ঈশ্বৰচন্দ্রৰ বাণী | বিদ্যাসাগৰ ঈশ্বৰচন্দ্রৰ বাণী

0
বন্ধু বান্ধৱী সকল আজি এই আর্টিকেলটোৰ জৰিয়তে কেইটামান ঈশ্বৰচন্দ্রৰ বাণী লিখিম আশা কৰোঁ আপোনালোকৰ ভাল লাগিব...

ঈশ্বৰচন্দ্রৰ বাণী

ঈশ্বৰচন্দ্রৰ বাণী

শিক্ষা হ'ল ডাঙৰ সম্পদ,
শিক্ষা অকল আমাৰ নিজৰ উপকাৰ নকৰে,
শিক্ষাই গোটেই সমাজৰ উন্নয়ন সাধন কৰে।



সদায় সত্য কথা ক'বা,
যিয়ে সত্য কথা কয় তাক সকলোৱে ভাল পায়।



যি অৱস্থাত আছে,
তেওঁ যদি সেই অৱস্থাতেই সন্তুষ্ট থাকে,
তেনেহলে কাৰোবাৰ
ওচৰত অপমানিত হ'ব নালাগে।



মানুহ যিমান ডাঙৰ নহওক কিয়,
সদায় তাৰ অতীতৰ কথা মনত ৰখা উচিত।
অতীতৰ পৰা শিক্ষা লৈ
ভবিষ্যৎতৰ ফালে আগবঢ়া প্রয়োজন।



মা-দেউতাৰ সেৱাই শ্রেষ্ঠ পূজা
আৰু সন্তানৰ প্রধান ও পবিত্র কর্তব্য।



আমাৰ নিজৰ স্বার্থ দেখাৰ আগত
সমাজ আৰু দেশৰ স্বার্থ দেখা উচিত।
সেয়াই হৈছে প্রকৃত বিবেক ধর্ম।



যি ব্যক্তি যি দেশত জন্ম গ্রহণ কৰে,
সেই দেশৰ উন্নয়নৰ বাবে সদায় কাম কৰা
তাৰ বাবে প্রধান ধর্ম আৰু তাৰ জীৱনৰ
সর্ব প্রধান কর্ম।



পৰিশ্রম নকৰিলে স্বাস্থ্যৰক্ষা ও সুখলাভ নহয়,
যিজন ব্যক্তি পৰিশ্রম কৰে,
তেওঁ কেতিয়াওঁ কষ্ট নাপায়।



কোনো বিষয়ে প্রস্তাব কৰা সহজ,
কিন্তু সেই কাম কৰা কঠিন।



দুখ নথকা জীৱন,
মাজি নথকা নৌকাৰ দৰে।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ঈশ্বৰচন্দ্রৰ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু বিদ্যাসাগৰ ঈশ্বৰচন্দ্রৰ বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

إرسال تعليق

0تعليقات
إرسال تعليق (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !