মাদাৰ টেৰেছাৰ বাণী | Madar Teresa Quotes In Assamese

0

মাদাৰ টেৰেছাৰ বাণী

মাদাৰ টেৰেছাৰ বিষয়েতো আপোনালোকে অলপ হলেও জানে কিন্তু আজি এই আর্টিকেলটোৰ জড়িয়তে কেইটামান মাদাৰ টেৰেছাৰ বাণী লিখিম আশা কৰো এই মাদাৰ টেৰেছাৰ বাণী সমূহ আপোনালোকৰ ভাল লাগিব।

মাদাৰ টেৰেছাৰ বাণী

মানুহ স্বার্থপৰ, যুক্তিহীন আৰু
অবিবেচক হ'ব পাৰে,
তৎসত্ত্বেও তেওঁলোকক ভাল পাই থাকিবা।





তুমি যদি নিঃস্বার্থভাৱে কিবা ভাল কাম
কৰি আছা,
মানুহে তেতিয়াও তোমাৰ কামত
স্বার্থৰ গোন্ধ পাব।
তথাপিও ভাল কাম কৰিবলৈ নেৰিবা।





তুমি যদি সফল হোৱা,
বহুত মিছা বন্ধু আৰু সঁচা শত্ৰুৰ
সন্মুখীন হ'বা,
তথাপিও সফলতাৰ জখলাৰে উঠি
যাবলৈ নেৰিবা।





আজি তুমি কৰা ভাল কাম মানুহে
কালিলৈকে পাহৰি যাব,
তথাপিও ভাল কাম কৰি যাবা।





সততা আৰু স্পষ্টবাদিতাৰ বাবে
বহু সময়ত তুমি হয়তো আঘাত পাবা,
তথাপিও সৎ আৰু স্পষ্টবাদী হ'বা।





তোমাৰ বহু বছৰৰ সাধনাৰ অন্তত গঢ়ি
উঠা এটা কাম বা প্রতিষ্ঠা
খন্তেকতে তচনচ হ'ব পাৰে,
তথাপিও গঢ়াৰ সাধনা নেৰিবা।





সহায়ৰ প্রয়োজন হোৱা লোকক
সহায়ৰ হাত আগবঢ়াবলৈ যাওঁতে তেওঁলোকে
তোমাক আক্রমন কৰিব পাৰে,
তথাপিও তুমি তেওঁলোকক সহায় কৰিবা।





পৃথিৱীক তোমাৰ সর্বশ্রেষ্ঠ অৱদান দিয়া,
তোমাৰ কষ্ট হ'ব,
তথাপিও পৃথিৱীখনক তোমাৰ সর্বশ্রেষ্ঠ
অৱদান দি যোৱা।





মই অকলে পৃথিৱীখন সলাব নোৱাৰো,
কিন্তু এটা শিলগুতি দলিয়াই মই পানীত বহুতো
তৰঙ্গৰ সৃষ্টি কৰিব পাৰোঁ।





আনন্দই প্রার্থনা, আনন্দই শক্তি,
আনন্দই ভালপোৱা।





সান্তিৰ আৰাম্ভ হয় হাঁহি মাধ্যমত।





জীৱনত কিছুমান মানুহ আহে
আশির্বাদ হৈ,
আৰু কিছুমান মানুহ আহে শিক্ষা হৈ।





আপুনি যদি মানুহক বিচাৰ
কৰিব বিচাৰে,
তেনেহলে ভালপোৱাৰ সময় নাপাব।





সাধাৰণ হাঁহি যি কৰিব পাৰে,
আমি কেতিয়াওঁ সি বুজিব নোৱাৰো।





আমাৰ মনত যদি শান্তি নাথাকে,
তেতিয়া হ'লে আমি পাহৰি গৈছো যে আমি
এক পথৰ পথিক।





তুমি জোতেই যাবা তাতেই ভালপোৱা
বিতৰণ কৰা, এজন মানুহকো
এনেই উবতাই নিদিবা।





হাঁহি দি শান্তিৰ আৰাম্ভ কৰা হয়,
এইটো মানসিক শান্তিৰ মূল যন্ত্র।





যদি তুমি দৃশ্যমান মানুহকে
ভাল পাব নোৱাৰা
তেন্তে অদৃশ্য ইশ্বৰক কেনেকৈ
ভাল পাবা।





কাৰোবাক আঘাত দি নাভাবিবা
যে তেওঁ অবুজ বা দুর্বল
মনত ৰাখিবা তেওঁ তোমাক বিশ্বাস কৰিছিল
যাৰ তুমি যোগ্য নাছিলা।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ মাদাৰ টেৰেছাৰ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু মাদাৰ টেৰেছাৰ বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

إرسال تعليق

0تعليقات
إرسال تعليق (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !