2023 অসমীয়া কৌতুক | Assamese Jokes 2023 | অসমীয়া হাঁহিৰ কৌতুক | অসমীয়া ডাইলগ Funny | হাঁহি status

2


বন্ধু বান্ধুৱী সকল আজি এই আর্টিকেলটোৰ জড়িয়তে আমি আপোনালোকক কেইটামান অসমীয়া কৌতুক দিম যি অসমীয়া কৌতুক সমূহ আপুনি আপোনাৰ Facebook বন্ধু ভান্ধবী সকলৰ লগত শ্বেয়াৰ কৰিব পাৰিব।

অসমীয়া কৌতুক | Assamese Jokes


শিক্ষকঃ লিঙ্গ পৰিবৰ্তন কৰা
ছাত্রঃ লাখ টকা দিলেও নকৰোঁ।





স্ত্রী আৰু ইস্ত্রিৰ মাজত তামাম মিল আছে,
ইস্ত্রি গৰম হ'লে কাপোৰ চিধা,
স্ত্রী গৰম হ'লে স্বামী চিধা।





একো খাব পৰা নাই,
দেহটো বহুত ভাল নহয়
মাত্র ৭ খন ৰুতি খাই শুই আছো।



অসমীয়া জমনি কৌতুক


ইতিহাস সাক্ষী আছে
মেকাপ অবিহনে নাৰী, আৰু
নিমখ অবিহনে তৰকাৰী একেই।





ক্ষীণ ছোৱালীবোৰৰ দেহত
শক্তি নহব পাৰে,
মা কচম মুখ খনৰ শক্তি কিন্তু 
মানিব লাগিব।




অসমীয়া ডাইলগ Funny


নিজৰ ৰান্ধা খাই
নিজেই ফিদা হৈ যাও,
আৰু তুমি খালে তো অজ্ঞান
হৈ যাবা।






প্ৰেম এনেকোৱা এখন মায়া জাল 
য'ত নপৰা সকলে পৰিব বিচাৰে, আৰু
পৰা সকলে উদ্ধাৰ হ'ব বিচাৰে।






যদি তুমি মোক
বানপানীৰ দৰে মৰম কৰা,
মই অসমৰ দৰে ডুবি যাবলৈ সাজু।






সুধিব বিচাৰিছোঁ যে
ল'ৰাই যদি কোনো ছোৱালীৰ বাবে মৰি থাকে
তেনেহলে এইটোক মাৰ্ডাৰ বুলি ক'ব
নে চুইচাইড।






অসমীয়া ডাইলগ Funny


ভাবিলেই লাজ লাগে
এদিন মইও এখন ঘৰৰ জোৱাই হম
আৰু ওচৰ চুবুৰীয়া এ মোক চাবলৈ আহিব।






ইচ্ছা কৰিলে মইও ট্ৰেইন এখন কিনিব পাৰো।
কিন্তু আমাৰ ইয়াত চলাব পৰা ৰাস্তা নাই।
সেইবাবে কিনা নাই।






অসমীয়া কৌতুক


জলপ্ৰপাতেৰে বৈ অহা পানী
আৰু মেখেলা দাঙি খেদি অহা নাৰী 
দুয়োটাকে বাধা দিব পৰা ক্ষমতা কাৰো নাই।






মাৰ আজি টকা কেইটামান হেৰাল 
টকা কেইটা নিবিচাৰি মোক হে বিচাৰি ফুৰিছে।
অতীতৰ স্মৃতি।






গাখীৰত কৈয়ো বগা যদি কিবা আছে
সেয়া হৈছে পুৰুষৰ মন।






বন্ধুক অকৃত্ৰিম মৰম কৰক
বন্ধুত্ব সদায় থাকিব
বন্ধুক টকা ধাৰ দিয়ক বন্ধুত্ব নাশ হ'ব।






প্ৰিয়জন লাগিলে মদকে অকণমান খাবা
কিন্তু চেনী নাখাবা
ইয়াতকৈ আৰু Offer দিব নোৱাৰিম।






তাইৰ দ্বিতীয়টো মিছা কথা হ'ল,
এইটো জনমত তোমাৰ হ'ব নোৱাৰিলোঁ ঠিকেই
কিন্তু অহা সাতোটা জনম মই মাত্ৰ
তোমাৰ হৈয়ে থাকিম।
প্ৰথমটো মিছা কথা পাহৰিয়েই গলোঁ।






অসমীয়া কৌতুক


দেউতাঃ তোৰ ৰিজাল্ট ইমান বেয়া কিয় ?
মইঃ ভাল মানুহৰ লগত সদায় বেয়াই হয়।






নিজৰ Girlfriend ৰ আগত তাইৰ
বান্ধবীৰ গুণ গোৱা আৰু
Petrol Pump ৰ কাষত চিগাৰেট খোৱা
একেই কথা।







জীৱনত কিবা এটা হ'ম ভাবিলে
ফুচকা বেপাৰী হ'বা
বহুত ধনী ধনী মানুহে তোমাৰ আগত
ভিক্ষাৰীৰ নিচিনাকৈ ভাতিটো 
লৈ ৰৈ থাকিব।






নাজানো সেই দিনটো কেতিয়া আহিব
যেতিয়া তাই ক'ব
ব'লা না শুবলৈ যাওঁ দেৰি হৈ আছে
বেবি উঠি যাব নহ'লে।






ইচ্ছা কৰিলে মইয়ো
কাৰোবাক I Love You বুলি কৈ দিব পাৰোঁ,
কিন্তু ভয় লাগে, যদি ফুর্তিতে
আত্মহত্যা কৰি দিয়ে।




অসমীয়া কৌতুক


চোৱা ভাই
বেংকৰ লোণ আৰু ছোৱালীৰ মন
সহজে পোৱা নাযায়।





চিগাৰেতৰ ধোঁৱা আৰু
ছোৱালীয়ে মৰম লগাকৈ চোৱা
দুয়োটাই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।





ল'ৰাবোৰক কৈছোঁ
বিয়াৰ পাছত পত্নীক কেতিয়াও নামাৰিবা,
কাৰণ পত্নীয়ে কেতিয়া যে
তৰকাৰিত থু দি খোৱাব
গমকে নাপাবা।





অকণমান সন্মান দিবা,
L P স্কুলত এবাৰ ময়ো চাফাই
মন্ত্ৰী হৈছিলোঁ।





অৱশেষত ঘৰৰ মানুহেও কবলৈ 
বাধ্য হ'ল আৰু
তোৰ কোনো প্রেমিকা চেমিকা নাই নেকি
দিনটো ফোন এটা অহা নেদেখো যে।





পৰীক্ষাত ফেল কৰিলে বিয়া
পতায় দিম,
এই কথাষাৰ ছোৱালীক নকৈ ল'ৰাক ক'লে
৯৯% ল'ৰাই ফেল কৰিলে হেঁতেন।





ঘৰত বোৱাৰী পদ এটা খালি হৈছে
আগ্রহী প্রার্থীয়ে আবেদন কৰিব পাৰে,
বয়সঃ ১৮ পৰা ২৪ ৰ ভিতৰত
শুক্ষাগত অৰ্হতাঃ নাম লিখিব জানিলেও হ'ব।




অসমীয়া হাঁহি উঠা কথা


কেতিয়াবা ভাবো প্রেম যদি পঢ়াৰ দৰেই হ'ল হৈ,
ঘৰৰ মানুহে মাৰ ধৰ কৰি ক'লে হৈ
প্রেম কৰ এইটোৱেই বয়স এতিয়া নকৰিলে
পিছত পস্তাবি।





যিদিনাই ভূতৰ চিনেমা চাওঁ
সেইদিনাই ঘৰত খুটুং খাটাং শব্দবোৰ
বেছিকৈ শুনিবলৈ পাওঁ।





শিক্ষক আৰু ছাত্ৰ কৌতুক


শিক্ষকঃ নাৰী সম্পর্কে কি জানা কোৱাচোন ?

ছাত্রঃ খুব অদ্ভুত এই নাৰীজাতি
মা হ'লে শাসন, প্রেমিকা হ'লে শোষণ আৰু
ঘৈণীয়েক হ'লে ভাষণ।





শিক্ষকঃ হস্পিটেল কি বা কাক কয় ?

ছাত্রঃ পৃথিৱীৰ পৰা স্বর্গলৈ যোৱাৰ ৰাজপথত
যি টোল প্লাজা থাকে তাকেই হস্পিটেল কোৱা হয়।





শিক্ষকঃ অঙ্কৰ প্রশ্ন বিয়াত কেলৈ হোমৰ
গুৰিত সাত পাক দিয়া হয় ?
সাত বাৰ ঘূৰাৰ তাৎপর্য্য কি ?

ছাত্রঃ কাৰণ প্রত্যেকটো পাকেই ৩৬০ ডিগ্রি হয়।
৩৬০ এনে এটা সংখ্যা যাক ১ৰ পৰা ৯ লৈকে
কেৱল মাত্র ৭ ৰেহে হৰণ কৰিব নোৱাৰি।
সেয়ে ৭ বাৰ ঘূৰিলে বিয়াৰ পাছত স্বামী-স্ত্রীৰ 
সম্পর্কটো অবিভাজ্য হয়।






আগতে স্কুলৰ ১ মিনিট 
মৌন প্রার্থনা কৰা মনত আছেনে ?
গোটেই পৃথিৱীৰ হাঁহি উঠা
কথাবোৰ তেতিয়াই মনলৈ আহিছিল।





পাতি লোৱা দাদা আৰু
চূণ বেছিকৈ দিয়া চাধা দুয়োটাই
হানিকাৰক।


Related Searches. Assamese Koutuk New, Assamese Koutuk Photo, Assamese Koutuk Gusti, Assamese Funny Koutuk, Assamese Comedy Koutuk, Assamese Koutuk Story, Assamese Koutuk 2022, অসমীয়া caption হাঁহি, অসমীয়া ৰগৰ কৌতুক, অসমীয়া জমনি কৌতুক, অসমীয়া হাঁহি উঠা কথা, হাঁহি উঠা কৌতুক, অসমীয়া বেয়া কৌতুক, গণিতৰ কৌতুক,




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ অসমীয়া কৌতুক যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু অসমীয়া কৌতুক পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

2Comments
Post a Comment

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !