বুদ্ধিমান ব্যক্তিয়ে এই চাৰিটা কথা মানুহক নকয় | এই চাৰিটা কথা মানুহক ক'লে ক্ষতি হ'ব | Assamese Facts

0

বুদ্ধিমান লোক সকৰ কিছুমান গুণ থাকে,  যিবোৰ গুণে তেওঁক বুধিয়ক হোৱাত সহায় কৰে।  লগতে সেই গুণ সমূহে তেওঁলোকক সফল হোৱাত সহায়।  সেই গুণ সমূহ হৈছে...


১. নিজৰ দৰিদ্রতাৰ কথা কেতিয়াওঁ আনৰ আগত নকব।  যদি আপুনি নিজৰ দৰিদ্রতাৰ কথা আনৰ আগত কয়,  তেনেহলে মানুহে আপোনাক গৰিৱ বুলি ভাবিব।  আৰু আপোনাৰ দৰিদ্রতাৰ সুযোগ ল'ব।  সেয়ে কেতিয়াওঁ নিজৰ দৰিদ্রতাৰ কথা কাকো নকব।


২. নিজৰ ব্যক্তিগত সমস্যাৰ কথা আনক নকব।  ব্যক্তিগত কথা আপোনজনৰ বাহিৰে আনৰ সৈতে কেতিয়াওঁ আলোচনা কৰা উচিত নহয়।  কাৰণ নিজৰ ব্যক্তিগত সমস্যাৰ কথা যদি মানুহে জানে তেনেহলে সেই কথা সমাজৰ মানুহৰ লগত সমালোচনা কৰিব।  এনে খেত্রত আপোনাৰ সমস্যা দুগুণ বৃদ্ধি হ'ব।  সেয়ে কেতিয়াওঁ ব্যক্তিগত সমস্যাৰ কথা কাকো নকব।


৩. নিজে পোৱা অপমানৰ কথা কেতিয়াওঁ আনৰ লগত আলোচনা নকৰিব।  আপুনি পোৱা অপমান ঠাট্টা মস্কৰাৰ কথা আনক নকব।  ঠাট্টা মস্কৰাৰ কথা আনক ক'লে আপোনাৰ মান সন্মান হানি হ'ব,  কিয়নো যাক আপুনি এই কথা ক'ব তেওঁ এই কথা শুনি আনন্দ পাব আৰু বহুজনৰ মাজত প্রচাৰ কৰিব।  আৰু তাৰ কাৰণে আপুনি হতাশাত ভুগিব আৰু আত্মবিশ্বাস হেৰুৱাই পেলাব।


৪. নিজৰ ব্যৱসায়ৰ ক্ষতি বা অর্থৰ ক্ষতিৰ কথা অইন লোকক কোৱা উচিত নহয়।  নিজৰ ব্যৱসায়ৰ লাভ লোকচান বা টকাৰ লোকচান বা ক্ষতিৰ কথা আনক কোৱা অনুচিত।  কাৰণ এই ক্ষেত্রত আপোনাক কোনেও সহায় নকৰে মুখে মুখে আপোনাক মহানুভূতি দেখুৱাব,  আৰু আপুনি দূৰ হ'লেই আপোনাক লৈ হাঁহিব।  যদি এই কথা প্রকাশ কৰিব বুলি যদি ভাবে তেনেহলে আপোন মানুহৰ আগতহে প্রকাশ কৰক যাৰ পৰা আপুনি সহায় পোৱাৰ আশা কৰে।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ তথ্য সমূহ জানি যদি আপোনাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Tags

إرسال تعليق

0تعليقات
إرسال تعليق (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !