সঁচা ভালপোৱা | Real Love In Assamese


স্বামীস্ত্রীৰপ্ৰকৃত ভালপোৱা

স্বামী আৰু স্ত্রীৰ লগত তর্ক,কাজিয়া হোৱাৰ পিছত স্ত্রী নিজৰ দেউতাকৰ ঘৰত গুচি গ'ল,,,,.

একসপ্তাহ পিছত স্ত্রীৰ আদৰ নোপোৱাত স্বামী ঘৰত থাকিব নোৱাৰাত স্ত্রীক ফোন কৰিলে........

স্বামী=মোৰ ভুল হৈছে, #iam_Sorry_Plz তুমি ঘৰত
          আহাঁ। 

স্ত্রী=তুমি পাকঘৰত যোৱা। 
স্বামী=হয় ঠিক আছে,,পাকঘৰত আহিলো...

স্ত্রী=এটা গ্লাচ এটা হাতত লোৱা,,,
স্বামী=ললো,,,,,

স্ত্রী=এবাৰ গ্লাচটোক ওপৰৰ পৰা পেলাই দিয়া,,,
স্বামী=ঠিক আছে পেলাই দিলো,,, 

স্ত্রী=এবাৰ ভাঙি যোৱা গিলাচৰ কাঁচৰ টুকুৰাবোৰ    
      আকৌ সংযোগ কৰিব পাৰিবানে?? 

স্বামী=গিলাচ ভাঙা নাই,,  প্লাষ্টিকৰ গিলাচ আছিল,
স্ত্রী=বদমাচ,অফিচৰ পৰা ঘৰত যোৱাৰ সময়ত
      মোক লৈ যাবা,,,,, 

"সকলো স্বামী-স্ত্রীৰ লগত যেন এনেকুৱা ভালপোৱা থাকে তাকে কামনা কৰিলোঁ। ভালপোৱাৰ অটুট বন্ধন।
ভালপোৱা এনেকুৱাই হোৱা উচিত,,,,,

Post a Comment

Previous Post Next Post