Fother Quotes In Assamese | দেউতাৰ ওপৰত উক্তি অসমীয়াত।

0

দেউতা হ'ল এনেকুৱা এজন মানুহ যাৰ ঋণ আমি কেতিয়াও পৰিশত কৰিব নোৱাৰো।
সেই দেউতাৰ ওপৰত কেইটামান উক্তি লিখিছো আশা কৰো আপোনালোকৰ ভাল লাগিব।  


দেউতাৰ উক্তি (Fother Quotes In Assamese)


 ১/

মােৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক
যদি কেতিয়াবা পথৰ পৰা বিচ্যুত হওঁ
তেওঁ বাৰে বাৰে মােৰ পথ দেখুৱায়,
মােক খং কৰে, ইমান শাসনাে কৰে, তাৰ পিছতাে
 মােৰ প্ৰতি মৰম ক'ম হ'বলৈ নিদিয়ে,
দেউতা, অসম্ভৱ ধৰণে ভালপাওঁ তােমাক।






২/

দেউতাই সন্তানক প্রত্যেক সাঁজতে
অন্নৰ যােগান কেনেকৈ ধৰি আছে,
কাহানিও জানিব নিদিয়ে।






৩/

দেউতা হৈছে সাহসৰ প্রতীক যাৰ আমি কষ্টৰে ভৰা
 ভাগৰুৱা মুখ খন দেখিছাে, কিন্তু
কেতিয়াও চকুত চকুপানী দেখা নাই।






৪/

দেউতা মানেই যি নিজে লঘােনে থাকিব পাৰে, কিন্তু
 সন্তানৰ ভাতমুঠি সদায় যােগাৰ কৰি দিয়ে।






৫/

দেউতা মানেই জীৱনৰ প্রথম খােজৰ প্ৰথম
আৰু প্রকৃত বন্ধু।






৬/

দেউতা যাৰ বুকুত মূৰ গুজি অভিমানী সন্তানে
কান্দি কান্দি কয় মায়ে মােক মাৰিছে।






৭/

দেউতা মানেই জীৱনৰ LIc এজেন্ট, যিয়ে
নেকি জীৱন যুদ্ধত Maturity নােহােৱা লৈকে
যুদ্ধ কৰি এই থাকে।






৮/

ন মাহন দিন গৰ্ভত ৰাখি জন্ম নিদিলেও
তেওঁৰ আঙুলিত ধৰি বিনাস্বার্থত জীৱনৰ সত্য
ও পৃথিৱীখন চিনাকী কৰি দিয়াজনেই 
"দেউতা"






৯/

সকলাে সময়তে কুশলে থাকক দেউতা নামৰ
মানৱ ৰূপী দেৱ জন।






১০/

দেউতা মানেই যি নীৰৱে কান্দে, কিন্তু
কেতিয়াও আনক জানিব নিদিয়ে।










১১/

স্কুলৰ সেই দিন বােৰৰ কথা কাৰ মনত আছে,
ক'ম নম্বৰ পাই বিহিত দেউতা চহী কৰি
আনি দেখুৱাব দিয়া দিন বােৰ।






১২/

"দেউতা"
বােজা কঢ়িয়াই কঢ়িয়াই হাউলি নপৰা
এজোপা গছ, ভাগৰে ভাঙি ছিঙি নিব নােৱাৰা
 একোখন মুখ, যন্ত্রণাই জুৰুলা কৰিব
নােৱাৰা এটা শৰীৰ।






১৩/

থুনুক থানাক কৈ খোজ কাঢ়োতেই
আঙুলিত ধৰিছিলোঁ তােমাৰ, মিঠা মিঠা কথা
ক’বলৈ নাজানাে যদিও তােমাৰ সেই আঙুলি প্রাণ
 থকালৈকে এৰি নিদিও দেউতা।






১৪/

দেউতা
সেইজন অমূল্য ব্যক্তি।
যাৰ কপালৰ এটোপাল ঘামৰ মূল্যও তেওঁৰ সন্তানে
 পৰিশােধ কৰি শেষ কৰিব নােৱাৰে।






১৫/

সেইদিনা মই নিজকে সফল হৈছাে বুলি মানি ল'ম
যিদিনা দেউতাই বুকু ডাঠি মােকলৈ
গৌৰৱ কৰিব।






১৬/

দেউতা
মােক ছাঁ ত ৰাখি তেওঁ সদায় ৰ'দৰ
তাপত জ্বলিছিল, দেউতাৰ
আকাৰত তেওঁৱেই মােৰ ভগৱান আছিল।






১৭/

দেউতা মানেই আগবাঢ়ি যােৱাৰ বাট
দেখুওৱা পথ পদর্শক।






১৮/

ঘৰত ল'ৰা ছােৱালীৰ কাজিয়া হ'লে ছােৱালীৰ
 সাপেক্ষে মাত মতা জনে দেউতা।











১৯/

"দেউতা" ই এটা শব্দ নহয়,
মোৰ সফলতাৰ আঁৰত থকা ব্যক্তি জন।






২০/

দেউতা যাৰ আঙুলিত ধৰি নাইবা যাৰ চাইকেলত
 বহি আমাৰ স্কুলীয়া জীৱন আৰম্ভ হয়।






২১/

আনৰ আগত এইজনী মােৰ ছােৱালী বুলি
গৌৰৱেৰে চিনাকি দিয়াজনেই মােৰ
"দেউতা"






২২/

পৃথিৱীত কেৱল এজনেই মানুহ আছে,
যিয়ে নিজতকৈ বেছি উজ্জ্বল ভৱিষ্যত
নিজৰ সন্তানৰ হােৱাটো বিচাৰে।
সেইজনেই হৈছে "দেউতা"।






২৩/

আমাক দুবেলা দুমুঠি খােৱাবৰ বাবে
নিজৰ তেজক পানী কৰা জন,
মাৰ দৰে দেখুৱাহ মৰম নকৰিলেও
আমাক মনে প্রাণে ভালপােৱা জন,
জীৱন যুঁজত আমাক হাঁৰিবলৈ নিদি প্ৰতিটো
খােজত সহায় কৰা জলেই হ'ল
 "দেউতা"





২৪/

দেউতা অকৃত্রিম মৰম শেষ নােহােৱা আৰু
কেতিয়াও আমাৰ বিশ্বাসক হত্যা
নকৰা ব্যক্তিজন।





২৫/

সাহসী দেউতা জন ও কান্দে
এবাৰ কন্যা জনীৰ বিয়াৰ বিদায় বেলাত,
আৰু এবাৰ পুত্ৰৰ অবহেলাত।




২৬/

যদি দেউতাকৰ জীৱিকাৰ বাবে
লজ্জাজনক অনুভৱ কৰা,
তেন্তে তােমাৰ জীৱনত শিক্ষাৰ অভাৱ আছে।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Fother Quotes In Assamese যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু Fother Quotes In Assamese সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

إرسال تعليق

0تعليقات
إرسال تعليق (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !