কমকৈ কথা ক'লে আমাৰ কি কি লাভ হয় | Power Of Silence In Assamese

0
কথা ক'লে মানুহৰ মনটো ভালে থাকে,  কিন্তু আমি আজি আলোচনা কৰিম আপুনি যদি কমকৈ কথা কয় তেনেহলে আপোনাৰ কি কি লাভ হ'ব।  সেই বাবে আর্টিকেলটো সম্পূর্ণ পঢ়িব...


কম কথা ক'লে এই সমূহ সফলতা পাব

জেফ বেজছ ( Jeff Bezos ) এজন মটিভেশ্বনাল স্পিকাৰ, মানুহৰ সন্মুখত তেওঁৰ মূল্যৱাল ভাষণ দি ভাল পায়।  কিন্তু তেওঁৰ বিজনেছ ছিক্রেট মানুহক নকয় !  কাৰণ তেওঁ যদি তেওৰ ছিক্রেট মানুহৰ আগত ৰিবিল কৰি দিয়ে,  তেনেহলে তেওঁৰ আইডিয়া মানুহে কপি কৰিব।
জেফ বেজছ ( Jeff Bezos ) যেতিয়া আমাজন ( Amazon ) কোম্পানী আৰাম্ভ কৰিছিল তেতিয়া তেওঁ গ'ম পাইছিল যে ( Amazon ) বহুত ডাঙৰ এটা কোম্পানী হ'ব ! সেই বাবে এই কথা মানুহৰ আগত কোৱা নাছিল।  তেতিয়া ( Amazon ) কোম্পানীৰ কথা মানুহৰ আগত তেওঁ ৰিবিল কৰিছিল তেতিয়ালৈকে ( Amazon ) বহুত ডাঙৰ এটা কোম্পানী হৈছিল।


কম কথা কোৱাৰ উপকাৰ

গৌতম বুদ্ধৰ কথা সকলোৱে জানে !  গৌতম বুদ্ধৰ ওচৰত এজন ল'ৰা আহিল, সেই ল'ৰাজৰ মানত জীৱনকলৈ বহুত কিবা কেবি প্রশ্ন আছিল, ভগৱান গৌতম বুদ্ধৰ ওচৰত আহি গৌতম বুদ্ধক শুধিলে যে মোৰ মনত জীৱনকলৈ বহুত প্রশ্ন আছে আপুনি সেই প্রশ্নৰ উত্তৰ সমূহ দিব পাৰিবনে ?  ভগৱান গৌতম বুদ্ধে ক'লে নিচ্ছয় পাৰিম !  কিন্তু তাৰ আগতে মোৰ এটা সর্ত আছে,  ল'ৰাজনে ক'লে মই বহু দিন ধৰি এই প্রশ্নৰ উত্তৰ সমূহ বিচাৰি আছো,  আপোনাৰ যি সর্ত আছে সেয়া মই মানি ল'ম।  তেতিয়া ভগৱান গৌতম বুদ্ধে ক'লে যে সর্তটো হৈছে দুই বছৰ এইটো গছৰ তলত কথা নপতাকৈ থাকিবা,  যদি দুই বছৰৰ ভিৰতৰ এটা কথা কোৱা তেনেহলে মই তোমাৰ প্রশ্নৰ উত্তৰ সমূহ নিদিওঁ !  যদি দুই বছৰ কথা নপতাকৈ থাকিব পাৰা তেনেহলে মই তোমাৰ প্রতিটো প্রশ্নৰ উত্তৰ দিম।  ভগৱান গৌতম বুদ্ধৰ কথা মতে ল'ৰা জনে দুই বছৰ গছৰ তলত ধ্যান কৰিবলৈ ধৰিলে,  প্রথমতে মন লগা নাছিলে কিন্তু লাহে লাহে তেওঁৰ মনটো ভাল লাগিবলৈ ধৰিলে আৰু দুই বছৰ কেনেকৈ পাৰহৈ গ'ল গমেই নাপালে। দুই বছৰ পাৰ হৈ যোৱাৰ পিছত ভগৱান গৌতম বুদ্ধ আহি ল'ৰা জনক ক'লে এতিয়া কোৱা কি তোমাৰ প্রশ্ন আছিল।  ল'ৰাজন হাঁহি দি ক'লে আপুনি মোক দুই বছৰ কিয় কথা নপতাকৈ থাকিবলৈ কৈছিল মই এতিয়া গ'ম পাইছো,  এতিয়া মই নিজক জানিছো আৰু সকলো প্রশ্নৰ উত্তৰ মই নিজে নিজেই পাইছো।


কম কথা ক'লে আপোনাৰ লগত এইটো নহ'ব

জ্যাক'মা ( Jack Ma ) ক আমি সকলোৱে জানো যে তেওঁ চাইনাৰ এজন বিজনেছ ম্যান !  কিন্তু  এটা ভুল কৰিল Power Of Silence ক পাহৰি গৈছিল।  জ্যাক'মা এটা ভাষণত চাইনিচ Government ৰ বিৰুদ্ধে কৈছিল, তেওঁ কৈছিল যে চাইনাত Use Less Regulation লগাই আছে, বহুত পূৰণা চিন্তা ধাৰা ইয়াত।  তাৰ পিছত এবছৰৰ বাবে জ্যাক'মা ক কতো দেখা নগল।  কিছুদিন আগত দেখা গ'ল কিন্তু তেওঁ তেতিয়া চুপ চাপ আছিল।


কম কথা কোৱাৰ লাভ

মুকেশ আম্বানিক আমি সকলোৱে জানো যে তেওঁ এজন ভাৰতৰ অন্যতম ধনি ব্যক্তি।  মুকেশ আম্বানি এটা Interview ত গৈছিল,  আৰু Interview লোৱা জনে কৈছিল যে আমাৰ মাজত উপস্থিত আছে ভাৰতৰ সকলোতকৈ ধনী ব্যক্তি মুকেশ আম্বানি !  তেতিয়া মুকেশ আম্বানিয়ে কৈছিল মই কোনো ডাঙৰ মানুহ নহয়,  আৰু আপোনাৰ কথা মই Seriously লোৱা নাই।  এই কথাত এইটো বুজিব পাৰি যে কিছুমান ঠাইত কিছুমান কথা কোৱা নাজায়,  আৰু যদি কওঁ তেনেহলে নিজৰ বিপদ নিজে মাতি অনা হ'ব।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ তথ্য সমূহ জানি যদি আপোনাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Tags

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !