ঈদ মোবাৰকৰ শুভেচ্ছা বাণী | ঈদৰ শুভেচ্ছা বাৰ্তা | Eid Mubarak Wishes In Assamese

1

বন্ধু বান্ধৱী সকল আজি এই আর্টিকেলটোত কেইটামান পবিত্ৰ ঈদৰ শুভেচ্ছা লিখিম আশা কৰোঁ এই ঈদ মোবাৰকৰ শুভেচ্ছা বাণী সমূহ আপোনালোৰ ভাল লাগিব, যদি এই পবিত্ৰ ঈদৰ শুভেচ্ছা বা ঈদৰ শুভেচ্ছা বাণী সমূহ ভাল লাগিলে এটা কমেন্ট কৰিব।


পবিত্র ঈদে যেন
সকলােৰে মাজলৈ কঢ়িয়াই আনক
শান্তি-সমৃদ্ধি একতাৰ বার্তা।
সকলােকে ঈদ শুভেচ্ছা জনালোঁ।




সকলোলৈ ঈদৰ আন্তৰিক শুভেচ্ছা
জ্ঞাপন কৰিলোঁ।




আজি মই
ঈদৰ জোন দেখিছো,
জোনখন দেখাৰ সময়ত অকল
তোমাকেই ভাবিছো সেইজন হ'ল তুমি।
ঈদৰ শুভেচ্ছা থাকিল।




ঈদৰ এই পবিত্র ক্ষণত সকলোয়ে প্রেম,
মহানুভূতি আৰু ভাতৃত্বৰ এনাজৰীৰে
যেন বান্ধ খাওক সেই আশাৰে,
ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।




সমূহ অসমবাসীলৈ
পৱিত্র ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলাে।
 আশা কৰিছাে ঈদে সকলাে শ্ৰেণীৰ ৰাইজৰ মাজত সাতামপুৰুষীয়া সম্প্রীতিৰ বান্ধোন অধিক কটকটীয়া কৰি সমাজখনক আগুৱাই লৈ যাব।
লগতে বিভিন্ন জাতি - জনগােষ্ঠীৰ মিলনৰ ভূমি এইখন অসমত সকলােকে শান্তিৰ বাণীৰে উদ্বুদ্ধ কৰি তুলিবলৈ মহান আল্লাহৰ ওচৰত দোৱা কৰিলাে।




ঈদ মোবাৰাক 
জীৱনলৈ আহক সুখৰ নৈ বৈ জীৱন
হৈ পৰক আলােকময়।




ঈদ মােবাৰাক
সকলাে ভাই ভনী লৈ পৱিত্র ঈদৰ বহুত বহুত
শুভেচ্ছা আৰু মৰম জনালোঁ।
জাতি ধর্ম নির্বিশেষে এই ঈদ যেন কঢ়িয়াই আনক
শান্তি সমৃদ্ধিৰ বার্তা।




Assamese Status
Website ৰ ফালৰ পৰা সকলো বন্ধু বান্ধবীলৈ,
ঈদৰ শুভেচ্ছা জনালো।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ঈদ মোবাৰকৰ শুভেচ্ছা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু ঈদ মোবাৰকৰ শুভেচ্ছা পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

1Comments
Post a Comment

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !