যিমানেই সুন্দৰী নহওঁক কিয় এই ৫ ধৰণৰ যুৱতীক বিয়া কৰা উচিত নহয় | Carrere Tips In Assamese

বিয়া মানুহৰ জীৱনৰ এটি গুৰুত্বপূৰ্ণ অধ্যায়।  এই অধ্যায়ত এক নতুন জীৱন সন্নিবিষ্ট থাকে,  থাকে বহু দায়িত্ব,  দুগৰাকী মানুহ সুখে দুখে সংসাৰ কৰাৰ থাকে অঙ্গীকাৰ ৷  এই বিবাহৰ পিছত দুটি অজান মনৰ মিলন ঘটে।  সেয়ে এই বিয়াৰ বাবে বহুতৰে ভয় আৰু চিন্তাও থাকে যে তেওঁৰ ভৱিষ্যত জীৱন সংগী কেনে হ'ব,  কেনেকৈ পছন্দ কৰিব ইত্যাদি।  তেনেহলে আহক কথা পাতো কেনেকুৱা ধৰণৰ ছোৱালীক বিয়া বিয়া কৰা উচিত নহয়...


১. মিছা কথা কোৱা ছোৱালী,  কিছুমান ছোৱালী আছে যি সদায় মিছা কথা কয়।  হয়টো আপোনাৰ লগত এনেকুৱা এজনী ছোৱালী লগত পৰিচয় বা চিনাকি আছে,  আৰু ছোৱালী যদি আপোনাৰ লগত মিছা কথা কয় তেনেহলে সেই জনী ছোৱালীৰ পৰা দূৰত থাকক।  কাৰণ আপুনি যদি সেই ছোৱালীক বিয়া কৰে,  তেতিয়া হ'লে আপোনাৰ লগতো মিছা কথা ক'ব।  আৰু যি সংসাৰত মিছা কথা আছে সেই সংসাৰ কেতিয়াওঁ সুখৰ হ'ব নোৱাৰে।


২. যি ছোৱালীৰ লগত আপোনাৰ পৰিচয় বা চিনাকি আছে আৰু আপুনি তাইৰ বহু কথা জানেও,  ইতিমধ্যে কিন্তু যদিহে সেই ছোৱালীজনীয়ে আপোনাক তাইৰ কিছু কথা গোপনে ৰাখিছে বা মিছা কৈছে তেনেহলে সেই ছোৱালী আপোনাৰ প্রিয়জন হলেও ত্যাগ কৰা উচিত ৷  কিয়নো সম্পর্কত স্বচ্ছতাৰ প্রয়োজন আৰু মিছা কথাই যিকোনো সম্পৰ্কত বিষৰ দৰে কাম কৰে।


৩. কাৰোবাক বিয়া কৰাৰ আগতে ছোৱালীৰ পৰিয়ালৰ কথা জানি লোৱা দৰকাৰী ৷  কাৰণ যিকোনো মানুহে সংস্কাৰ আৰু শিক্ষা প্ৰথমতে পৰিয়ালৰ পৰা গ্রহণ কৰে।  সেয়ে ছোৱালীজনী আপোনাৰ প্রিয়জন হলেও তেওঁৰ পৰিয়ালৰ কথা বিয়াৰ আগতে জানি নোলোৱাকৈ আগবাঢ়ি যোৱা ভুল হ’ব।


৪. ছোৱালীয়ে অকণমান কথাতে খং ৰাগ কৰে হঠাতে যিকোনো অৱস্থাতে হাই কাজিয়াত লিপ্ত হয় তেনে ছোৱালীক বিয়াৰ বাবে পছন্দ নকৰাই শ্রেয়।


৫. প্রত্যেক মানুহৰ ভাল আৰু বেয়া দুটি গুণ থাকে।  যি ছোৱালীয়ে মাত্র তেওঁৰ ভাল গুণ সমূহ আপোনাক প্ৰত্যক্ষ কৰাই বেয়া গুণ সমূহ জানিবলৈ নিদিয়ে তেনে ছোৱালীক বিয়াৰ ক্ষেত্ৰত প্ৰত্যাখ্যান কৰা উচিত।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ তথ্য সমূহ জানি যদি আপোনাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post