7000+ Assamese PDF Book Download | Free Assamese E-book

এতিয়া তথ্য প্রযুক্তিৰ যুগ তাৰ পাছতো মানুহে কিতাপ কঢ়ি ভাল পায়, বহু মানুহৰে কিতাপৰ প্রতি আকর্ষণ আছে।  সেয়েহে আজি আমি আপোনালোৰ বাবে PDF আকাৰে কেইটামান কিতাপ লৈ আহিছো আশা কৰোঁ এই Assamese E-book সমূহ আপোনালোকৰ ভাল লাগিব।


Assamese PDF Book

এই কিতাপ সমূহ ইন্টাৰনেটত বহু দিনৰ পৰা বিনামূলীয়াকৈ  বিভিন্ন উৎসত বহু দিনৰ পৰা প্রকাশ হৈ আহিছে।  আৰু সেই সকলোবোৰ উৎসৰ পৰা একত্রিত কৰি আমাৰ ৱেবচাইটত প্রকাশ কৰা হৈছে।  যদি এই  Assamese PDF Book ৰ বিষয়ে লেখক বা প্রকাশকৰ কোনো আপত্তি থাকে তেনেহলে আমাক জনাব।  sofiqulalom898@gmail.com


Download কেনেকৈ কৰিব ?

Google Play Store'ৰ পৰা যিকনো এটা E-Book Reader বা PDF Reader App ৰ সহায়ত এই কিতাপ সমূহ Download কৰিব পাৰিব।। Download কৰিবলৈ কিতাপৰ নামৰ ওপৰত ক্লিক কৰক PDF আকাৰে Download হৈ যাব।

কিতাপ সমূহ






Post a Comment

Previous Post Next Post