Assamese Heart Touching Quotes | Assamese Heart Touching Status | Assamese Heart Touching Line

2

বন্ধু বান্ধৱী সকল আজি আমি এই আর্টিকেলটোত কেইটামান Assamese Heart Touching Quotes বা Assamese Heart Touching Status আশা কৰোঁ এই Assamese Heart Touching Quotes বা Assamese Heart Touching Status আপোনালোকৰ ভাল লাগিব।

Assamese Heart Touching Quotes


জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী,
কাৰণ ই এক প্রকাৰৰ শিক্ষা
আৰু এই শিক্ষাই পৰৱতী সমস্যাৰ
লগত যুঁজিবলৈ সাহস দিয়ে।






নিজকে মানুহৰ পৰা
অলপ সময় আঁতৰাই চোৱা
তুমি মানুহৰ বিষয়ে বহুত কথা
জানিব পাৰিবা।





সফলতাৰ তিনিটা সূত্র-
১/ বেলেগতকৈ বেছি জানক!
২/ বেলেগতকৈ বেছি কাম কৰক!
৩/ বেলেগতকৈ কম আশা কৰক!






জ্ঞানী মানুহৰ ভুল ধৰিলে
তুমি হ'বা তেওঁৰ বন্ধু।
মূর্খ মানুহৰ ভুল ধৰিলে
তুমি হ'বা তেওঁৰ শত্রু।






প্রতিটো কষ্টৰ
অভিজ্ঞতাই আমাৰ বাবে
এটা নতুন শিক্ষা।






চকুৰ পানীত অকল পানী নাথাকে
তাত থাকে কাৰোবাৰ
ভাঙি যোৱা সপোন।






পৃথিৱীৰ দুজন মানুহৰ সংখ্যা
সকলোতকৈ কম
সত্যবাদী আৰু প্রতিবাদিৰ।






জীৱনত এনেকুৱা এজন মানুহ প্রয়োজন
যিয়ে স্বার্থ নোহোৱাকৈ
ভাল পাব,
আৰু প্রয়োজন নোহোৱাকৈ
খবৰ ল'ব।






জীৱনত কঠিন সময়খিনি
বহুত উপকাৰী, কাৰণ
এইটোৱে সেই সময় য'ত আনৰ
সঠিক ৰং দেখা পোৱা যায়।






মানুহ পৰিস্থিতিৰ দাস
পৰিস্থিতিয়ে কেতিয়াবা আমাক
এনে স্থানলৈ লৈ যায়,
য'ত তুমি আপোন হৈও 
পৰ হৈ যোৱা।


বন্ধু বান্ধৱী সকল (www.AssameseStatus.com) ত দিয়া Assamese Heart Touching Status সমূহ আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব পাৰে।

Assamese Heart Touching Status


ঘৰখনৰ দায়িত্ব
নিজে মূৰ পাতি ল'বলগীয়া হ'লেহে
বুজা যায় নিজৰ প্রয়োজন
আৰু সপোনবোৰতকৈ ঘৰখনৰ 
প্রয়োজনবোৰ কিমান বেছি গুৰত্বপূর্ণ।






অপ্রিয় কিন্তু সত্য
উপকাৰ এনেকুৱা এটা আচৰিত বস্তু,
যি কৰিলে পাহৰি যায়, আৰু
নকৰিলে মনত ৰাখি থয়।






এটা সময়ত মানুহ 
নিজৰ ওচৰতো আমনিদায়ক হৈ পৰে,
যেতিয়া তেওঁৰ নিজক দিবলৈও
একো নাথাকে,
আমি চাগে ইয়াকেই একাকীত্ব
বুলি কওঁ।






শিক্ষিত হৈ যদি
ভুলক ভুল আৰু শুদ্ধক শুদ্ধ বুলি
কোৱাৰ সাহস নাথকে,
তেনেহলে আপুনি সমাজৰ 
বোজাৰ বাহিৰে একো নহয়।






জীৱনত সুখী হ'ব বিচৰা,
তেনেহলে সদায় প্রেম বিলাবলৈ
চেষ্টা কৰা, পাবলৈ নহয়।






সপোনবোৰ কাঁচৰ আইনাত
বন্দী হৈ আছে, দেখা যায়
কিন্তু চুব পৰা নাযায়।






সপোনবোৰ যিমান মধুৰ
বাস্তৱবোৰ সিমানেই নিষ্ঠুৰ।






জীৱনৰ বাটত
কোন কেনেকুৱা চিনি পাব
শিকি গ'লো বুলিয়েই চাগে আজি
মোৰ বন্ধুৰ সংখ্যা কমি আহিছে।






সেইজন পুৰুষক 
পুৰুষ বুলি নকয়, যিয়ে নাৰীক 
অপমান বা আত্মসন্মানত
আঘাত দি পুৰুষালি দেখুৱাব খুজে,
আচলতে প্রকৃত পুৰুষ সেইজনহে যিয়ে
নাৰীক ইয়াৰ পৰা নিৰাপদে 
ৰখাৰ চেষ্টা কৰে।






অযোগ্য মানুহক
যোগ্য কৰি তোলাটো সম্ভৱ,
কিন্তু বিশ্বাস ঘাতক মানুহক 
বিশ্বাসৰ যোগ্য কৰি তোলাটো 
সঁচাকৈ অসম্ভৱ।


বন্ধু বান্ধৱী সকল (www.AssameseStatus.com) ত দিয়া Assamese Heart Touching Line সমূহ আপুনি আপোনাৰ প্রিয়জন বা প্রিয়জনীৰ লগত শ্বেয়াৰ কৰিব পাৰে।

Assamese Heart Touching Line


খং অভিমান মৰম
এই তিনিটা শব্দৰ অর্থ যিয়ে
সঠিক ভাবে বুজিব পাৰে
তেওঁহে সঁচা অর্থত সম্পর্ক এটা
গঢ় দিব পাৰে।






ভালপোৱা আৰু মৃত্যু
দুয়োটাই মনে মনে আহে,
পার্থক্য মাথো ইমানেই
ভালপোৱাই মন কাঢ়ি নিয়ে
আৰু মৃত্যুৱে জীৱন।






জীৱনত এনেই এজন
মানুহ থকাটো খুবেই প্ৰয়োজন,
যাক হৃদয়ৰ কথাবোৰ কবলৈ
শব্দৰ প্ৰয়োজন নহয়।






জীয়াই থাকিবলৈ তাই প্ৰেৰণা যোগালে,
সুখী হৈ থাকিবলৈ তাই প্ৰাৰ্থনা কৰিলে,
হে ভগবান, তুমি তাইক সকলো দিবা,
যিয়ে মোক তাইৰ অন্তৰত ঠাই দিলে।






সকলোতে তোমাক দেখো,
কিন্ত্ত কি কৰিম।
সকলোতে তোমাৰ মনত পৰে,
কিন্ত্ত কি কৰিম।






মই অনুভৱ কৰিব নাজানো,
মোৰ অবিহনেতো সকলোৱে থাকিব পাৰে,
একমাত্ৰ মইয়ে যি তোমাৰ অবিহনে
থাকিব নোৱাৰো।






পাহৰি যোৱা তাক
যি তোমাক পাহৰি গ'ল,
ভালপোৱা তাক যি তোমাক
ভালপাই।







মোৰ হৃদয়ত তোমাৰ প্ৰতিচ্ছবি 
দেখুৱাব নোৱাৰিম,
মোৰ হৃদয়ত তোমাৰ স্হান 
দেখুৱাব নোৱাৰিম,
তুমি মোৰ বাবে কি?
ইয়াতকৈ বেছি বুজাব নোৱাৰিম।







খং কৰিবৰ বাবে
হাজাৰটা কাৰণ লাগে।
আৰু অভিমান কৰিবৰ বাবে
ভালপোৱাই যথেষ্ট।






যিজনে বহুত বেছি ভালপায়
তেওঁহে আপোনাক বহুত বেছি শাসন
আৰু অভিমান কৰে।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Assamese Heart Touching Quotes যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু Assamese Heart Touching Quotes পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

2Comments
  1. bohut val lagise .... apunak anek dhnbat

    ReplyDelete
  2. আপোনালোকৰ লিখাসমূহ পঢ়ি মই বহুত উপকৃত হৈছো, ইয়াৰ লগতে মই https://assamesemedium.com নামৰ এখন ৱেবচাইট চলাই আছোঁ, যত Class 6 ৰ পৰা Class 10 লৈকে সকলো বিষয়ৰ প্ৰশ্ন উত্তৰ দিয়াৰ ওপৰিও ছাত্ৰ ছাত্ৰীৰ উপকাৰত অহা বহুত কথা ইয়াত আলোচনা কৰা হয়।

    ReplyDelete
Post a Comment

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !