এই চৰাইবোৰ আকাশত খায়, আকাশত টোপনি যায় | Assamese Facts

বন্ধু বান্ধৱী সকল আমি আমাৰ জীৱনত বহু চৰাই দেখিছো,  কিন্তু এই পৃথিৱীত ভগৱানে এনেকুৱা এটা চৰাই বনাইছে যি চৰাইয়ে আকাশত খায়, আকাশত টোপনি যায়। এই চৰাইৰ বিষয়ে জানিবলৈ সম্পূর্ণ পঢ়িব।


এই চৰাইৰ বিষয়ে

এই চৰাইৰ নাম ছুইফট ( swift bird ) ১৯৫০ চনত গবেষনাকাৰীয়ে ধাৰণা কৰিছিল যে এই চৰাইবোৰ আকাশত খায়, আকাশত টোপনি যায়,  আৰু এই ধাৰণা সঁচা প্রমাণিত হ'ল নেদাৰল্যান্ডৰ লুন্দ বিশ্ববিদ্যালয়ৰ জীৱনিজ্ঞান বিভাগৰ অধ্যাপক ( আন্দেশ হেদেনস্ত্রমৰ ) নেতৃত্বত একদল বিজ্ঞানী এই গবেষণা কৰিছিল।


এই চৰাইক লৈ হোৱা গবেষণা

লুন্দ বিশ্ববিদ্যালয়ৰ গবেষক দলে গবেষণা কৰি উলিয়াইছে যে এই চৰাইবোৰে তিনৰ পৰা চাৰি মাহ আকাশত উৰিব পাৰে।  গবেষক বা বৈজ্ঞানী সকলে এই চৰাইৰ শৰীৰত মেচিন লগাইছিল আৰু এই মেচিনৰ সহায়ত চৰাইবোৰ গতি বিধিৰ ওপৰত নজৰ ৰাখিছিল,  শেষত বিজ্ঞানী সকলে এই কথা জানিব পাৰে।
লগতে বিজ্ঞানী সকলে এই কথাও জানিব পাৰে,  যে এই চৰাইবোৰ গৰমৰ ছয় মাহ ইতালিত থাকে আৰু গৰম শেষ হ'লে চৰাইবোৰ পৰচিম আফ্রিকাত যায়।  এই যাত্রাত প্রায় শীতকাল শেষ হৈ যায়।  আৰু মাহৰ পাছত মাহ আকাশত কটায়।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ তথ্য সমূহ জানি যদি আপোনাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post