প্রেমৰ বাণী | প্ৰেমৰ মহৎ লোকৰ বাণী | অসমীয়া প্ৰেমৰ status | Relationship Quotes & Status In Assamese

1




বন্ধু সকল আজি আমি লৈ আহিছো কেইটামান প্রেমৰ বাণী যি আপুনি কপি কৰি আপোনাৰ Facebook, Whatsapp, Instagram ত শ্বেয়াৰ কৰিব পাৰিব। লগতে তলত কেইটামান ফটো দিয়া আছে আপুনি Download কৰিব পাৰিব, সেয়ে শেষলৈকে পঢ়িব।


আপুনি যদি প্রেমত পৰিছে তেনেহলে আপোনাৰ প্রেমিকাক এই সমূহ প্রেমৰ উক্তি তাৰ লগত শ্বেয়াৰ কৰিব পাৰে। এই সমূহ প্রেমৰ উক্তি যদি শ্বেয়াৰ কৰে তেনেহলে প্রেমিকা নিচ্ছয় আনন্দিত হ'ব।


প্রেমৰ উক্তি  (Love Quotes In Assamese)


কাৰােবাক ভালপাওঁ বুলি কোৱাটো সহজ
 কিন্তু সেই ভালপােৱাক বিশ্বাসেৰে জীয়াই
ৰখাটোহে আচল কথা।



প্ৰকৃত ভালপোৱাৰ পূৰ্ণতা ত্যাগৰ
অবিহনে সম্ভৱ নহয়।




সম্পৰ্কবোৰ হৃদয়ৰ পৰা গঢ়িব লাগে
শব্দৰে নহয়, অভিমানবৰ শব্দৰে হ'ব
লাঘৱ হৃদয়ৰ পৰা নহয়।




তাক যাব নিদিবা, 
যি তোমাৰ হাজাৰ অৱহেলাৰ পাছতে তোমাকেই
ভাল পাই থাকে।






প্ৰেমিক প্ৰেমিকা কেতিয়াও
এজন সৎ বন্ধু সমান হ'ব নোৱাৰে লগতে
সেই স্থান পূৰ কৰিব নোৱাৰে।




তেজৰ সম্পর্ক থাকিলেই আপােন নহয়, 
বিপদে আপদে কাষত থকা জনহে 
প্রকৃত আপােন।




ৰোমান্তিক কবিতা লিখিবলৈ 
এগৰাকী ধুনীয়া নাৰীৰ প্ৰেমত পৰিব নালাগে
লাগে মাথো এখন সৰল আৰু
মৰমীয়াল হৃদয়।




জীৱনটো ৰঙীন, মই উপভোগ কৰিব নাজানো, 
সকলোতে নিচা আছে, মই অনুভৱ কৰিব নাজানো,
মোৰ অবিহনেতো সকলোৱে থাকিব পাৰে,
একমাত্ৰ মইয়ে যি তোমাৰ অবিহনে
থাকিব নোৱাৰো।




অসমীয়া প্ৰেমৰ status

কেৱল মাত্ৰ এটা কথাই
দুজন লোকক সদায় পৃথক কৰি পেলায়।
সেইয়া হৈছে ক্ষমা খোজাৰ এলাহ।




মনৰ বজাৰত ধনৰ মূল্য জোখা নহয়,
প্ৰেম হৈ গ'লে ৰূপৰ মূল্য জোখা নহয়,
মাথোঁ এজনকে সপি দিয়া জীৱনৰ সমস্ত,
কিয়নো পচন্দ হোৱা কোনো বস্ত্তৰ মূল্য
জোখা নহয়।




যেতিয়া তুমি পৃথিৱীৰ
সকলো বস্তুৱেই ধুনীয়া দেখিবা,
জানিবা তুমি প্ৰেমত পৰিছা।




জীৱন সংগী জন পাৰফেক্ট নহলেও,
সঁচা হ'ব লাগে।




অনুভৱে কয়,
কোনো এজন ব্যক্তিৰ ওপৰত
সম্পূৰ্ণকৈ ভৰসা কৰি চোৱা সেইজন ব্যক্তিয়েই 
আপোনাক কাৰো ওপৰত ভৰসা
কৰিব যে নাপাই, তাৰ শিক্ষা দি থৈ যাব।




পাহৰি যোৱা,
সকলো দুখ-বেদনা,
সলনি হ'লেতো বতৰো ভাল লাগে




Care সকলোৱে কৰে,
কোনোবাই take care আৰু কোনোবাই
don't Care




সম্পর্ক তেজৰ ওপৰত নহয়
সম্পর্ক এটা বিশ্বাসৰ বলতহে জীয়াই।




ভালপোৱাৰ গুৰুত্ব অভিমানত নাই,
বিশ্বাসত আছে।




এজন প্ৰকৃত প্ৰেমিকে
প্ৰেমিকাৰ উপাধিটোৰ বাহিৰে তাইৰ মাজত
একো সলনি হোৱাটো নিবিচাৰে।




জীৱনত বেছি একো নিবিচাৰোঁ,
মাথোঁ, এনেকুৱা এজন বিচাৰোঁ, যি জনে
মাথোঁ মোক ভালপাব আৰু বহুত care ল'ব।




সঁচা ভালপোৱা সেইয়াহে যেতিয়া
দুয়োজনৰে মাজত ইজনে সিজনক
হেৰুৱাৰ ভয় থাকে।




নিশ্বাস আৰু বিশ্বাস 
প্রায় একেই এটা নহলে জীৱন নাথাকে 
আনটো নহ'লে সম্পর্ক নাথাকে।




ভালপোৱা মানে কেৱল আকৰ্ষণ নহয়।
ভালপোৱা মানে সন্মান, শ্ৰদ্ধা আৰু বিশ্বাস,
যিটো সকলোৰে মাজত নাই।




ভাবিচিলো, এখন ঘৰ সাঁজি, সুখেৰে থাকিম,
কিন্ত, ঘৰ সঁজাৰ ভাৱে মোক আজি
জীৱনৰ পথিক বনাই পেলালে।




মৰমে আমনি কৰে,
অকলে থাকিলে সপোনে আগচি ধৰে,
ৰাতি টোপনিতে শেৱালী ৰাতি ফুলে,
শৰৎ কালতে চুমা আকি দিও যেন লাগে,
তোমাৰ গোলপীয়া দুগালতে।




আজিকালি মানুহৰ 
আপােন হ'বলৈ দুটা বস্তুৰ প্রয়ােজ,
এটা হৈছে টকা আনটো চেহেৰা।




কাজিয়াৰ পিছতো ৯৫ শতাংশ সম্পৰ্ক
ভাঙি নহলহেঁতেন যদি তাৰ মাজত কোনো 
তৃতীয় পক্ষৰ প্ৰৱেশ নঘটিলহেতেন।




এটা মাত্ৰ অজুহাতেই যথেষ্ট
কাৰোবাৰ স'তে জীৱনটো কটাবলৈ
নতুবা সম্পৰ্কটোৰ পৰা  আঁতৰি যাবলৈ।




ক'লা ছোৱালীৰ প্ৰশংসা সকলোৱে কৰে, 
কিন্ত ক'লা ছোৱালী এজনীৰ জীৱন সংগী হ'বলৈ
 কোনোৱে নিবিচাৰে।




বহুতো ক'ব নোৱাৰা কথাবোৰো
প্ৰকাশ কৰা যায় প্ৰেম ভালপোৱা বোৰে
আৰম্ভ হয় এটা Emoji পৰাই।




সময় আৰু গুৰুত্ব 
কাৰােবাৰ পৰা জোৰ কৰি নলবা, 
যি জনৰ জীৱনত তােমাৰ গুৰুত্ব আছে।
তেওঁ তােমাক এই দুয়ােটা বস্তু হৃদয়ৰ 
পৰা সন্মানেৰে দিব।




জীৱনলৈ অহা কিছুমান মানুহ
ৰামধেনুৰ দৰে। খুৱ ভাল লাগে।
কিন্তু দ্ৰুতভাবে হেৰাই যায়।




এজনী দায়িত্বশীল ছোৱালীয়েই পাৰে 
এজন পাগল টাইপৰ ল'ৰাৰ জীৱন
সলনি কৰি দিবলৈ।




ভাল চেহেৰা থকাজনক নহয়, 
ভাল ব্যক্তিত্ব থকাজনকহে মানুহে
বেছিকৈ মনত ৰাখে।




কাৰোবাক দিব পৰা আটাইতকৈ মূল্যৱান উপহাৰ
হৈছে আপোনাৰ সময় আৰু গুৰুত্ব।




মগজুৱে কৰা সম্পৰ্ক বজাৰতেই শেষ হয়,
হৃদয়ৰ পৰা কৰা সম্পৰ্ক, শ্মশানলৈকে
লগত থাকে...।




যি ভালপোৱাই
জীৱনত আগবাঢ়িবলৈ সাহস দিয়ে,
সেই ভালপোৱা হৈছে প্রেৰণা।




এটাই কথাই জানো যদি তুমি মোক
আপোন বুলি ভাবা তেন্তে তোমাৰ
হাজাৰ ব্যস্ততাৰ মাজতো মোৰ বাবে
অলপ হলেও সময় উলিয়াবাই।




জীৱনৰ বাবে যেনেকৈ
নিশ্বাসৰ প্ৰয়োজন, ঠিক তেনেকৈ
সম্পৰ্কৰ বাবেও বিশ্বাসৰ খুবেই প্ৰয়োজন।




সম্পৰ্কৰ নাম যিয়েই নহওঁক,
সকলো সময়ত তোমাৰ কাষত
থকাটোহে আচল কথা।  



অসমীয়া প্রেমৰ ডাইলগ

শৰীৰ স্পর্শ কৰাৰ অধিকাৰ মানেই
ভালপোৱা নহয়,
কাৰোবাৰ হ্রদয় চুব পৰাই হ'ল ভালপোৱা।




কেৱল ৰক্তৰ সম্পৰ্ক থাকিলেই মানুহ
আপোন হৈ নাযায়, বিপদৰ সময়ত
কাষত থকাজনেই প্ৰকৃত আপোন।




দামী দামী উপহাৰৰ টোপোলা নালাগে মোক
সাহস যদি আছে, শিৰত আঁকি দিবা
সেন্দুৰৰ ৰঙা বোল।




যদি কাৰোবাক ভালপাইছা ভালপোৱা
এনেকৈ দিয়া যাতে তেওঁ তোমাক প্ৰৱঞ্চনা
কৰিবলৈও এশবাৰ ভাবিব লগা হয়।




সফল হ'বলৈ আপোনাক উৎসাহ আৰু
প্রেৰণা দিয়া প্রিয় এজন বিচাৰক।
সেইজনক নহয় যিয়ে আপোনাক সফলতা
দেখি আপোনাক ওচৰলৈ
চুচৰি আহে।




অপ্রিয় হলেও সত্য যে,
যেতিয়া সম্পর্ক এটা নতুন হৈ থাকে
তেতিয়া মানুহে কথা পাতিবলৈ
সুযোগ বিচাৰি ফুৰে,
আৰু সেই একেই সম্পর্ক যেতিয়া
পুৰণি হৈ পৰে, তেতিয়া
আঁতৰি যাবলৈ অজুহাত বিচাৰি ফুৰে।




প্ৰিয়জনৰ ভাল গুণবোৰক বাদ দি যদি,
বেয়া গুণবোৰক খুচৰি থকা হয় তেতিয়া
এটা ভাল সম্পৰ্ক দুৰ্বল হৈ যায়।




প্ৰকৃত ভালপোৱাত আৱেগ আৰু বিবেক
দুয়োটাই সমানেই প্ৰয়োজনীয়।




অভিমানবোৰ ইজনে সিজনৰ ভাঙিব পৰা
নামেই হ'ল প্ৰকৃত ভালপোৱা।




ভালপোৱাই কিছুমান মানুহৰ জীৱনটোক
আগুৱাই নিয়ে আৰু কিছুমানৰ জীৱন
ধ্বংস কৰি দিয়ে।




সঁচাকৈ তেতিয়া মই বহুত সুখী হৈছিলোঁ,
যেতিয়া তাই কৈছিল OPTION বহুত আছে
কিন্তু DECISION মাথো তুমিয়েই।




আপুনি যদি প্রেমত পৰিছে তেনেহলে আপোনাৰ প্রেমিকাক এই সমূহ প্রেমৰ ষ্টেটাচ তাৰ লগত শ্বেয়াৰ কৰিব পাৰে। এই সমূহ প্রেমৰ ষ্টেটাচ যদি শ্বেয়াৰ কৰে তেনেহলে প্রেমিকা নিচ্ছয় আনন্দিত হ'ব। 

প্রেমৰ ষ্টেটাচ (Love Status In Assamese)

নিৰৱ জীৱনৰ মুহূৰ্তত
মোকো মনত পেলাবা কেতিয়াবা,
সংগোপনে অহা সপোনত মোৰো ছবি
বনাবা কেতিয়াবা, মই যেতিয়া সুধিম তোমাৰ
মনৰ খবৰ'ৰ কথা কেতিয়াবা,
তোমাৰ হৃদয়ৰ স্পন্দন  মোকো
শুনাবা কেতিয়াবা।




জীৱনৰ বাবে প্ৰাণ জৰুৰী, 
লাভৰ বাবে আশা জৰুৰী, 
মোৰ জীৱনত যিমানেই দুখ নাথাকক, 
তোমাৰ মুখত "হাঁহি" থকাতো জৰুৰী।




প্ৰেম কৰিবলৈ যদি ভয় নকৰা তেন্তে
প্ৰেমৰ বাবে পৃথিৱীখনৰ সতে যুঁজিবলৈয়ো
সাহস থাকিব লাগিব।




হেৰাই যাওঁ আহা,
আমি এই পৃথিৱীৰ কৰবাত, মোৰ হাতেৰে
তোমাৰ হাতখন এনেকৈয়ে ধৰি
থাকিবলৈ দিয়া।




মোৰ হৃদয়ত তোমাৰ প্ৰতিচ্ছবি দেখুৱাব নোৱাৰিম, 
মোৰ হৃদয়ত তোমাৰ স্হান  দেখুৱাব নোৱাৰিম,
তুমি মোৰ বাবে কি?
ইয়াতকৈ বেছি বুজাব নোৱাৰিম।




চিৰদিনলৈ ৰাখি থোৱা না তোমাৰ কাষত,
কোনোবাই সুধিলে কৈ দিবা তোমাৰ হৃদয়খনৰ
 ভাড়াতীয়া বুলি।




পৃথিৱীখনৰ কাৰণে তুমি এজন সাধাৰণ মানৱ।
কিন্তু এটা কথা মনত ৰাখিব তাৰে মাজৰ
এজনৰ কাৰণে তুমি সমস্ত পৃথিৱী।




তোমাক বিশ্বাস কৰাতো মোৰ কৰ্তব্য আৰু
সেই বিশ্বাস ধৰি ৰখাটো তোমাৰ দায়িত্ব।




তোমাৰ সুখৰ বাবে যি তোমাৰ পৰা
আঁতৰি থাকিবলৈও কুণ্ঠাবোধ নকৰে,
বিশ্বাস কৰা, তেওঁতকৈ ভাল আৰু
কোনেও তোমাক পাব নোৱাৰে।




সেইজন মানুহ বহুত SPECIAL হয়।
যি নিজে ভাঙি যোৱাৰ পিছতো
আনক সুখ দিবলৈ নেৰে।


বন্ধু সকল কেইটামান ফটোত প্রেমৰ উক্তি, আৰু প্রেমৰ ষ্টেটাচ লিখি আপোনালোকৰ বাবে আগবঢ়াইছো আশা কৰো আপোনালোৰ ভাল লাগিব।

প্রেমৰ ষ্টেটাচৰ ফটো ( Love Images Assamese)






























Related Searches. প্ৰেমৰ মহৎ লোকৰ বাণী, Relationship Quotes & Status In Assamese,



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ প্ৰেমৰ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু প্ৰেমৰ বাণী পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

1Comments
Post a Comment

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !