শুভ ৰাত্রী শুভেচ্ছা বাণী | Good Night Wishes, Quotes, Status, SMS In Assamese

0

প্রতিদিন আমাৰ দৈনন্দীৰ কামৰ বাবে কেতিয়াবা কেতিয়াবা আমি প্রিয় মানুহ বোৰক পাহৰি জাও,
আমাৰ জীৱনত কিছুমান প্রিয় মানুহ হয়তো দূৰত থাকে তেওলোকৰ দেখা নহয়, বা কথা নহয় কিন্তু আমি আজি কেইটামান Good Night Quotes লৈ আহিছো যি আপোনাৰ প্রিয় মানুহ বোৰৰ লগত শ্বেয়াৰ কৰিব পাৰিব।

আপুনি এই Good Night Quotes ফটো সমূহ আপোনাৰ বন্ধু, বান্ধবী, ভাই, ভনী, বা প্রেমিক প্রেমিকাৰ ওচৰত শ্বেয়াৰ কৰিব পাৰে। 


শুভ ৰাতিৰ শুভেচ্ছা  বাণী


সকলোকে ঈশ্বৰে ভালে কুশলে ৰাখক
শুভ ৰাতি জনালোঁ।
শুভ ৰাতি




জোখতকৈ কাকো বেছি গুৰুত্ব নিদিব,
নহলে আপোনাক সস্তীয়া বুলি 
গুৰুত্ব নিদিব। 
শুভ ৰাতি






আজি মাটিৰ ওপৰত আমি আছোঁ,
কাইলে আমাৰ ওপৰত মাটি থাকিব।
এইয়াই বাস্তৱতা।
শুভ ৰাতি






কেতিয়াও কোনাে মানুহকে
অপ্রয়ােজনীয় বুলি ভাৱিব নালাগে।
কাৰন হ'ব পাৰে সূৰ্যৰ তুলনাত চাকিৰ পােহৰ সামান্য।
কিন্তু আন্ধাৰ কোঠাত সেই চাকিৰ পােহৰেই যথেষ্ট।
শুভ ৰাতি





সমালােচনা কৰিবলৈ জিভাখনেই যথেষ্ট।
প্রশংসা কৰিবলৈ এখন হৃদয় লাগে।
শুভ ৰাতি





ধৈৰ্য্য ধৰিবলৈ শিকা,
যিটো তােমাৰ সেইটো তুমি এদিন
দেৰিকৈ হলেও পাবাই।
শুভ ৰাতি






তুমি সুন্দৰ বুলিয়েই ক'লাক ঘৃণা নকৰিবা,
কাৰণ ক'লা আছে বাবেই 
তুমি সুন্দৰ।
শুভ ৰাতি





Good Night Wishes In Assamese

যি বিলাক মানুহে
আনে কিবা এটা কৰা দেখিলে হাঁহে,
সেইবিলাক মানুহেই আচলতে জীৱনত নিজে
 একো কৰিব নােৱাৰে।
শুভ ৰাতি







হেঁপাহবােৰ অসীম সাগৰৰ দৰে।
সপােনবােৰ ৰঙীন নিশাৰ আকাশৰ দৰে । 
জীৱনটোহে কঠিন নিষ্ঠুৰ বাস্তৱৰ দৰে।
শুভ ৰাতি






আপোনাৰ বন্ধুক শুভ ৰাতিৰ শুভেচ্ছা দিব বিচাৰে নেকি ? কিন্তু ভাল শুভ ৰাতিৰ শুভেচ্ছা নপোৱাৰ বাবে আপোনাৰ বন্ধুক শুভ ৰাতিৰ শুভেচ্ছা দিব পৰা নাই নেকি ? তেনেহলে আজি আমি লৈ আহিছো এনেকুৱা কেইটামান শুভ ৰাতিৰ শুভেচ্ছা বাণী যি আপোনাৰ বন্ধুক পঠালে তেও আনন্দিত হ'ব।

শুভ ৰাতি বন্ধু

বন্ধুত্ব সম্বন্ধটো
কোনো তেজৰ সম্পৰ্ক নহয়,
কিন্তু বুজাব নোৱাৰা এটা অনুভৱ।
শুভ ৰাতি






হেঁপাহবােৰ অসীম সাগৰৰ দৰে।
সপােনবােৰ ৰঙীন নিশাৰ আকাশৰ দৰে । 
জীৱনটোহে কঠিন নিষ্ঠুৰ বাস্তৱৰ দৰে।
শুভ ৰাতি






Twinkles Twinkles লিটিল ষ্টাৰ
সময় হ'ল টুপনি যোৱাৰ।
মহৰ লগত কৰা ফাইট,
আজিৰ বাবে Good Night





আপোনাৰ বান্ধবীক Good Night Quotes দিব বিচাৰে নেকি ? কিন্তু ভাল Good Night Quotes নপোৱাৰ বাবে আপোনাৰ বান্ধবীক Good Night Quotes দিব পৰা নাই নেকি ? তেনেহলে আজি আমি লৈ আহিছো এনেকুৱা কেইটামান Good Night Quotes যি আপোনাৰ বান্ধবীক পঠালে তেও আনন্দিত হ'ব।


শুভ ৰাতি

সেইজন মানুহক কেতিয়াও নাপাহৰিবা,
যিয়ে তােমাৰ বিপদৰ সময়ত তােমাৰ
কাষত থাকি সাহস দিছিল।
শুভ ৰাতি






ৰাতি মানে গভীৰ নিশা
নতুন সপোন দেখাৰ আশা।
শুভ ৰাতি






ৰাতি অকল আন্ধাৰ নহয়
হয় অলপ উজ্জ্বল।
ৰাতি অকল বেয়া নহয়
সপোনবোৰ ভাল।
শুভ ৰাতি







কামে কামে দিন শেষ
ডুবিল আলো আন্ধাৰ হ'ল।
শুভ ৰাতি







আপোনাৰ প্রেমিকক শুভ ৰাতিৰ শুভেচ্ছা দিব বিচাৰে নেকি ? কিন্তু ভাল শুভ ৰাতিৰ শুভেচ্ছা নপোৱাৰ বাবে আপোনাৰ প্রেমিকক শুভ ৰাতিৰ শুভেচ্ছা দিব পৰা নাই নেকি ? তেনেহলে আজি আমি লৈ আহিছো এনেকুৱা কেইটামান শুভ ৰাতিৰ শুভেচ্ছা বাণী যি আপোনাৰ প্রেমিকক পঠালে তেও আনন্দিত হ'ব।

শুভ ৰাতি SMS

মগজুৱে কৰা সম্পৰ্ক
বজাৰতেই শেষ হয়, হৃদয়ৰ কৰা সম্পৰ্ক,
শ্মশানলৈকে লগত থাকে।
শুভ ৰাতি







ভালপোৱাৰ গুৰুত্ব অভিমানত নাই,
বিশ্বাসত আছে।
শুভ ৰাতি







এজন প্ৰকৃত প্ৰেমিকে
প্ৰেমিকাৰ উপাধিটোৰ বাহিৰে
তাইৰ মাজত একো সলনি হোৱাটো নিবিচাৰে।
শুভ ৰাতি






আপোনাৰ প্রেমিকাক শুভ ৰাতিৰ শুভেচ্ছা দিব বিচাৰে নেকি ? কিন্তু ভাল শুভ ৰাতিৰ শুভেচ্ছা নপোৱাৰ বাবে আপোনাৰ প্রেমিকাক শুভ ৰাতিৰ শুভেচ্ছা দিব পৰা নাই নেকি ? তেনেহলে আজি আমি লৈ আহিছো এনেকুৱা কেইটামান শুভ ৰাতিৰ শুভেচ্ছা বাণী যি আপোনাৰ প্রেমিকাক পঠালে তেও আনন্দিত হ'ব।

শুভ ৰাতি Status

কোনােবা মহানলােকে কৈ গৈছে,
যদি তােমাৰ কেতিয়াবা বহু ৰাতিলৈকে
টোপনি নাহে তেন্তে তুমি বেলেগৰ
সপােনত আহি আছা।
শুভ ৰাতি






প্ৰেম কৰিবলৈ যদি ভয় নকৰা,
তেন্তে প্ৰেমৰ বাবে পৃথিৱীখনৰ সতে যুঁজিবলৈয়ো
 সাহস থাকিব লাগিব।
শুভ ৰাতি






ৰাতিৰ সপোনত অকল তোমাক
দেখা পাওঁ।
সেয়ে টোপনি আহিলো
শুভ ৰাতি







গোটেই দিন নহুত মানুহক
দেখা পাওঁ,
কিন্তু ৰাতি অকল তোমাক 
দেখিব বিচাৰোঁ।
শুভ ৰাতি





শুভ ৰাতিৰ ফটো

এই শুভ ৰাতি শুভেচ্ছাৰ ফটো সমূহ অতি সহজে Download কৰি আপোনাৰ প্রিয়জনৰ লগত শ্বেয়াৰ কৰিব পাৰে।



















Good Night Images In Assamese

শুভ ৰাতি শুভেচ্ছাৰ কেইটামান ৰমান্টিক ফটো যি আপুনি আপোনাৰ প্রেমিকাক পঠাব পাৰে।
















ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ শুভ ৰাতিৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু good Night Quotes সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Good Night Wishes In Assamese | Good Night Quotes In Assamese | Good Night In Assamese | Assamese Good Night Quotes | Good Night Status In Assamese 

إرسال تعليق

0تعليقات
إرسال تعليق (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !