেয়া শিকি লোৱা।





মোক মোৰ সফলতা দি বিচাৰ নকৰিবা,
ব্যর্থতাৰ পৰা কিমান বাৰ ঘূৰি
থিয় হৈছো, সেইটোলৈ বিচাৰ কৰিবা।








কোনবাই যদি নিজৰ লক্ষত
স্থিৰ থাকে, তেনেহলে
তেও জয়ী হ'বই।








তুমি যিমান মূল্যবান হ'বা,
সিমানেই সমালোচনাৰ
সন্মুখিন হ'বা।








জীৱনত যদি কিবা কৰিব বিচৰা
তেনেহলে অকলে কেনেকৈ
যুঁজিব লাগে সেয়া শিকি লোৱা।








বেলেগৰ দয়াত ৰাজখানা খোৱাতকৈ
নিজৰ উপার্জনৰ ৰুটি
খোৱা ভাল।








তোমাৰ কামত যেন
তোমাৰ ভয়বোৰৰ সলনি
আশাবোৰ প্রকাশ পায়।








যেতিয়া এজন মানুহে
বিবেচনা কৰে যে নিজ জাতি আৰু
দেশৰ প্রতি তেওঁ দায়িত্ব পালন
কৰিছে, তেতিয়া তেওঁ শান্তিতে
মৃত্যু বৰণ কৰিব পাৰে।








কোৱা হয় যে
কোনেও এটা জাতিক জানিব নোৱাৰে,
যেতিয়ালৈকে কোনোবাই 
কাৰাবন্দি নাথাকে।








পিছফালৰ পৰা নেতৃত্ব দিয়া
আৰু লগৰিয়াক বিশ্বাস দিয়া যে
নেতা আছে আগত।








আপুনি যদি শত্রুৰ লগত
শান্তিতে থাকিব বিচাৰে, তেনেহলে
তাৰ লগতে আপোনাৰ মিলি যাব লাগিব
মিলি কাম কৰিব লাগিব,
তেনেহলে আপোনাৰ শত্রু 
আপোনাৰ সংগী হ'ব।








শিক্ষা হৈছে সকলোতকৈ
শক্তিশালী অস্র,
যাৰ মাধ্যমত পৃথিৱী সলনি
কৰিব পাৰোঁ।








ঘৃণা লৈ কোনেও 
জন্ম গ্রহণ নকৰে।








হাতৰ ৰেখাত ভাগ্য
লিখা নাথাকে, ভাগ্য থাকে
মানুহৰ কর্মত।








স্বাধীন মনৰ অধিকাৰী বন্ধুসকলক
মই পছন্দ কৰোঁ, কাৰণ
সিহঁত বিভিন্ন সমস্যাক সকলো দৃষ্টিকোণৰ
পৰা চাবলৈ আপোনাক সহায় কৰে।








জনগণৰ মুক্তিৰ বাবে
অৱশ্যই সকলোবোৰ ত্যাগৰ বাবে
প্রকৃত নেতাসকলে প্রস্তত
থাকিব লাগিব।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ নেলছন মেণ্ডেলাৰ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু নেলছন মেণ্ডেলাৰ বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !