গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা বাণী | Republic Day Wishes, Quotes, Status, SMS In Assamese

0
বন্ধু বান্ধৱী সকল এই আর্টিকেলটোত গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা বাণী লিখিম। এই গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা বাণী সমূহ আপুনি আপোনাৰ বন্ধু্‌, বান্ধৱী, ভাই, ভনী, মা, দেউতাৰ লগত শ্বেয়াৰ কৰিব পাৰিব।

গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা বাণী


কাশ্মীৰৰ পৰা কন্যাকুমাৰিকা,
এটাই নাম আমাৰ ভাৰতবর্ষ।
তোমাক প্রণাম এই গৌৰৱ যেন
অক্ষুণ্ণ ৰাখিব পাৰি, সেয়া
গণতন্ত্ৰ দিৱসত শপদ হওঁক।






গণতন্ত্ৰ দিৱসত
আহক আমি দেশক আৰু
ভাল কৰাৰ শপদ লওঁ।






শ শ শহীদৰ তেজৰ বিনিময়ত
স্বাধীন হৈছিলো আমি,
আমি গৌৰৱ কৰো কাৰণ আমি ভাৰতীয়।
''শুভ গণতন্ত্ৰ দিৱস''






সকলো ভাৰতীয়ক
জনাও গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা,
এই বছৰটো ভালে কাটুক
জয় হিন্দ।






গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা
আজি সকলোৱে এটা শপদ লওঁ
যে দেশৰ অসন্মান হওঁক এনেকুৱা
কোনো কাম নকৰোঁ।
''শুভ গণতন্ত্ৰ দিৱস''




Republic Day Wishes, Quotes, Status, SMS In Assamese


যেনেকৈ তুমি তোমাৰ
মা-দেউতাক সন্মান কৰা,
ঠিক তেনেকৈ স্বাধীন ভাৰতৰ
সংবিধানকো শ্রদ্ধা কৰিবা।
''শুভ গণতন্ত্ৰ দিৱস''






শুভ গণতন্ত্ৰ দিৱস
আমাৰ ভাৰতৰ সকলো মানুহ
যদি এক হওঁ, তেনেহলে
আমাৰ দেশ সকলো দেশতকৈ
শ্রেষ্ঠ হ'ব।
''শুভ গণতন্ত্ৰ দিৱস''






ভালপোৱাই হওঁক আমাৰ
একমাত্র ধর্ম,
''শুভ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা থাকিল''






আমাৰ সমূহ ভাৰতবাসী ৰাইজলৈ
গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা থাকিল,






নুসুধিবা আমাক
আমাৰ কাহিনি, আমাৰ পৰিচয়।
মাথো এটাই আমাৰ পৰিচয়
আমি সকলোৱে হিন্দুস্থানী।
''শুভ গণতন্ত্ৰ দিৱস''




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনে ধৰণৰ পোষ্ট সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !