মহাত্মা গান্ধীৰ জীৱনী | Mahatma Gandhi Biography In Assamese

0
মহাত্মা গান্ধীৰ সম্পূর্ণ নাম মােহনদাস কর্মচান্দ গান্ধী।  দেউতাক কৰমচান্দ (কাবা) গান্ধী।  তেখেতে তেতিয়াৰ ফিফ্ট গুজৰাটী ষ্টেণ্ডার্ডলৈকেহে শিক্ষা গ্রহণ কৰিছিল যদিও তেখেত আছিল অভিজ্ঞতাৰে পুষ্ট। তেখেতৰ বুৰঞ্জী বা ভুগােলৰ আনুষ্ঠানিক শিক্ষা নাথাকিলেও ব্যৱহাৰিক ক্ষেত্ৰত জটিল সমস্যা সমান অনায়াসে কৰিব পাৰিছিল। আজি আমি সেই মানুহজনৰ জীৱনী লিখিম আশা কৰোঁ আপোনালোৰ ভাল লাগিব।

মহাত্মা গান্ধীৰ জীৱনী

মহাত্মা গান্ধীৰ প্রথম জীৱন

মহাত্মা গান্ধী আছিল এজন ভাৰতীয় ৰাজনীতিবিদ,  ভাৰতৰ স্বাধীনতা সংগ্রামীৰ ভিতৰত এজন,  সমগ্র পৃথিৱীৰ মানুহক স্বাধীনতা আৰু আধিকাৰ পোৱাৰ বাবে অনুপ্রেণা আছিল তেওঁ।


মহাত্মা গান্ধীৰ জন্ম

১৮৫৯ খ্ৰীষ্টাব্দৰ ২অক্টোবৰ তাৰিখে গুজৰাট ৰাজ্য়ৰ পোৰবন্দৰ নামৰ ঠাইত মহাত্মা গান্ধীৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম কৰমচান্দ গান্ধী আৰু মাকৰ নাম পুতুলী বাঈ গান্ধী। গান্ধীজীৰ সম্পূৰ্ণ নাম হ'ল মোহনদাস কৰমচাঁদ গান্ধী।


মহাত্মা গান্ধীৰ শিক্ষা

গান্ধীজীৰ ল'ৰা কালছোৱাত প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা পোৰবন্দৰতে গ্ৰহণ কৰিছিল।  সোতৰ বছৰ বয়সত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ বেৰিষ্টাৰি পঢ়িবলৈ বিলাতলৈ যায়। ১৮৯১ খ্ৰীষ্টাব্দত বিলাতত বেৰিষ্টাৰি পাছ কৰি ভাৰতলৈ ঘূৰি আহে।


মহাত্মা গান্ধীৰ বিবাহ জীৱন

মাত্র ১৩ বছৰতেই মহাত্মা গান্ধীয়ে বিয়া পাতে,  কস্তুৰি বাঈ নামৰ ছোৱালীৰ লগত।  ১৬ বছৰ বয়সতে মহাত্মা গান্ধী প্রথম সন্তানৰ পিতৃ হয়।


মহাত্মা গান্ধীৰ অসহযোগ আন্দোলন

অসহযোগ আন্দোলন হৈছে ১৯২০ চনৰ ৫ ছেপ্টেম্বৰত মহাত্মা গান্ধীয়ে স্বায়ত্বশাসন আৰু সম্পূৰ্ণ স্বাধীনতাৰ লক্ষ্যৰে আৰম্ভ কৰা এক আন্দোলন। ২১ মাৰ্চ ১৯১৯ চনৰ ৰাৱলাট আইন, আৰু ১৩ এপ্ৰিল ১৯১৯ৰ জালিয়ানৱালা বাগ গণহত্যাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে (INC) বৃট্ৰিছ চৰকাৰৰ পূণৰ গঠনৰ বাবে থকা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পৰিপেক্ষিততে এই আন্দোলনৰ সূচনা হৈছিল।


মহাত্মা গান্ধীৰ মৃত্যু

গান্ধীজীক ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নতুন দিল্লীৰ বিড়লা হাউছৰ প্ৰাংগনত হত্যা কৰা হৈছিল।  তেওঁৰ হত্যাকাৰী আছিল নাথুৰাম গডছে।  নাথুৰাম গডছে হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ অধিবক্তা, হিন্দু মহাসভাৰ সদস্য, আৰু হিন্দু ৰাষ্ট্ৰীয়তাবাদী অৰ্ধ-স্বেচ্ছাসেৱী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ  এছ) এজন পূৰ্বসদস্য আছিল।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ মহাত্মা গান্ধীৰ জীৱনী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু মহৎ লোকৰ জীৱনী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !