যদি আপোনাৰ স্ত্ৰীৰ মাজত এই গুণসমূহ আছে, তেনেহলে আপুনি পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী ব্যক্তি | Assamese Facts

স্বামীৰ জীৱনৰ সুখ সমৃদ্ধিত এগৰাকী স্ত্ৰীৰ ভূমিকা অতুলনীয়।  বহু প্রাচীন শাস্ত্ৰত নাৰীৰ গুণ আৰু দোষৰ ক্ষেত্ৰত বহু কথা বর্ণনা কৰা হৈছে ৷  লগতে কোৱা হৈছে যে স্ত্ৰীৰ যদিহে চাৰিটা বিশেষ গুণ থাকে তেন্তে সেই স্ত্রীৰ স্বামী অতি ভাগ্যবান হয়।  সেই গুণসমূহ হৈছে...



১/ যিসকল স্ত্রীয়ে বিবাহৰ পিছত সকলোৰে সৈতে গম্ভীৰ আৰু মিঠা আচৰণ কৰে কথা বতৰা মিঠা আৰু সাৱলীল হয় তেনে স্ত্রী বিশেষ গুণৰ অধিকাৰী।  আৰু এনে স্ত্রী পোৱা পুৰুষৰ বাবে সৌভাগ্যৰ কথা।


২/  যিসকল পুৰুষৰ স্ত্ৰীয়ে তেওঁৰ সকলো কথা মানি চলে, জানি ল'ব সেইজন পুৰুষ ভাগ্যশালী ৷  স্ত্ৰীৰ প্ৰথম কর্তব্য হৈছে স্বামীৰ প্ৰতিটো আদেশ,  নিয়ম পালন কৰি চলা।


৩/ যি স্ত্রীয়ে বিবাহৰ পিছত স্বামীৰ পৰিয়ালক আপোন কৰি ল'ব পাৰে জানিব সেই স্ত্রী গুণৱতী ৷  আৰু তেঁওৰ স্বামী অত্যন্ত ভাগ্যবান বুলি ক'ব লাগিব।


৪/  যি নাৰীয়ে ঘৰৰ কাম কাজ অতি দক্ষতাৰে কৰিব পাৰে তেনে গৃহত সদায় সুখ বিৰাজমান হয়, লগতে সেইজন স্বামীক ভাগ্যবান মান্যতা দিয়া হয়।  তেনে স্ত্রীয়ে সমাজ আৰু সংসাৰত বিশেষ মৰ্যদা লাভ কৰে লগতে তেওঁৰ স্বামীৰ জীৱন সুখ সমৃদ্ধিশালী হয়।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ তথ্য সমূহ জানি যদি আপোনাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post