সপোনত সাপ দেখিলে কি হয় | সপোনত সাপ দেখাৰ অর্থ | Dreams About Snakes In Assamese

0
এজন মানুহৰ জীৱনত বহুতো কিবা কিবি সপোন দেখে কিন্তু যদি আপুনি সপোন সাপ দেখে, আৰু তাৰ অর্থ নাজানে তেনেহলে আপুনি চিন্তাত পৰিব পাৰে।  সাপ দখা ভাল নে বেয়া সেইটো আজিৰ এই আর্টিকেলটোত আলোচনা কৰিম, সেই বাবে সম্পূর্ণ পঢ়িব।

সপোনত সাপ দেখিলে কি হয়

১/ সপোনত সাপ মাৰিলে কি হয় ?

সপোনত বহুতো সাপ একেলগে আৰ্বিভাৱ হোৱাটো অশুভ।  কিন্তু যদি আপুুনি সপোনত সাপক হত্যা কৰে, বা আঁতৰাই দিয়ে, ইয়াক শুভ বুলি গণ্য কৰা হয়।  ইয়ে আসন্ন সংকটৰপৰা পৰিত্ৰাণ পোৱাটো সূচায়।


২/ সাপে আপোনাক সপোনত খেদিলে কি হয় ?

যদি এডাল সাপে আপোনাক সপোনত প্ৰায়ে খেদে, তেন্তে ইয়াৰ অৰ্থ হৈছে আপুনি কিবা এটা বস্তুক অত্যন্ত ভয় কৰে আৰু আপুনি ভাল নোপোৱা সত্যক সহজে গ্ৰহণ কৰিব নোৱাঁৰে।  অদূৰ ভৱিষ্যত আপোনাৰ লগত, তেনে কোনো ভয়ংকৰ পৰিস্থিতি হোৱাটোহে সূচায়।  সপোনত সাপৰ পাছে পাছে দৌৰাটোকো অশুভ বুলি গণ্য কৰা হয়।


 ৩/ সপোনত সাপে খুঁটিছে দেখিলে কি হয় ?

যদি সাপে আপোনাক সপোনত খুঁটিছে তেন্তে ইয়াৰ অৰ্থ হৈছে আপুনি সোনকালেই গুৰুতৰ ৰোগত আক্ৰান্ত হ'ব পাৰে।


৪/ সপোনত যদি দেখে সাপে আপোনাক কামুৰিবলৈ খেদি আছে ?

কেতিয়াবা সপোনাত দেখা যায় যে আপোনাক সাপে কামুৰিবলৈ খেদি আছে।  সাপৰ পৰা আপুনি বাচি নাযায় আৰু সাপে আপোনাক কামোৰে। ই আপোনাৰ বাবে শুভ।  ইয়াৰ অৰ্থ এইটোৱে যে আপোনাৰ সন্মান বঢ়াৰ লগতে ধনৰ প্ৰাপ্তি হ’ব পাৰে।
গতিকে সপোনত সাপ দেখিলে ভয় নাখাব।  সাপ দেখাটো শুভ লক্ষণ।


৫/ সপোনত সাপৰ দাঁত দেখিলে কি হয় ?

সপোনত সাপৰ দাঁত দেখাটো অশুভ বুলি গণ্য কৰা হয়।  ইয়াৰ অৰ্থ হৈছে যে আপোনাৰ এজন বন্ধু বা আত্মীয়ই আপোনাৰ ক্ষতি কৰিব পাৰে।  গতিকে এই সপোনটো অহাৰ পিছত কেইদিনমানৰ বাবে খুবেই সাৱধান হ'ব।


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ সপোনত মৰা মানুহ দেখিলে কি হয় যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু সপোনত মৰা মানুহ দেখিলে কি হয় সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !