অসমীয়া উক্তি | Deuka Assamese status | Heart Touching Quotes In Assamese

বন্ধু বান্ধৱী সকল আজি আমি এই আর্টিকেলটোত কেইটামান অসমীয়া উক্তি বা Assamese উক্তি আশা কৰোঁ এই অসমীয়া উক্তি বা Assamese উক্তি সমূহ আপোনালোকৰ ভাল লাগিব।

অসমীয়া উক্তি | Deuka Assamese status


বগা ধুনীয়া চেহেৰা এটা
আছে বুলিয়েই অহংকাৰ নকৰিবা,
মনত ৰাখিবা বগা মূলাটোতকৈ
আপেলৰ মূল্য বেছি।






Assamese Status

ভোক শেষ হােৱাৰ পিছতযে
নেকৈ ভাতৰ সােৱাত নলগা হয,
ঠিক তেনেদৰে স্বার্থ আদায়হাে
ৱাৰ পিছত মানুহে আপােনাক
ভাল নােপােৱা হৈ যায়।






সপোনৰ ভগ্ন টুকুৰাবোৰ
যেতিয়া স্মৃতি হৈ চকুত ভাঁহে
অশ্ৰুৰ সাগৰত সাতুৰি নাদুৰি নিশাবোৰ
পাৰ হয় উজাগৰে ৷







সুখৰ পোচাক পিন্ধাৰ সৌভাগ্য
সকলোৰে ভাগ্যত নাথাকে,
যিদৰে সপোনবোৰ বাস্তৱ সকলোৰে
জীৱনত নঘটে।



অসমীয়া উক্তি


জীয়াই থাকোতে যদি  খৱৰ
কৰিব  সময় নাই,
 তেন্তে মোৰ মৃত্যু হ'লে তাৰ
কাৰন জানিব  ব্যয়াকুল নহবা,  কাৰন 
সেই অধিকাৰ তোমাৰ  নাই।






বেয়া সময় বোৰ পাৰ হৈ যায়  
মনত  নাথাকে,
 কিন্তু আপোন মানুহ বোৰ সলনি হৈ
গ'লে চিৰদিন মনত থাকে।







মানুহৰ জীৱনটো এডাল ম'মবাতিৰ দৰে,
আনক পোহৰ দি থাকোতে নিজেই
জ্বলি শেষ হৈ যায়।







সকলাে মানুহেই সুন্দৰ মনৰ অধিকাৰী,
আমি মার্থে গুৰুত্ব দিওঁ সুন্দৰ
চেহেৰাক মনতােক নহয়।
বিভেদতাে তাতেই আহি পৰে।







সম্পর্ক যেতিয়া পুৰণি হয় আৰম্ভ হয়,
অৱহেলা কমি যায় মেচেজ
কমি যায় গুৰুত্ব বাঢ়ি যায় দূৰত্ব।







বয়স কম হ'লেও, নুবুজিব লগা কথা
বুজিছাে,  নুশুনিব লগা কথা শুনিছোঁ,
নেদেখিব লগা কথা দেখিছোঁ।
বেলেগ একো নাই, মাত্র পৰিস্থিতিয়ে
বাধ্য কৰাইছে দুখীয়া জীৱন।



অসমীয়া উক্তি


আঁতৰি আছোঁ বুলিয়েই নাভাবিবা তুমি
হৃদয়ৰ মৰম কমিছে,
যিমানেই আঁতৰি আছোঁ সিমানেই
দেখোন মোৰ তোমালৈ মৰম বাঢ়িছে।







মানুহ আচলতে ভালপােৱাৰ অভাৱত
মৰি নাযায়।
মৰে কেৱল মিছা ভালপােৱা আৰু
    বিশ্বাসঘাটকৰ যন্ত্রণা বলি হৈ।







আপোনজন কাষত থাকক বা নাথাকক,
তেওঁ সময় দিয়ক বা নিদিয়ক তেওঁৰ
প্ৰতি থকা সন্মান আৰু বিশ্বাসেহে
সম্পৰ্ক এটাক জীয়াই ৰাখে।







যি জন ল'ৰাই তোমাৰ কাৰণে
গোটে পৃথিৱী খনৰ লগত যুঁজিব পাৰে।
জানিব তাৰ সমান সুখ তোমাক
কোনেও দিব নোৱাৰে।




অসমীয়া উক্তি


ভাল সময়ত কাষলৈ অহাবোৰ বেয়া
সময়ত আঁতৰি যাব পাৰে , 
কিন্তু বেয়া সময়ত মূৰ থোৱা
কান্ধবোৰে কেতিয়াও লগ এৰা নিদিয়ে। 
সেয়ে বেয়া সময়ৰ বন্ধুবোৰকহে
কাষত ৰাখিব লাগে।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ অসমীয়া উক্তি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু অসমীয়া উক্তি সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

1 Comments

  1. বয়স কম হ'লেও, নুবুজিব লগা কথা
    বুজিছাে, নুশুনিব লগা কথা শুনিছোঁ,
    নেদেখিব লগা কথা দেখিছোঁ।
    বেলেগ একো নাই, মাত্র পৰিস্থিতিয়ে
    বাধ্য কৰাইছে দুখীয়া জীৱন।

    ReplyDelete

Post a Comment

Previous Post Next Post