জীৱনত এই কেইটা কথা কেতিয়াওঁ কাকো কোৱা উচিত নহয় | চাণক্য নীতি | Chanakya Niti Assamese

আচার্য চাণক্য তাৰ নীতিৰে মানৱ সমাজৰ কাৰণে বহু তিনি নির্দেশনা দি থৈ গৈছে। তাৰ নীতি নির্দেশনাৰ ভিতৰত এই কেইটা কথা তেওঁ কেতিয়াওঁ কাকো ক'বলৈ নিষেধ কৰিছে,  কথা কেইটা জানিবলৈ সম্পূর্ণ পঢ়িব।



১/ কর্মক্ষেত্র পৰিকল্পনা।

চাণক্য নীতি অনুসৰি,  আপুনি কিবা এটা কামৰ পৰিকল্পনা কৰিছে আৰু সেই পৰিকল্পনাৰ কথা  আপুনি কাৰোবাক ক'লে যে মই এই কামটোৰ পৰিকল্পনা কৰিছো কেনে হ'ব।  তেনেহলে আপোনাৰ ক্ষতি হ'ব।  কাৰণ আপুনি যাক আপোনাৰ কামৰ পৰিকল্পনাৰ কথা ক'লে সেই মানুহজনেই আপোনাৰ আইডিটো কপি কৰিব পাৰে,  আৰু আপোনাৰ ক্ষতি হ'ব পাৰে।


২/ গৃহবিবাদ।

আপোনাৰ পৰিয়াৰ যদি কিবা অশান্তি আছে তেনেহলে সেই কথা কেইতিয়াওঁ কাকো নক'ব।  নহ'লে ভবিষ্যতে আপুনি অপমানিত হ'ব পাৰে।


৩/ বিবাহিত জীৱন সম্পর্কে এই কথা সমূহ।

চাণক্য নীতি অনুসৰি,  নিজৰ বিবাহিত জীৱন সম্পর্কে কেতিয়াওঁ কাৰো লগত শ্বেয়াৰ কৰা উচিত নহয়।  স্বামী-পত্নীৰ ভিতৰুৱা কথা সমূহ নিজৰ মাজত সিমাবদ্ধ ৰখা ভাল।  বিশেষকৈ যেতিয়া আপুনি আৰু আপোনাৰ পত্নীৰ মাজত কাজিয়া হয়,  এই কথা সমূহ ভুলেও অইন কাৰোবাক জনোৱা উচিত নহয়।  নহলে আপোনাৰ মান-সন্মানৰ সানি হ'ব পাৰে।


৪/ দুঃখ প্রকাশ।

চাণক্য নীতি অনুসৰি,  কোনো ব্যক্তি কেতিয়াওঁ কাৰোবাৰ সন্মুখত দুঃখ প্রকাশ কৰা উচিত নহয়।  এইটোৰ দ্বাৰা মানুহক মনত পেলাই দিব যে আপুনি দুর্বল।  আৰু এইটোই ভবিষ্যতে আপোনাৰ কামত বাধা হৈ থিয় দিব পাৰে।


৫/ অপমানৰ উল্লেখ।

চাণক্য নীতি অনুসৰি,  আপুনি যদি কৰবাত অপমানিত হৈ থাকে,  তেনেহলে ভুলেও কাৰোবাৰ সন্মুখত অল্লেখ নকৰিব।  যদি আপুনি উল্লেখ কৰে তেনেহলে সেই মানুহবোৰেই আপোনাক মান-সন্মান সানি কৰিব পাৰে।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ তথ্য সমূহ জানি যদি আপোনাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post