সৰস্বতী পূজাৰ শুভেচ্ছা বাণী | Saraswati Puja Wishes, Quotes, Status, SMS In Assamese

0
বন্ধু বান্ধৱী সকল আজি আমি এই আর্টিকেলটোত কেইটামান সৰস্বতী পূজাৰ শুভেচ্ছা বাণী বা সৰস্বতী পূজাৰ শুভেচ্ছা বার্তা লিখিম আশা কৰোঁ এই সৰস্বতী পূজাৰ শুভেচ্ছা বাণী সমূহ আপোনালোকৰ ভাল লাগিব।


সৰস্বতী পূজাৰ শুভেচ্ছা বাণী

বিদ্যাৰ অধিষ্ঠাত্রী শ্ৰীশ্ৰী
স্বৰস্বতী দেৱীৰ পূজা উপলক্ষে সকলোলৈ
শুভকামনা যাচিলোঁ।




বিদ্যা, সংগীত আৰু কলাৰ অধিষ্ঠাত্রী দেৱী
সৰস্বতীৰ আশীৰ্বাদত সকলোৰে জীৱন জ্ঞান-বিদ্যা আৰু
বৌদ্ধিক পোহৰেৰে উজ্জ্বল হৈ উঠক।
সৃষ্টিশীলতা আৰু কলাত্মক সাধনাৰে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে
সমাজলৈ ইতিবাচক বাৰ্তা কঢ়িয়াব পাৰে,
তাৰ বাবে বাগদেৱীৰ চৰণত প্ৰাৰ্থনা জনালোঁ।




আজি বিদ্যা আৰু জ্ঞানৰ দেৱী মা সৰস্বতী পূজা
 সৰস্বতীয়ে সকলোকে বিদ্যা দিয়াৰ লগতে
মানুহ চিনিব পৰা বুদ্ধি দিয়ক,
সকলোৰে মঙ্গল কৰক।
সৰস্বতী পূজাৰ শুভেচ্ছা জনালোঁ




জ্ঞানদায়িনী আই সৰস্বতীৰ আশীৰ্বাদত সকলোৱে
বিদ্যা-বুদ্ধি, জ্ঞানৰ পোহৰেৰে দীপ্তমান হৈ উঠক
আৰু শিক্ষাৰ প্ৰসাৰেৰে মানৱ সম্পদ গঢ়াৰ যাত্ৰাত
অসম দৃঢ়তাৰে আগুৱাই যাওঁক।
সৰস্বতী পূজাৰ শুভেচ্ছা জনালোঁ




ওঁ সৰস্বতী মহাভাগে বিদ্যে কমললোচনে !
বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমোহস্তুতে।
সৰস্বতী পূজাৰ শুভেচ্ছা জনাইছো।




বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতী আইয়ে
সকলোৰে জীৱনবোৰ পোহৰাই তোলক
বিদ্যা, বুদ্ধি আৰু জ্ঞানৰ পোহৰেৰে।
সৰস্বতী পূজাৰ শুভেচ্ছা জনালোঁ




সৰস্বতী পূজাৰ আন্তৰিক
শুভেচ্ছা জ্ঞাপন কৰিলোঁ...।




আই সৰস্বতীয়ে সকলোৰে জীৱন
বিদ্যা, বুদ্ধি, শিক্ষা-দীক্ষাৰে পৰিপূৰ্ণ কৰি সমাজলৈ
কঢ়িয়াই আনক জ্ঞানৰ জ্যোতি।
সৰস্বতী পূজাৰ শুভেচ্ছা জনালোঁ



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ সৰস্বতী পূজাৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !