আব্দুল কালামৰ বাণী | A.P.J Abdul Kalam Quotes In Assamese

0

বন্ধু বান্ধৱী সকল আজি আমি এই আর্টিকেলটোত কেইটামান আব্দুল কালামৰ বাণী লিখিম আশা কৰোঁ এই আব্দুল কালামৰ বাণী সমূহ আপোনালোকৰ ভাল লাগিব।

আব্দুল কালামৰ বাণী | A.P.J Abdul Kalam Quotes In Assamese


সপোন সেইটো
নহয় যিটো টোপনিত দেখে
সপোন হ'ল সেইটো যি সপোন
পূৰণৰ বাবে টোপনি নাহে।






তুমি যদি তোমাৰ কামক চেলুট কৰা
তেনেহলে কাকো তোমাৰ চেলুট কৰিব নালাগে,
আৰু যদি তুমি তোমাৰ
কামক অসন্মান কৰা তেনেহলে
সকলোকে চেলুট কৰিব লাগিব।







জীৱন আৰু সময়
পৃথিৱীৰ শ্রেষ্ঠ শিক্ষক
জীৱন শিকাই সময়ক সঠিক ভাবে
ব্যৱহাৰ কৰিবলৈ,
আৰু সময় শিকাই জীৱনৰ
মূল্য দিবলৈ।







এটা ভাল কিতাব
এশ ভাল বন্ধুৰ সমান,
কিন্তু এজন ভাল বন্ধু এটা
লাইব্রেৰীৰ সমান।







সফলতাৰ কাহিনী নপঢ়িবা
কাৰণ তাৰ পৰা অকল কাহিনীটোই পাবা,
ব্যর্থতাৰ কাহিনী পঢ়িবা তেনেহলে
সফল হোৱাৰ উপায় পাবা।







ছাত্র জীৱনত মই বিমানৰ পাইলট হ'ব
বিচাৰিছিলো, কিন্তু সেই সপোন 
পূৰণ নহল
হৈ গলো ৰকেট বিজ্ঞানী।







কঠিন কামত বেছি আনন্দ পোৱা যায়
সেই বাবে সফলতাৰ আনন্দ
পোৱাৰ বাবে
মানুহক কঠিন কাম কৰা উচিত।







সেই জন ভাল শিক্ষার্থী যিয়ে প্রশ্ন কৰে,
প্রশ্ন নকৰিলে কোনেওঁ শিকিব নোৱাৰে
শিক্ষার্থী বোৰক প্রশ্ন কৰাৰ
সুযোগ দিব লাগিব।







তিনি জন মানুহে পাৰে
এটা দেশ বা এটা জাতিক পৰিবর্তন কৰিব
তেওঁলোক হ'ল
মা, দেউতা, আৰু শিক্ষক।







জীৱনত সমস্যাৰ প্রয়োজন আছে
সমস্যা আছে বুলি
সাফল্যৰ আনন্দ ইমান।







ফেল কৰি হতাহ নহবা
ইংৰাজীত ফেল সব্দৰ অর্থ হ'ল
First Attempt In Learning
তাৰ মানে শিকাৰ প্রথম ধাপ,
বিফলতাই তোমাক সফল হোৱাৰ
ৰাস্তা দেখুৱাই দিব।







এজন বেয়া ছাত্র এজন দক্ষ শিক্ষৰ পৰা
যি শিকিব পাৰে,
তাতকৈ এজন ভাল ছাত্র এজন
বেয়া শিক্ষৰ পৰা বহুত বেছি শিকিব পাৰে।







কোনো এটা প্রশ্নৰ উত্তৰ বিচাৰি পোৱা নাই
চিন্তা নকৰিবা,
No সব্দৰ অর্থ হ'ল Next Opportunily
অর্থাৎ পৰবর্তী সুযোগ।







সপোন দেখিব লাগিব
সপোন না দেখিলে কাম কৰা
নাযায়।







প্রতিদিন এই চাৰিটা লাইন ক'ব,
১/ মই শ্রেষ্ঠ
২/ মই কৰিব পাৰো
৩/ ঈশ্বৰ মোৰ লগত আছে
৪/ মই জয়ী







কল্পনাৰ সাগৰত ডুবি নহয়
বাস্তৱতাৰ নৈত সাতুৰিব শিকক
তেনেহলে জীৱনৰ লক্ষ্যত উপনীত
হ'ব পাৰিবা।







প্রকৃ্ত  অভাবী সেইজন
যিজন টকাৰ ধনী হলেও মনৰ
ধনী নহয়।







জীৱনত কিবা
এটা উন্নতি কৰিবলৈ  হ'লে
জ্ঞানীৰ লগত ঘুৰিবা মূ্র্খৰ
লগত নহয়।







সফল যেতিয়া হ'বা
তেতিয়া আনক সলনি কৰাৰ পৰিৱর্তে নিজক
সলনি কৰিবলৈ চেষ্টা কৰিবা।







তুমি তোমাৰ ভবিষ্যত
সলনি কৰিব নোৱাৰা, কিন্তু
তোমাৰ অভ্যাসক সলনি কৰিব পাৰা
আৰু অভ্যাসে তোমাৰ ভবিষ্যত 
সলনি কৰিবব।







যদি তুমি 
পৃথিৱীখন সলনি কৰিব বিচৰা
প্রথমে তোমাৰ পৰিয়ালটোৰ পৰাই
আৰাম্ভ কৰা।







ধৈর্য দুর্বলতাৰ প্রতীক নহয়
দুর্বলতাৰ প্রতীক হ'ল খং
ধৈর্য হ'ল শক্তিৰ প্রতীক।







মনত ৰাখিব,
অসফলতা অনাথ হয়, আৰু সফলতাৰ 
সম্পৰ্কীয় বহুত হয়।







বিফলতা অবিহনে কোনাে মানুহে 
সফলতা লাভ কৰিব নােৱাৰে।







কাৰােবাক হেৰুৱাবলৈ সহজ।
কিন্তু কাৰােবাক জয় কৰাটো
অতন্ত্য কঠিন।





ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ আব্দুল কালামৰ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু আব্দুল কালামৰ বাণী আৰু এ পি জে আব্দুল কালামৰ উক্তি সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

إرسال تعليق

0تعليقات
إرسال تعليق (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !