সফলতাৰ উক্তি | Success Quotes In Assamese

0


আমি সকলোয়ে সফল হ'ব বিচাৰো, কিন্তু সফল হ'ব নোৱাৰো কাৰণ সফন মানুহে যেনেকৈ চিন্তা চর্চা কৰে আমি তেনেকৈ কৰিব নোৱাৰো সেই বাবে আমি সফল হ'ব নোৱাৰো। আজি আমি এই আর্টিকেলটোৰ জড়িয়তে কেইটামান সফলতাৰ উক্তি লৈ আহিছোঁ আপোনালোকৰ বাবে আশা কৰো আপোনালোকৰ ভাল লাগিব।


বহু মানুহৰ জীৱনলৈ ব্যর্থতা আহে,

কিন্তু তেওঁলোক হাৰ মনাৰ সময়ত উপলদ্ধি

কৰিব নোৱাৰে যে-

তেওঁলোক সফলতাৰ কিমান কাষত।

''টমাছ আলভা এডিছন''  





জীৱন যুঁজত

অকলেই আগুৱাব লাগিব,

আনৰ ওপৰত বিশেষ একো ভৰষা

নকৰাই ভাল।





জীৱনত এনেকুৱা এটা

লক্ষ্য নির্ধাৰণ কৰি লওক যি

আপোনাক বিছনাৰ পৰা সোনাকালে

উঠিবলৈ বাধ্য কৰায়।





সমস্যাৰ সমুদ্রত ডুবি আছা বুলি

আতংকিত নহবা,

সৃষ্টিকর্তাৰ ওপৰত আস্থা ৰাখা,

হয় তোমাক ওপৰলৈ তুলি আনিব, নহয়

তোমাক সাতোৰ শিকাব।





সুখত থকাৰ নাম জীৱন নহয়,

কষ্টক জয় কৰি

আগুৱাই যোৱাৰ নামেই জীৱন।






নিজৰ উন্নতিৰ বাবে ইমানেই চিন্তা কৰা

আৰু কর্ম কৰা, যাতে

আনৰ বেয়া চিন্তা কৰিবলৈ তোমাৰ

হাতত সময়ে নাথাকে।







বেছি উপার্জন

কৰাজনকে সফল ব্যক্তি কোৱা নাযায়,

সঠিক শিক্ষায় শিক্ষিত হৈ এজন ভাল মানুহ

হোৱা জনকেই সফল ব্যক্তি

বুলি কোৱা হয়।







.জীৱনত যদি পৰি যোৱা

তেনেহলে পথ সলনি কৰিবা, সপোন নহয়

কাৰণ এজোপা গছেও তাৰ বাট সলনি কৰে ঠাই নহয়।







যি পাইছা সেখিনিতেই সন্তুষ্ট থাকা,

অলপ বেছি পাই অহংকাৰ নকৰিবা কাৰণ

পোৱাৰ আনন্দ কেইদিনমান থাকে।

নোপোৱাৰ বেদনা আজীৱন থাকে।





লক্ষ্যত উপনীত নহলে হতাশ নহবা,

জীৱনৰ ৰাস্তা কেতিয়াও শেষ নহয়,

এবাৰ নোৱাৰিলে হাজাৰ বাৰ চেষ্টা কৰা

নিশ্চয় এদিন জয়ী হবা।





যিমান কঠিন সংঘর্ষ,

বিজয়ৰ আনন্দ সিমান মধুৰ।






থমকি নৰবা, তুমি যিমান ভাবা,

জীৱনটো তাতকৈ বহু বেছি গতিৰে

আগুৱাই গৈ আছে।





আনৰ ভৰিত পৰি সফল হোৱাতকৈ

ভাল নিজৰ ভৰিত থিয় হৈ কিবা কৰা।






সেইসকল মানুহে দুখত থাকে,

যিসকল মানুহে হিচাপ কৰি থাকে তেওঁলোকৰ ওচৰত

 ইটো নাই সিটো নাই, এইজনে ঠগালে

সেইজনে এৰি গ'ল।

সেই সকল সুখত থাকে যাৰ ওচৰত

বিশেষ একো নহলেও যিখিনি আছে

তাৰ হিচাপ ৰাখে।






সফলতাৰ বাবে ভাগ্য নহয়,

নিজৰ যোগ্যতাৰ ওপৰত বিশ্বাস ৰখা উচিৎ।






নিজক এনেদৰে গঢ়ি তোলা যাতে,

যিয়ে তোমাৰ দোষ উলিয়াই আঁতৰি গ'ল,

তেওঁ এটা সময়ত তোমাক বিচাৰি

গোটেই জীৱন পস্তাই থাকে।





সফলতাৰ ৰাস্তা দূৰৰ পৰা বন্ধ থকা যেনে লাগে,

কাৰণ আমি সেইটো ৰাস্তাত যাত্ৰা আৰম্ভ কৰাই নাই,

সফলতাৰ ৰাস্তাৰ দুৱাৰখন তেতিয়াহে খোল খাব

যেতিয়া আমি একেবাৰে তাৰ কাষ পাম।





ধনবান” হবলৈ এক এক কণ সংগ্ৰহ কৰিব লগা হয়,

আৰু

“সফল ব্যক্তি” হবলৈ এক এক ক্ষণ সদ্উপয়োগ

কৰিব লগা হয়।





এটাৰ লগত আনটো খোপ্ জোৰা লগাই গলে শিকলি তৈয়াৰ হৈ যায়,

“কৰ্ম আৰু পৰিশ্রম”ক জোৰা লগাই গলে ভাগ্য তৈয়াৰ হৈ যায়।





যেতিয়ালেকে আমি অলপ অলপ বুজিব ধৰো যে,
জীৱনটো কি?

তেতিয়ালৈকে আমাৰ জীৱনৰ
আধা পাৰ হৈ যায়।





জীৱনটো নিজক বিচৰাৰ বাবে নহয়,

জীৱনটো নিজক সৃষ্টি কৰাৰ বাবেহে।





পিতৃ-মাতৃৰ হৃদয় জিনিলে তুমি জীৱনত সফল হবা,

নহলে গোটেই জীৱন যুঁজত তুমি
জয়ী হৈও হাৰি যাবা।





দ্বিতীয় সুযোগ কেৱল কাহিনীয়ে দিব পাৰে,
জীৱনে নহয়।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ সফলতাৰ উক্তি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু সফলতাৰ উক্তি সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !